Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Coal : ভয়াৱহ ইন্ধন সংকটৰ আশংকা, শক্তি বিকল্প-বৃহৎ উদ্যোগ সন্মুখীন হ’ব গভীৰ সমস্যাৰ

দেশত মাত্ৰ চাৰিদিনৰ কয়লাহে মজুত

publisher by publisher
October 6, 2021
in India, News
Reading Time: 1 min read
0
Coal : ভয়াৱহ ইন্ধন সংকটৰ আশংকা, শক্তি বিকল্প-বৃহৎ উদ্যোগ সন্মুখীন হ’ব গভীৰ সমস্যাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ভয়াৱহ কয়লা নাটনিৰ সংকটৰ সন্মুখীন হৈছে ভাৰত। কয়লাৰ যােগান যথেষ্ট হ্রাস পােৱাৰ ফলত বিশ্বৰ সবাতােকৈ দ্রুতগতিত সম্প্রসাৰিত হােৱা অর্থনীতিৰ অধিকাৰী ভাৰতত শক্তি আৰু ইন্ধনৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈছে।

ADVERTISEMENT

দেশৰ কয়লাচালিত শক্তি কেন্দ্রসমূহত সম্প্রতি মাত্র চাৰিদিনৰ চাহিদা পূৰণৰ জোখাৰে কয়লাৰ ভঁৰাল মজুত আছে। চলিত মাহত অন্তিমভাগলৈ কয়লাৰ নাটনিৰ এই সমস্যা অব্যাহত থাকিলে দেশত ভয়াৱহ ইন্ধন সংকটে দেখা দিব পাৰে।

বছৰৰ ভিতৰতে সম্প্রতি কয়লাৰ যােগান দেশৰ শক্তি কেন্দ্রসমূহত সর্বনিম্ন হৈছে। যােৱা ১৩ আগষ্টৰ পৰাই দেশৰ প্রায়কেইটা কয়লাচালিত শক্তি কেন্দ্রত মজুত থকা কয়লাৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছিল।

সম্প্রতি অর্ধেকাংশ কয়লাচালিত শক্তি কেন্দ্রই কয়লাৰ নাটনিৰ সংকটৰ সন্মুখীন হৈছে। উল্লেখ্য যে ভাৰতত ৭০ শতাংশ বিদ্যুৎ উৎপাদনত কয়লা ব্যৱহাৰ হৈ।আহিছে। তদুপৰি এলুমিনিয়াম আৰু তীখা কাৰখানাসমূহতাে ইন্ধন হিচাপে যথেষ্ট পৰিমাণত কয়লা ব্যৱহাৰ কৰা হয়।

সম্প্রতি এই আটাইবােৰ কেন্দ্ৰ আৰু কাৰখানাই প্রয়ােজনীয় কয়লাৰ যােগান লাভৰ পৰা বঞ্চিত হৈছে। সম্প্রতি চীনৰ দৰে ভাৰতেও কয়লাক লৈ দুটা মুখ্য সমস্যাৰ সন্মুখীন হৈছে। অতিমাৰীৰ পাছত এতিয়া দেশত উদ্যোগিক কাম-কাজ পুনৰ তীব্ৰগতিত আৰম্ভ হােৱাৰ ফলত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে আৰু একে সময়তে স্থানীয়ভাৱে উপলব্ধ কয়লাৰ যােগান যথেষ্ট হ্রাস পাইছে।

ভাৰতত মুঠ চাহিদাৰ তিনিভাগেই স্থানীয় কয়লাৰ জৰিয়তে পূৰণ কৰা হয়; কিন্তু প্ৰৱল বৃষ্টিপাতৰ ফলত বহু কয়লা খনিৰ কাম-কাজ ব্যাহত হােৱাৰ ফলত শেহতীয়াভাৱে ভাৰতত স্থানীয়ভাৱে উপলব্ধ কয়লাৰ যােগান হ্রাস পাইছে।

কয়লাৰ এই সংকটৰ ফলত সর্বাধিক সমস্যাগ্রস্ত হৈছে কয়লা আধাৰিত কাৰখানা আৰু শক্তি কেন্দ্রসমূহ। যােগান পুনৰ সুস্থিৰ নােহােৱালৈকে আমি একাংশ কাৰখানা, শক্তি কেন্দ্ৰত কয়লাৰ নাটনিৰ সমস্যা নিশ্চিতভাৱে প্রত্যক্ষ কৰিম।

শক্তি উৎপাদন কেন্দ্রসমূহে কয়লাৰ যােগানৰ অভাৱত বিদ্যুতৰ মূল্য বৃদ্ধি কৰিব পাৰে। কিয়নাে শক্তি কেন্দ্রসমূহে কয়লা ৰপ্তানি কৰিব লগা হলে উৎপাদন ব্যয় বৃদ্ধি পাব আৰু ইয়াৰ ফলত বিদ্যুতৰ মূল্য বর্তমানৰ তুলনাত বাঢ়িব পাৰে।

ক্রেডিট ৰেটিং প্রতিষ্ঠান ক্রাইছিল লিমিটেডৰ সঞ্চালক প্রণভ মাষ্টাৰে এইদৰে কয়। চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ভাৰতৰ শক্তি প্রকল্পসমূহত ছেপ্টেম্বৰৰ অন্তিমভাগত মজুত থকা কয়লাৰ পৰিমাণ ৮.১ নিযুত টনলৈ হ্রাস পাইছিল।

অর্থাৎ এবছৰৰ পূর্বৰ তুলনাত যােৱা ছেপ্টেম্বৰত এইসমূহ দেশৰ শক্তি প্রকল্পত মজুত থকা কয়লাৰ পৰিমাণ ৭৬ শতাংশলৈ অৱনমিত হৈছিল। দেশৰ এলুমিনিয়াম উৎপাদকসকলে সর্বাধিক পৰিমাণৰ কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰি আহিছে; কিন্তু শেহতীয়াভাৱে ক’ল ইণ্ডিয়া লিমিটেডে এইসমূহ এলুমিনিয়াম উদ্যোগলৈ কয়লাৰ যােগান হ্রাস কৰা বুলি একাধিক এলুমিনিয়াম উৎপাদকে অভিযােগ কৰিছে।

বর্তমানে দেশৰ শক্তি প্রকল্পসমূহে দৈনিক ৬০,০০০ৰ পৰা ৮০,০০০ টন কয়লাৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে। ভাৰতৰ কয়লা সচিব অনিল কুমাৰ জৈনে প্ৰকাশ কৰা অনুসৰি, দীঘলীয়া বৃষ্টিপাতৰ ফলত দেশৰ প্ৰায়বােৰ কয়লা খনিত সম্প্রতি খনন কাৰ্য বন্ধ হৈ আছে।

কয়লা খনিসমূহ স্বাভাৱিকভাৱে কার্যক্ষম নােহােৱাৰ ফলত ভাৰতত স্থানীয়ভাৱে উপলব্ধ কয়লাৰ পৰিমাণ হাস পাইছে বুলিও জৈনে জানিবলৈ দিয়ে। ধানবাদত দেশৰ বৃহৎ কয়লা খনি অৱস্থিত আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত এই কয়লা খনি সম্প্রতি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

ক’ল ইণ্ডিয়াই অক্টোবৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰত বৰ্তমানৰ কয়লাৰ ঘাটি পূৰণৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ নকৰিলে আগন্তুক সময়ত দেশত ভয়াৱহ শক্তি আৰু ইন্ধন সংকটে দেখা দিব পাৰে বুলি জৈনে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Coalindia
publisher

publisher

Related Posts

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d