Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ নিউৰ’চাৰ্জিকেল অপাৰেচন সম্পন্ন

নিউৰ'চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত দুগৰাকী ৰোগীৰ সফল অস্ত্ৰোপচাৰ, স্বাস্থ্যমন্ত্ৰীৰ অভিনন্দন

publisher by publisher
October 28, 2021
in Assam, India, News
Reading Time: 1 min read
0
শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ নিউৰ’চাৰ্জিকেল অপাৰেচন সম্পন্ন
1
SHARES
14
VIEWS
ShareShareShareShare

বৰাকৰ স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰাৰ সংযোজনেৰে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সম্পন্ন হ’ল নিউৰ’চাৰ্জিকেল অপাৰেচন । ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’চাৰ্জাৰী বিভাগৰ বাবে ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়া বিশিষ্ট নিউৰ’চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষ স্নায়ুৰোগ অস্ত্ৰোপচাৰ গোটে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনত বৃহস্পতিবাৰে দুটাকৈ স্নায়ুজনিত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে । নিউৰ’চাৰ্জন ডাঃ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ তত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি আৰু ছিনিয়ৰ ৰেছিডেণ্ট চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথক লৈ গঠিত স্নায়ুৰোগ বিশেষজ্ঞ-চাৰ্জনৰ দলটোৱে মগজুত আঘাত পোৱা এটি ১২ বছৰীয়া কিশোৰ আৰু এগৰাকী ৪০ বছৰীয়া লোকৰ শৰীৰত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ৰোগী দুগৰাকীৰ কৰিমগঞ্জ আৰু কাচাৰ জিলাৰ বাসিন্দা ।

ADVERTISEMENT

আজি জৰুৰী স্নায়ুজনিত অস্ত্ৰোপচাৰ হোৱা কিশোৰগৰাকীয়ে গছৰ পৰা পৰি মূৰত গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে আনগৰাকী লোকক এটা পথ-দুৰ্ঘটনাত পতিত হোৱাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এই সফল অস্ত্ৰোপচাৰৰ পাছত সম্প্ৰতি দুয়োগৰাকী ৰোগীৰে স্বাস্থ্য সন্তোষজনক বুলি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীয়ে সদৰি কৰিছে ।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

উল্লেখ্য যে, বৰাক উপত্যকাবাসী প্ৰায় ৪০ লাখ জনসাধাৰণৰ সুবিধা হোৱাকৈ উপত্যকাটোতে স্নায়ুজনিত জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰ সেৱা উপলব্ধ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বিশিষ্ট নিউৰ’চাৰ্জন ডাঃ ধৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্ৰোপচাৰ বিভাগৰ ‘কনচালটেণ্ট’ হিচাপে নিযুক্তি দিয়াৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল । মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত যোৱা এক ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকত ডাঃ ধৰৰ নিযুক্তিত অনুমোদন জনোৱাৰ পাছত যোৱা ২২ অক্টোবৰত বিশিষ্ট নিউৰ’চাৰ্জনগৰাকীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিউৰোচাৰ্জাৰী কনচালটেণ্ট হিচাপে যোগদান কৰে । বৰাকবাসীৰ স্বাৰ্থত ৰাজ্য চৰকাৰে লোৱা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ পাছতে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সফলতাৰে দুটাকৈ নিউৰ’চাৰ্জিকেল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ বাবে ডাঃ সম্বুদ্ধ ধৰ, ডাঃ বিষ্ণু পিনাক এনজিসহ চিকিৎসক-চাৰ্জনৰ দলটোৰ সদস্যসকল আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

বৰাকবাসীৰ বাবে আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত স্নায়ুৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ বিভাগক আৰু অধিক উন্নীত কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে । এই বিভাগটোৰ বাবে বিশ্বমানৰ তথা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ-পাতি অনাৰ বাবেও চৰকাৰে ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে । আজি সন্ধিয়া কাচাৰৰ উপায়ুক্ত কীৰ্থি জলীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ গৈ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা স্নায়ুৰোগ বিশেষজ্ঞ-চাৰ্জনৰ দলটোক স্বাস্থ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ হৈ অভিনন্দন আৰু সম্বৰ্ধনা জনায় ।

শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ স্বামীয়ে জনোৱা মতে, ৰাজ্য চৰকাৰে স্নায়ুৰোগ বিশেষজ্ঞ তথা চাৰ্জন ডাঃ ধৰক চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তি দিয়াৰ সূত্ৰে এতিয়াৰে পৰা বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ চাৰ্জাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নোযোৱাকৈ শিলচৰতে নিউৰ’চাৰ্জাৰীৰ ব্যৱহাৰিক শিক্ষা-অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব । তদুপৰি, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আগন্তুক বছৰসমূহত ৰাজ্যখনে ভৱিষ্যত প্ৰজন্মৰ নিউৰ’চাৰ্জন লাভ কৰাৰ বাটো ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তই মুকলি কৰা বুলি তেওঁ প্ৰকাশ কৰে‌ ।

ইফালে, বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনত স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্ৰোপচাৰ বিভাগক শক্তিশালী ৰূপত গঢ়াৰ বাবে বিভাগটোত ডাঃ ধৰৰ লগতে বিভাগীয় তত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি, জ্যেষ্ঠ আবাসিক চিকৎসক ডাঃ বিশ্বজিৎ দেৱনাথ আৰু চাৰ্জাৰী বিভাগৰ স্নাতকোত্তৰ মহলাত অধ্যয়নৰত চিকিৎসক-ছাত্ৰসকলক লৈ এটা বিশেষ নিউৰ’চাৰ্জাৰী গোট গঠন কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । অহা এক নৱেম্বৰৰ পৰা সপ্তাহৰ প্ৰতি মঙল আৰু বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত স্নায়ুৰোগ বিভাগৰ বৰ্হিঃ চিকিৎসা সেৱা (অ’পিডি)ও মুকলি কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Keshab MahantaNeurosurgical OperationSilchar Medical College and Hospital
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d