Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan Crisis : তালিবানৰ ডেৰমহীয়া শাসনত আফগানিস্তানত বৃদ্ধি পালে দাৰিদ্ৰ্য

publisher by publisher
October 4, 2021
in International, News
Reading Time: 1 min read
0
Afghanistan Crisis : তালিবানৰ ডেৰমহীয়া শাসনত আফগানিস্তানত বৃদ্ধি পালে দাৰিদ্ৰ্য
2
SHARES
18
VIEWS
ShareShareShareShare

তালিবানৰ পুনৰ দখলৰ পাছত আফগানিস্তানৰ অৱস্থা প্ৰতিদিনে শোচনীয় হ’বলৈ ধৰিছে । জেহাদীৰ পুনৰ উত্থানৰ পাছত এতিয়া আফগানিস্তানত সৰহসংখ্যক নাগৰিকে দুবেলা দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । তালিবানৰ পুনৰ আগমনত সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছে আফগান মহিলাসকল । দেশখনৰ মহিলাসকলে চৰম দুৰ্দশাৰ মাজত সম্প্ৰতি জীৱন যাপন কৰিছে । তালিবানৰ শাসনত মহিলাৰ স্থিতি অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে এগৰাকী সৰ্বহাৰা আফগান মহিলাই দাৰিদ্ৰ্যৰ ফলত নিজৰ কন্যা সন্তানৰ চিকিৎসা কৰাব নোৱাৰি উপায়হীন হৈ নিজৰে নৱজাত সন্তানক বিক্ৰী কৰিব লগা হ’ল ।

ADVERTISEMENT

বগলান প্ৰদেশত আশ্ৰয়হীন হোৱা উক্ত মহিলাগৰাকীয়ে নিজৰ ডেৰ বছৰীয়া সন্তানক ৩০ হেজাৰ আফগান মুদ্ৰাত অলপতে বিক্ৰী কৰিছিল । মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁৰ ১৩ বছৰীয়া কন্যা সন্তানৰ চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হৈছিল যদিও উপাৰ্জনৰ কোনো পথ নথকাত সেই ধন যোগাৰ কৰিবলৈ সফল হোৱা নাছিল । উপায়হীন হৈ মহিলাগৰাকীয়ে ৩০ হেজাৰ আফগান মুদ্ৰাৰ বিনিময়ত তেওঁৰ আন এটি ডেৰ বছৰীয়া সন্তানক আন ব্যক্তিৰ হাতত বিক্ৰী কৰি দিয়ে ।

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

কাবুলত সম্প্ৰতি তম্বুৰ তলত বাস কৰা আশ্ৰয়হীনা লেলুমাই প্ৰকাশ কৰা অনুসৰি, কেৱল তেৱেঁই নহয় সাম্প্ৰতিক পৰিস্থিতিত আফগানিস্তানত বহু দৰিদ্ৰ লোকে সন্তানক বিক্ৰী কৰিবলৈ বাধ্য হৈছে । কিয়নো তেওঁলোকৰ হাতত কোনো বিকল্প নাই । লেলুমাই লগতে কয় যে বিগত এবছৰ ধৰি তেওঁৰ স্বামী সন্ধানীন হৈ আছে আৰু তালিবানে মহিলাৰ বিৰুদ্ধে একাধিক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এতিয়া তেওঁ উপাৰ্জনৰ কোনো পথ উলিয়াব পৰা নাই । ইফালে, আশ্ৰয়হীন হোৱা বহু লোকে সম্প্ৰতি কাবুলত তম্বুৰ ঘৰ সাজি অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰিছে ।

এইদৰে তম্বুত বাস কৰা বাসিন্দাসকলে স্থানীয় সংবাদ ‌মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে আহাৰৰ অভাৱৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । ‘শৰণাৰ্থী মন্ত্ৰণালয়ৰ লোক ইয়ালৈ আহিছিল আৰু কিবা সমীক্ষা চলাইছিল । কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ সাহায্য আগবঢ়োৱা নাই । যদি বৰ্তমানৰ স্থিতি বাহাল থাকে তেন্তে তেওঁ অনাহাৰত মৰিব লাগিব ।’ সংবাদ মাধ্যমৰ আগত কাবুলত তম্বু সাজি বাস কৰা আন এগৰাকী আশ্ৰয়হীন মহিলা আয়েছাই এইদৰে কয় ।

আফগানিস্তানত আশ্ৰফ ঘানিৰ চৰকাৰৰ পতনৰ পাছত তালিবানে কাবুল দখল কৰাত আশ্ৰয়হীন হোৱা বৃহৎ সংখ্যক লোকে সম্প্ৰতি কাবুলত এইদৰে তম্বু সাজি বসবাস কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanTaliban
publisher

publisher

Related Posts

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d