Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Joe Biden : পেৰিছ চুক্তি ভংগৰ বাবে ক্ষমা বিচাৰিলে বাইডেনে

publisher by publisher
November 2, 2021
in International, News
Reading Time: 1 min read
0
Joe Biden : পেৰিছ চুক্তি ভংগৰ বাবে ক্ষমা বিচাৰিলে বাইডেনে
2
SHARES
19
VIEWS
ShareShareShareShare

পেৰিছ জলবায়ু চুক্তি ভংগ কৰাৰ বাবে ক্ষমা বিচাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । সোমবাৰে গ্লাছগোথ জলবায়ু সন্মিলনত তেওঁ কয়, ‘‘পূৰ্বৰ প্রশাসনৰ এই পদক্ষেপৰ বাবে আমেৰিকাৰ বর্তমান ৰাষ্ট্ৰপতি হিচাপে ম‌ই লজ্জিত ।’’

ADVERTISEMENT

ৰোমত বিশ্বৰ প্রথম শাৰীৰ ২০খন দেশৰ ‘জি-২০’ অধিবেশন আছিল সপ্তাহান্তত । তাৰ পাছতেই সোমবাৰে গ্লাছগোত আৰম্ভ হ’ল জলবায়ু সন্মিলন । এই সন্মিলনত ১২০খনৰো অধিক দেশৰ ৰাষ্ট্রনেতা, শিক্ষাবিদ, পৰিৱেশ আন্দোলনকাৰীসকলে যোগ দিছে । জলবায়ু সন্দৰ্ভত যাৱতীয় কর্থাবার্তাত ‘চিঅ’পি২৬’-ৰ বিষয়ে আলোচনা কৰিলে জি-২০য়ে । নিৰ্বাচিত কিছু বিষয়ত আলোচনা হয় । বিশ্বত বিপজ্জনক মাত্রাত কার্বন নির্গমনৰ ৮০ শতাংশৰ বাবে দায়ী দেশবোৰে, সকলো সৰু-বৰ দেশৰ স’তে জলবায়ু সমস্যা সমাধানৰ দায়িত্ব ভাগ কৰি ল’ব লাগিব বুলি জনোৱা হয় ।

RelatedPosts

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

Joe Biden : চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে

Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

বিশেষজ্ঞসকলৰ মতে, জি-২০ সন্মিলনত জলবায়ু পৰিৱর্তন সম্পৰ্কত যি কথা আলোচনা কৰা হ’ল, তাত নতুন একো নাই । এই গোষ্ঠীৰ সদস্য দেশসমূহে জনাইছে, আসন্ন বিপর্যয় ৰোধ কৰিবলৈ তেওঁলোকে গড় তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলচিয়াছৰ ভিতৰত ৰখাৰ চেষ্টা কৰিব । ২০১৫ত পেৰিছ জলবায়ু চুক্তিতো অৱশ্যে এই কথা দিছিল ৰাষ্ট্রনেতাসকলে । যদিও বাস্তৱত ইয়াৰ ফল প্রতিফলিত নহয় ।

এইবাৰ জি-২০-ৰ আয়োজনত কৰিছিল ইটালীয়ে । উদ্যোক্তা ইটালীৰ প্রধানমন্ত্রী মাৰিঅ’ দ্রাঘিয়ে কয়, ‘‘এটা বিষয় আমি নিশ্চিত কৰিব লাগিব, আমি যি সপোন দেখিছো, সেইটো পূৰণৰ বাবে যেন কামো হয় ।’’ ‘জি-২০’-ত ব্রাজিল, চীন, ভাৰত, জার্মানী, আমেৰিকাৰ দৰে দেশসমূহ অন্তৰ্ভুক্ত । বিশ্বৰ জনসংখ্যাৰ ৬০ শতাংশৰ বাস এই ২০ দেশত । ‘বিষাক্ত’ গ্রীন হাউছ গেছ নির্গমনৰ ৮০ শতাংশ এই দেশবোৰৰ । ৰাষ্ট্ৰসংঘৰ মতে, বিশ্ব উষ্ণায়ন নিয়ন্ত্রণ কৰিব নোৱাৰিলে, ভয়াবহ সমস্যাৰ সন্মুখীন হ’ব বিশ্ববাসী । ইতিমধ্যে তাৰ উমান পোৱা গৈছে । এফালে খৰিং যদি আনফালে বান । ইউৰোপত দাৱানল আৰু কানাডা দহিছে ৪০ ডিগ্রী চেলচিয়াস গৰমত । চলিত বৰ্ষৰ দৰে বৃষ্টি, বান, খহনীয়াৰ সন্মুখীন হোৱা নাই ভাৰতে । ৰাষ্ট্ৰসংঘৰ সতর্কবার্তা, যেনেদৰে জলস্তৰ বাঢ়িছে, সৰ্বপ্ৰথমে তলৰ দেশবোৰ সমুদ্রত ডুব যাব ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লোৱা হয় যে – ১) এই শতকৰ ভিতৰতে কার্বন নির্গমন হ্ৰাস কৰাৰ প্রতিশ্রুতি লৈছে ৰাষ্ট্রপ্রধানসকলে । চীন সর্ববৃহৎ কার্বন নির্গমনকাৰী দেশ । তেওঁলোকে ২০৬০ৰ লক্ষ্য লৈছে । ভাৰত, ৰাছিয়াৰ লক্ষ্য ২০৫০ । ২) কয়লাৰ পৰা বিদ্যুৎ উৎপাদন অবিলম্বে বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে । সকলো দেশেই এই সিদ্ধান্তত সন্মতি জনাইছে । কিন্তু ইয়াৰ বাবে কোনো লক্ষ্য স্থিৰ কৰা হোৱা নাই । ৩) দেশবোৰে জীৱাশ্ম ইন্ধনত যি বিপুল পৰিমাণৰ ভর্তুকি দিয়ে, সেয়া বন্ধ কৰাৰ বিষয়টো আলোচনা কৰা হৈছে । কিন্তু ইয়াৰো কোনো ‘লক্ষ্য’ স্থিৰ কৰা হোৱা নাই ।

ভাৰতৰ যোগদানক স্বাগত জনাইছে বৰিছ জনছনে । গ্লাছগোৰ সন্মিলনত উপস্থিত আছিল ব্রিটিছ যুৱৰাজ চার্লছ, ৯৫ বছৰীয়া প্রবীণ ব্রিটিছ সাংবাদিক ছেৰ ডেভিড এটেনবৰ’, ছুইডিছ পৰিৱেশ আন্দোলনকাৰী গ্রেটা থুনবার্গ । এটেনবৰ’ই কয়, ‘‘ম‌ই এইটো জীৱনত পৰিৱেশৰ যি পৰিৱৰ্তন দেখিলো, ইয়াৰ ফল ভুগিব লাগিব ভৱিষ্যত প্রজন্ম‌ই ।’’ জেমছ বণ্ডৰ ছবিৰ প্রসংগ দাঙি ধৰি প্রধানমন্ত্রী জনছনে কয়, ‘‘এইটো কিন্তু কোনো ছবি নহয়, যে শেষ দৃশ্যাংশত অধিনায়কে মাৰধৰ কৰি কৰি সকলোকে শেষ কৰি দিব । ‘ডুমছডে’-ৰ শংকা সত্য ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: G20 Summit 2021Joe BidenParis Climate Treaty
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d