Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আজৱ ৰোগত আক্রান্ত মহিলা, এদিনতে কৰে ৭০ বাৰকৈ বমি

publisher by publisher
November 27, 2021
in International, News
Reading Time: 1 min read
0
আজৱ ৰোগত আক্রান্ত মহিলা, এদিনতে কৰে ৭০ বাৰকৈ বমি
2
SHARES
16
VIEWS
ShareShareShareShare

আজিৰ আধুনিক জীবন শৈলীত অভ্যস্ত লােকসকল সহজে কিছুমান গভীৰ ৰােগত আক্রান্ত হােৱা দেখা যায়। কিছুমান জটিল ৰােগ ইমানে আজৱ যে এই ৰােগৰ কথা শুনিলে বহুতৰে বিশ্বাস নহয়।

ADVERTISEMENT

এনে এটা অতি আচহুৱা ৰােগ হৈছে গেষ্ট্র’প’ৰেছিছ। এই ৰােগত আক্রান্ত এগৰাকী মহিলাই শেহতীয়াভাৱে সংবাদ শিৰােনাম দখল কৰিছে ।

RelatedPosts

ব্রিটেইনৰ ৮৫ অঞ্চলত সক্রিয় পাকিস্তানী ‘ৰেপ গেং’, নিষ্ক্রিয় আৰক্ষী: দাবী সাংসদৰ

Britain: ব্ৰিটেইনত একেৰাহে সপ্তম মাহলৈ ১০ শতাংশৰ ঊৰ্ধ্বত মূল্যবৃদ্ধিৰ হাৰ

Cancer Treatment : মৃত্যুৰ পাছত শ্ৰাদ্ধ নহয়, বন্ধুসকলৰ কাষত পাৰ্টি কৰাৰ আবেদন কেঞ্চাৰ আক্ৰান্ত মহিলাৰ !

গেষ্ট্র’প’ৰেছিছত আক্রান্ত এই মহিলা সম্প্রতি ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে, কিয়নাে তেওঁ দিনটোত সঘনে বমি কৰি থাকে।

ইংলণ্ডৰ ব’ল্টন নিবাসী ৩৯ বছৰীয়া লীন বিলিয়ন। এগৰাকী গেষ্ট্র’পৰেছিছ আক্রান্ত ৰােগী। এই ৰােগত আক্রান্ত হােৱাৰ ফলত লীনে খাদ্য গ্রহণ কৰাৰ পাছত শৰীৰে প্ৰাকৃতিক পদ্ধতিৰে সেই খাদ্য হজম কৰিব নােৱাৰে আৰু শৌচকর্মৰ জৰিয়তে অনাবশ্যকীয় খাদ্য বাহিৰ হৈ নাযায়।

সেয়েহে পেটত জমা হৈ থকা হজম নােহােহাৱা পচা খাদ্য লীনৰ শৰীৰৰ পৰা বমি হৈ ওলাই যায়। ২০০৮ ত লীনৰ শৰীৰত এই ৰােগটো প্রথম ধৰা পৰিছিল৷

লীনে হঠাতে বাৰে বাৰে বমি কৰিবলৈ ধৰিছিল আৰু তেওঁ চিকিৎসকৰ কাষ চাপিছিল। চিকিৎসকে পৰীক্ষা কৰি লীনৰ শৰীৰত উক্ত বর্ষতে এটা গেষ্ট্ৰিক পেচমেকাৰ সংস্থাপন কৰিছিল।

এই পেচমেকাৰ সংস্থাপনৰ পাছত লীনৰ বমি আৰু উকালি অহা প্ৰৱণতা কিছু নিয়ন্ত্রিত হৈছিল। দুবছৰ পূর্বে ২০১৯ত এই পেচমেকাৰটোৰ বেটাৰী শেষ হৈছিল। লগে লগে লীন পুনৰ পূৰ্বৰ সমস্যাত আক্রান্ত হ’ল আৰু সঘনে বমি হ’বলৈ ধৰিলে।

বহু সন্ধান চলায়াে চিকিৎসকে পেচমেকাৰৰ নতুন বেটাৰী লাভ কৰিব নােৱাৰিলে। চিকিৎসকে লীনক জনােৱা অনুসৰি, তেওঁৰ শৰীৰত নতুন গেষ্ট্ৰিক পেচমেকাৰ লগাব লাগিব আৰু ইয়াৰ বাবদ কমেও ১০ লাখ টকা ব্যয় হ’ব।

লীনে প্রকাশ কৰা মতে, তেওঁ সৰুৰে পৰা ৰুগীয়া আছিল। অৱশ্যে সৰুতে এই ৰােগটো ধৰা পৰা নাছিল। লীনে যিকোনাে গােটা বা জুলীয়া খাদ্য গ্রহণ কৰিলে সেয়া বমি হৈ ওলাই যায়।

লীনে কয় যে তেওঁ এদিনত সর্বাধিক ৭০ বাৰলৈকে বমি কৰিছিল। বমিৰ এই ৰােগৰ ফলতে তেওঁ চাকৰি ত্যাগ কৰিবলৈকো বাধ্য হৈছিল। এতিয়া লীনে নিজকে ঘৰতে আৱদ্ধ কৰি ৰাখিছে।

লীনে আনকি বন্ধু আৰু আত্মীয়কো সাক্ষাৎ কৰিব নােৱাৰা হৈছে। লীনে সম্প্রতি এটা নতুন পেচমেকাৰৰ বাবে ধন সংগ্ৰহৰ চেষ্টা অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Britaingastroparesis diseaseLynne Willian
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d