Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰূপায়ণৰ পূৰ্বেই আৰম্ভ হ’ল দুৰ্নীতি

নিয়ম উলংঘা কৰি পঞ্জীয়নৰ নামতে পাঁচশ পৰ্যন্ত আদায়ৰ অভিযোগ

publisher by publisher
November 26, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰূপায়ণৰ পূৰ্বেই আৰম্ভ হ’ল দুৰ্নীতি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

ই-শ্ৰম প’ৰ্টেলত পঞ্জীকৃত শ্ৰমিকৰ সংখ্যা ১০ কোটি হ’ল

শেহতীয়াকৈ ৰাজ্যৰ প্ৰব্ৰজিত, বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে এক বিশেষ আঁচনি ‘অসম প্ৰব্ৰজিত শ্ৰমিক খাদ্য সুৰক্ষা আঁচনি’ ঘোষণা কৰাৰ লগে লগে কেতবোৰ হতাশজনক তথ্য ওলাই পৰিছে । কিয়নো অসম চৰকাৰৰ হাতত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সংখ্যাৰ সন্দৰ্ভত কোনো তথ্য‌ই নাই কিন্তু আঁচনি প্ৰস্তুত কৰা হৈছে । ফলত অসংগঠিত খণ্ডৰ শ্ৰমিক নহ’লেও যিকোনো লোকে চৰকাৰী সাহায্যৰ আশাত ‘ই-শ্ৰম’ প’ৰ্টেলত কৰিছে নাম পঞ্জীয়ন ।

ADVERTISEMENT

লগে লগে আহিছে ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ (চি এছ চি) সমূহৰ অবাধে ধন ঘটাৰ আন এক সুযোগ । কিয়নো বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি, চি এছ চিসমূহে পঞ্জীয়নৰ নামত এটকাও মাননি ল’ব নোৱাৰে যদিও কৰ’বাত যদি এশ টকা আন কোনোবা চি এছ চিত আকৌ পঞ্জীয়ন মাচুল পাঁচশ টকা পৰ্যন্ত দৰ উঠিছে ‌। একপ্ৰকাৰ ক’বলৈ গ’লে অসম চৰকাৰৰ ঘোষিত আঁচনি ৰূপায়ন কৰাৰ আগতেই ব্যাপক দুৰ্নীতি আৰম্ভ হৈছে ।

উল্লেখ্য যে ‘অসম প্ৰব্ৰজিত শ্ৰমিক খাদ্য সুৰক্ষা আঁচনি’ ঘোষণা কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ জাননীত উল্লেখ কৰা হৈছিল যে ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকৰ মুঠ সংখ্যাৰ চাৰিৰ পৰা পাঁচ শতাংশই ইতিমধ্যে ‘ই-শ্ৰম’ প’ৰ্টেলত পঞ্জীয়ন কৰিছে । তাৎপৰ্যপূৰ্ণ যে চৰকাৰৰ উক্ত জাননীত সংখ্যাৰ হিচাপত সেই চাৰিৰ পৰা পাঁচ শতাংশটো কিমান অথবা মুঠ শ্ৰমিকৰ সংখ্যাটো কিমান তাৰ কোনো স্পষ্ট ইংগিত নাই ।

এই ক্ষেত্ৰত অসম চৰকাৰৰ শ্ৰম বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰি চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (চিটু)ৰ অসম শাখাৰ সম্পাদক তপন শৰ্মাই কয়, ‘আমি নিৰন্তৰ প্ৰচাৰ কাৰ্য চলাই আছো আৰু সজাগ কৰিবলৈ চেষ্টা কৰি আছো যাতে কোনো কাৰণতে অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাহিৰে আন লোকে ‘ই-শ্ৰম’ প’ৰ্টেলত নাম পঞ্জীয়ন কৰি সুযোগ ল’ব নোৱাৰে । তাৰ বিপৰীতে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । বৰঞ্চ বিভাগে সংখ্যাটো অজানিত কাৰণত বৃদ্ধি কৰিবলৈহে উঠিপৰি লাগিছে ।’

চৰকাৰৰ পদ্ধতিগত ভুলৰ বাবে অসংগঠিত খণ্ডৰ শ্ৰমিক নহ’লেও এতিয়া ‘ই-শ্ৰম’ প’ৰ্টেলত যিকোনো লোকে নাম পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে কাৰিকৰীভাৱে ‘ই-শ্ৰম’ প’ৰ্টেল সকলোৰে বাবে মুকলি । ৰাজ্যৰ বিশেষকৈ গ্ৰামাঞ্চলত একোজন লোকক ‘ই-শ্ৰম’ প’ৰ্টেলত নাম পঞ্জীয়ন কৰি দিয়াৰ নামত পাঁচশ টকা পৰ্যন্ত চি এছ চি অথবা অৰুণোদয় কেন্দ্ৰসমূহে আদায় কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে একোজন অসংগঠিত খণ্ডৰ শ্ৰমিকে নিজৰ এণ্ড্ৰইড ম’বাইলৰ দ্বাৰা, ইণ্টাৰনেট কেফেত গৈ অথবা অৰুণোদয় কেন্দ্ৰত গৈও ‘ই-শ্ৰম’ প’ৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰে; কিন্তু বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি অৰুণোদয় কেন্দ্ৰৰ যোগেদি নাম পঞ্জীয়ন কৰিলেও কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰে অথবা তেনে কোনো নিৰ্দেশনা নাই ।

