Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মূল্যবৃদ্ধিৰ মাধমাৰত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ শ্ৰমজীৱী জনতাৰ

ধনৰ অভাৱত সন্তানক বিদ্যালয়ত নামভৰ্তিৰ পৰাও বিৰত, সাবিত্ৰী-শৰ্মিলা-তৰুলতাহতঁৰ কথা চিন্তা কৰিব কোনে ?

publisher by publisher
November 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
মূল্যবৃদ্ধিৰ মাধমাৰত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ শ্ৰমজীৱী জনতাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Inflation : তিনি মাহৰ সৰ্বোচ্চ খুচুৰা মুদ্রাস্ফীতি জানুৱাৰীত ৬.৫২ শতাংশলৈ বৃদ্ধি

CMO Assam : ঢেকিয়াজুলী বনকৰা কিশোৰী মৃত্যু প্ৰসংগত মুখ্যমন্ত্ৰীৰ সংবাদমেল

Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

মূল্যবৃদ্ধি ! ৰাজ্যৰ চাৰিওদিশে মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক। ক’ভিডে আর্থিকভাৱে বিপর্যস্ত কৰা ৰাজ্যখনত সম্প্রতি ইন্ধনৰ পৰা আৰম্ভ কৰি প্রতিবিধ খাদ্য সামগ্ৰী, নির্মাণ সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈ হোৱা ভয়াৱহ মূল্যবৃদ্ধিয়ে খাটি খোৱা জনতাৰ মূৰত মাধমাৰ দিছে।

ADVERTISEMENT

এক কথাত ক’বলৈ গ’লে দৈনিক উপার্জনেৰে জীৱন নিৰ্বাহ কৰা সাবিত্রী শর্মিলা তলতাহঁতক বাদ দি কেৱল যেন ধনীৰামসকলৰ বাবেহে ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰে উভৈনদী হৈ পৰিছে। আকাশলংঘী মূল্যবৃদ্ধিয়ে ক্ষুদ্র ব্যৱসায়ী তথা দিন হাজিৰা কৰি দৈনিক উপার্জনেৰে পৰিয়াল পোহপাল দি অহা শ্রমজীবী জনতাক কি ধৰণে বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিছে সেয়া অকল্পনীয়।

এই শ্ৰেণীৰ লোকৰ দৈনিক আয়ৰ তুলনাত জীয়াই থাকিবলৈ হোৱা ন্যূনতম ব্যয়ো অত্যধিক বৃদ্ধি হোৱাৰ ফলত সম্প্ৰতি গুৱাহাটী মহানগৰীতে এক পৃষ্ঠাৰ পৰা এসাঁজ খাই আন সাঁজ খাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। মহানগৰীৰ সাবিত্রী শৰ্মিলা-তৰুলতাহঁতৰ দৰে বহুতৰে দৈনিক উপার্জন পূৰ্বৰ পাঁচশ-ছশ টকাতে সীমাবদ্ধ থকাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি ব্যাপক মূল্যবৃদ্ধিৰ ফলত চাৰি-পাঁচজনীয়া এটা পৰিয়ালৰ কেৱল খাদ্যৰ বাবেই সাত-আঠশ টকা ব্যয় কৰিবলগীয়া হোৱাত এই শ্ৰেণীৰ লোকসকল একপ্ৰকাৰৰ দিশহাৰা হৈ পৰিছে।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে শ্রমজীৱী জনতাক। ক’ভিডে বিপর্যস্ত কৰা অর্থনৈতিক পৰিৱেশ তথা ঋণগ্রস্ত এইসকল লোকে ঠন ধৰি উঠিব নাপাওঁতেই বজাৰত প্ৰতিবিধ খাদ্য সামগ্রীতে মূল্যবৃদ্ধি হোৱাত সম্প্রতি পৰিয়াল পোহপাল দিবলৈ এই শ্ৰেণীৰ লোকসকলে এক কঠিন সংগ্রামত ব্রতী হ’বলগীয়া হৈছে।

