Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পক্ষীজ্বৰত অর্ধেকাংশ আক্রান্তৰ হৈছে প্রাণহানি :মৃত কুকুৰা বা আন পক্ষীৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰাখক

এইচ৫এনৰ সংক্রমণ : নতুন মহামাৰীক লৈ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

publisher by publisher
October 12, 2021
in International, News
Reading Time: 1 min read
0
পক্ষীজ্বৰত অর্ধেকাংশ আক্রান্তৰ হৈছে প্রাণহানি :মৃত কুকুৰা বা আন পক্ষীৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰাখক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

চীনৰ উহানৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ স’তে সমগ্র বিশ্বই বর্তমানেও যুঁজ অব্যাহত ৰাখিছে। কৰ’নাৰ এনে তাণ্ডৱ চলি থকাৰ সময়তে এইবাৰ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই আন এটি মহামাৰীৰ সন্দৰ্ভত বিশ্ববাসীক সতর্ক কৰিলে। বিশেষকৈ কুকুৰাৰ মাজত সততে দেখা দিয়া ‘বার্ড ফ্লু’ অর্থাৎ পক্ষীজ্বৰক লৈ শংকা প্রকাশ কৰিলে আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে।

ADVERTISEMENT

‘হু’ৰ তথ্য অনুসৰি চীনত ঘাতক বার্ড ফ্লুৰ নতুন প্রজাতি এইচ৫এনৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এইবিধ পক্ষীজ্বৰত আক্ৰান্তৰ ৫০ শতাংশৰ ইতিমধ্যে মৃত্যু হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই চীনক বিশেষভাৱে সতর্ক কৰি কৈছে যে বার্ড ফ্লুৰ এই নতুন প্রজাতিৰ ব্যাপক সংক্রমণ এক চিন্তাৰ বিষয় আৰু এইচ৫এন৬ প্রজাতিৰ সংক্রমণ প্রতিৰােধ কৰাটো জৰুৰী হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন মুখপাত্রই এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘চীনত পক্ষীজ্বৰৰ দ্বাৰা প্রভাৱিত অঞ্চলসমূহ বিশেষভাৱে নিৰীক্ষণত ৰখাটো জৰুৰী হৈছে। এইচ৫এন৬ প্রজাতিৰ সংক্ৰমণৰ ফলত দেখা দিয়া পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ হলে যথেষ্ট সতর্কতা অৱলম্বন কৰিব লাগিব।

অন্যথা পক্ষীজ্বৰে এই বিশ্বত নতুন এক মহামাৰীৰ আগমন ঘটাব পাৰে পক্ষীজ্বৰৰ সংক্রমণ বৃদ্ধিক আওকাণ কৰাটো ভয়াৱহ হ’ব পাৰে। এইচ৫এন৬ৰ সংক্রমণ উদ্বেগজনক হােৱাৰ অন্যতম কাৰণটো হৈছে এই প্রজাতিৰ পক্ষীজ্বৰত আক্ৰান্তৰ মৃত্যুৰ হাৰ ৫০ শতাংশলৈকে বৃদ্ধি হৈছে।

এতিয়ালৈকে বিশ্বত যিমান সংখ্যক লােক এইচ৫এন৬ত আক্রান্ত হৈছে তেওঁলােকৰ ৫০ শতাংশ প্রাণহানি ঘটিছে। সেয়েহে এই ভাইৰাছৰ সংক্রমণ যাতে মাৰাত্মক নহয় তাৰ প্রতি সকলােৱে সতর্কতা অৱলম্বন কৰা জৰুৰী হৈছে।’ বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে পক্ষীৰ পৰা মানৱ দেহলৈ এইচ৫এন৬ৰ সংক্রমণ ঘটে যদিও মানৱ দেহৰ পৰা মানৱলৈ এই ভাইৰাছৰ সংক্রমণ ঘটাৰ স্পষ্ট প্রমাণ এতিয়ালৈকে লাভ কৰা হােৱা নাই।

তদুপৰি বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি এইচ৫এন৬ত আক্রান্ত হােৱা লােকসকলৰ সৰহ সংখ্যকে পূর্বৰে পৰা আন ৰােগত আক্ৰান্ত হৈ আছিল। অৱশ্যে চীনত এজন ৬১ বছৰীয়া মহিলাও পক্ষীজ্বৰত আক্রান্ত হৈছিল যদিও তেওঁ পূর্বে আন কোনাে ৰােগত ভােগা নাছিল।

পক্ষীজ্বৰৰ সাধাৰণ লক্ষণৰ ভিতৰত চর্দি, নিউমনিয়াৰ উপসর্গই দেখা দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাই লগতে প্ৰকাশ কৰা অনুসৰি পক্ষীজ্বৰৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে মৃত কুকুৰা বা আন পক্ষীৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰখাটো জৰুৰী। তদুপৰি ৰােগাক্রান্ত পক্ষীৰ কাষলৈ যােৱাৰ পৰাও আঁতৰি থকা উচিত বুলি বিশ্ব স্বাস্থ্য সংস্থাই পৰামর্শ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bird FluChina
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d