প্ৰতিটো অসংগঠিত খণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ নিজা নিজা পঞ্জীয়নকৃত ইউনিয়ন আছে বুলি দাবী কৰি ট্ৰেড ইউনিয়ন নেতা তপন শৰ্মাই কয়, ‘আমি দাবী কৰি আহিছো মে শ্ৰম বিভাগে প্ৰতিটো ইউনিয়নক লগত লৈ প্ৰকৃত শ্ৰমিকৰ তালিকা প্ৰস্তুত কৰক; কিন্তু আমাৰ ইউনিয়নৰ লগত আলোচনাত বহাটো দূৰৰে কথা, কোনো ধৰণৰ পৰামৰ্শ‌ও গ্ৰহণ নকৰিলে ।’

যোৱা মাহত অসম চৰকাৰে ‘অস‍ংগঠিত খণ্ড শ্ৰমিক সামাজিক সুৰক্ষা ব’ৰ্ড’ গঠন কৰিলে যদিও আজিকোপতি এখনো বৈঠক অনুষ্ঠিত নকৰিলে বুলিও শৰ্মাই ক্ষোভ প্ৰকাশ কৰে । তেওঁ লগতে দাবী কৰে যে অসমত অতি সম্প্ৰতি প্ৰায় ২৫ লাখ অসংগঠিত খণ্ডৰ শ্ৰমিক থকাৰ বিপৰীতে সমগ্ৰ দেশত প্ৰায় ৪২ কোটি অসংগঠিত খণ্ডৰ শ্ৰমিক আছে‌ ।

‘ই-শ্ৰম’ প’ৰ্টেলত চলি থকা শ্ৰমিকসকলৰ অনলাইন পঞ্জীয়নৰ সময়ত উদ্ভৱ হোৱা বেমেজালি সন্দৰ্ভত অসম চৰকাৰৰ শ্ৰম বিভাগৰ উপ-শ্ৰম আয়ুক্ত ইশ্বানু শ্বাহে কয় যে কোনো এগৰাকী শ্ৰমিকে নিজেও নাম পঞ্জীয়ন কৰিব পাৰে অথবা অৰুণোদয় কেন্দ্ৰত গৈও পঞ্জীয়ন কৰিব পাৰে আৰু দুয়োটা প্ৰক্ৰিয়াতে কোনো ধৰণৰ মাচুলৰ কথা নাই । কোনো কোনো অৰুণোদয় কেন্দ্ৰ‌ই পাঁচশ টকা পৰ্যন্ত লোৱা অভিযোগ সন্দৰ্ভত উপ-শ্ৰম আয়ুক্তগৰাকীয়ে কয়, ‘কোনোবাই যদি পঞ্জীয়নৰ নামত মাচুল লৈছে এয়া বেয়া হৈছে । ইতিমধ্যে নিৰ্দিষ্ট কিছুমান অভিযোগৰ ভিত্তিত কেইটামান অৰুণোদয় কেন্দ্ৰৰ ওপৰত ব্যৱস্থা লোৱা হৈছে আৰু এতিয়াও তেনে অভিযোগ পালে ব্যৱস্থা লোৱা হ’ব ।’

অসংগঠিত খণ্ডৰ প্ৰকৃত শ্ৰমিকে ‘ই-শ্ৰম’ প’ৰ্টেলত পঞ্জীয়ন কৰিবলৈ সুযোগ পাইছে নে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত উপ-শ্ৰম আয়ুক্তগৰাকীয়ে কয়, ‘এতিয়া সকলো প্ৰক্ৰিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে । অহা ডিচেম্বৰৰ শেষলৈ আমি গম পাম যে কিমান প্ৰব্ৰজিত শ্ৰমিক অথবা অসংগঠিত খণ্ডৰ শ্ৰমিকে পঞ্জীয়ন কৰিলে । এই সংখ্যাই ৰাজ্যৰ অসংগঠিত খণ্ডৰ মুঠ শ্ৰমিকৰ সংখ্যা কিমান তাকো বুজাত সহায় কৰিব । কিয়নো আঁচনি ৰূপায়ণৰ জিলা পৰ্যায়ত উপায়ুক্তৰ নেতৃত্বত প্ৰতিগৰাকী পঞ্জীয়নকৃত ব্যক্তিক পুনৰীক্ষণ কৰা হ’ব । তেতিয়াই প্ৰকৃত শ্ৰমিক কোন হয় বা নহয় ওলাই পৰিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Centre of Indian Trade UnionsCSCE-Shram
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d