তেনে এটা পৰিয়াল হৈছে মহানগৰীৰ তলতা বৈশ্যৰ পৰিয়াল। বামুণীমৈদামৰ উদ্যোগ পামৰ সমীপৰ পদপথত ফলমূল বিক্ৰী কৰি চাৰিজনীয়া পৰিয়ালটো চলাই থকা তলতাই মূল্যবৃদ্ধিৰ ফলত পৰিয়ালটোৱে সন্মুখীন হোৱা পৰিস্থিতি সন্দৰ্ভত আবেগিক হৈ কয়, ‘মূল্যবৃদ্ধি ! এসাঁজ খাবলৈকো আমাৰ দৰে মানুহে এশবাৰ চিন্তা কৰিবলগীয়া হৈছে। পুৱাৰ পৰা সন্ধিয়ালৈ ইয়াত বহি তিনিশ-চাৰিশ টকা পাঁও তাকো বিক্ৰী হ’লে; মাছ-মাংসতো বাদেই দিলো তিনিশ টকাত এসাঁজ খাবলৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে । কিমান দিন এনেকৈ চলিম ? আমাৰতো উপার্জন বৃদ্ধি নাপায়, সদায় ইয়াৰ ভিতৰতে থাকিব এতিয়া কি কৰিম ভাবি আছো।’

উল্লেখ্য যে স্বামী নৰেন বৈশ্যই অসুস্থতাৰ হেতুকে কঠিন কাম কৰিব নোৱাৰে বুলি সদৰী কৰি একমাত্ৰ পুত্ৰ স্নাতক আৰু কন্যা উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি আছে বুলি তেওঁ কয়।

যোৱা তিনি মাহে ঘৰভাড়া দিবলৈ পৰা নাই বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘আমাৰ দৰে দুৰ্ভগীয়া হয়তো ক’তো নোলাব। ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ কথা বাদই দিছো, কিদৰে খাম এশবাৰ চিন্তা কৰিব লগা হৈছে। চাৰিশ-পাঁচশ টকাৰে কি কৰিম?

ল’ৰা-ছোৱালীক পঢ়ুৱামেই নে খোৱাৰ চিন্তা কৰিম? আজি ১৫-২০ দিনেই হ’ল মিঠাতেল খাবলৈ এৰি দিছো। যদি এইদৰেই থাকিবলৈ হয় কিমান দিন ধাৰ কৰি কৰি খাম, চৰকাৰে অলপ চকু দিয়ক।’ একেদৰে কাহিলিপাৰা পথত দৈনিক ঘৰুৱা শাক-পাচলি বিক্ৰী কৰি অহা তথা কচুথুৰি-শিমলু আলু-অমিতা ফুল-জলফাইমচন্দৰি-কচু আদি বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা শর্মিলা দেৱীয়ে কয়, ‘আমি বিক্ৰী কৰা সামগ্ৰীসমূহৰ মূল্য কেতিয়াও বৃদ্ধি নহয়; বৰঞ্চ গ্ৰাহকে কমহে কৰে। ক’ভিডৰ পাছত বিভিন্ন স্থানৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰি বিক্ৰীৰ জৰিয়তে যিকেইটা পাওঁ তাৰে পৰিয়ালটো কোনোমতে চলি আছো।

এতিয়া ক’বলৈ ভাষা নাই। আমাৰ কথা চিন্তা কৰিব কোনে?” উল্লেখ্য যে পাঁচজনীয়া পৰিয়ালটোৰ তথা দেবীৰ স্বামীয়ে পূৰ্বতে গাড়ী চলাই পৰিয়াল পোহপাল দি আহিছিল যদিও ক’ভিডসৃষ্ট পৰিৱেশৰ ফলত সম্প্রতি এই পদপথৰ দোকানখনেই তেওঁলোকৰ উপাৰ্জনৰ একমাত্র মাধ্যম। সম্প্ৰতি মূল্যবৃদ্ধিৰ ফলত পৰিয়ালটোৰ অৱস্থা তথৈবচ হৈ পৰা বুলি উল্লেখ কৰি দেৱীয়ে কয়, ‘ল’ৰা আৰু মাজু ছোৱালীজনীক এইবাৰ নামভৰ্তিয়েই কৰিব নোৱাৰিলো, তাতকৈ আৰু দুখৰ কথা কি ক’ম !

এতিয়া মূল্যবৃদ্ধিয়ে অধিক চিন্তিত কৰিছে, আমি নাখালে ল’ৰা-ছোৱালীকেইটাক খুৱাব লাগিব। পাওঁ তিনিশ-চাৰিশ, এদিনত এহেজাৰ টকাৰ অধিক লাগে। কি কৰিম ভাবি পোৱা নাই।’ সমান্তৰালভাৱে বৰবাৰীত লাই পালেং-ঔটেঙা-কচুথুৰি-মানিমুনি-ধনীয়া-দোৰপ-পদুনা-খুতুৰা আদি বিক্ৰী কৰি দৈনিক চাৰি-পাঁচশ টকা উপাৰ্জন কৰি অহা সাবিত্ৰীয়ে মূল্যবৃদ্ধিৰ ফলত পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যা বর্ণনা কৰি কয়, ‘দাম বাঢ়িছে; কিন্তু আমি বিক্ৰী কৰা শাক-পাচলিৰ দাম নাবাঢ়ে।

শাক-পাচলিসমূহ বিচাৰি এজন যাব লাগে আৰু এজন দোকানত বহিব লাগে। সদায় যিটো উপার্জন হয়, তাৰ ওপৰতে পৰিয়াল পোহপালৰ কথা নিৰ্ভৰ কৰে। কিন্তু এতিয়া সেই উপাৰ্জনেৰে পৰিয়াল পোহপাল দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ল’ৰা-ছোৱালী কেইটাকতো ক’ব নোৱাৰো, সেয়ে দুয়োজনে সদায় চিন্তা কৰো কিদৰে পৰিয়ালটো চলিব। আমাৰ বাবে চিন্তা কৰা চৰকাৰ নাপামেই যেন পাইছো।

ব্যয়ৰ অনুপাতে নাই আয় : দিশহাৰা শ্রমজীৱী জনতা

অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সম্প্রতি শ্রমজীৱী জনতাক গভীৰ হতাশগ্রস্ত কৰি তুলিছে। মূল্যবৃদ্ধিৰ ফলত পৰিয়াল এটা পোহপাল দিবলৈ আজিৰ দিনত যিমান ব্যয় কৰিবলগীয়া হৈছে তাৰ অনুপাতে এই শ্ৰেণীৰ লোকৰ আয় সীমাবদ্ধ তথা হ্রাস পোৱাৰ ফলত এক মানসিক চাপৰ যে সন্মুখীন হৈছে সেয়া অধিকাংশ লোকৰ মুখতে স্পষ্ট হৈ পৰিছে।

কিছু কিছু লোকে চৰকাৰক ক্ষুৰ্ধাৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে কোনো কোনোৱে চৰকাৰ আছে জানো বুলিও প্রশ্ন উত্থাপন কৰিছে। ৰন্ধন গেছকে ধৰি প্ৰতিবিধ খাদ্য-সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত সাধাৰণ জনতা বাৰুকৈয়ে প্রভাবিত হোৱাৰ পাছতো শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ নকৰি বাৰে বাৰে উপলুঙা কৰি অহা দিশটোৱেও বহুতকে ক্ষুণ্ণ কৰি তুলিছে।উল্লেখ্য যে আয়ৰ তুলনাত সম্প্রতি ব্যয় অত্যধিক হাৰত বৃদ্ধি পোৱাত অর্থাৎ এই মূল্যবৃদ্ধি শীঘ্ৰে নিয়ন্ত্রণ নকৰিলে অনাগত দিনত যে এক অভাৱনীয় পৰিস্থিত উদ্ভৱ হ’ব তাৰ আভাস স্পষ্ট হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM AssamInflation
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d