Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India-Russia Relation : ভাৰত-ৰাছিয়াৰ ১০ বছৰৰ বাবে সামৰিক চুক্তি

publisher by publisher
December 7, 2021
in India, International, News
Reading Time: 1 min read
0
India-Russia Relation : ভাৰত-ৰাছিয়াৰ ১০ বছৰৰ বাবে সামৰিক চুক্তি
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ভাৰত আৰু ৰাছিয়াৰ বৈদেশিকমন্ত্রী আৰু প্রতিৰক্ষামন্ত্রী পর্যায়ৰ (টু প্লাছ টু) সর্বপ্রথম বৈঠকতেই সাফল্যতা দেখা গৈছে বুলি দাবী দিল্লীৰ । সোমবাৰে প্রতিৰক্ষা ক্ষেত্রত দুটা অত্যন্ত গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছে দুই দেশে । দীর্ঘম্যাদি সামৰিক সহযোগিতাৰ ক্ষেত্রতো অনাগত ১০ বছৰৰ বাবে চুক্তি হৈছে মস্কো-দিল্লীৰ । সমগ্ৰ বিষয়টো সংঘটিত হৈছে আমেৰিকাৰ ‘কেটছা’ (কোনো দেশৰ ৰাছিয়াৰ পৰা উচ্চ প্রযুক্তিৰ আৰু বৃহৎ পৰিমাণত যুদ্ধাস্ত্র আৰু যুদ্ধসৰঞ্জাম কিনাৰ ক্ষেত্রত আমেৰিকাৰ নিষেধাজ্ঞা সংক্রান্ত আইন) আইনক অগ্রাহ্য কৰি ।

ADVERTISEMENT

প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্রতিৰক্ষামন্ত্রী ছের্গেই ছোইগুই আজি প্রথম যি চুক্তিত স্বাক্ষৰ কৰে সেয়া হৈছে প্রায় ছয় লাখ এ কে-২০৩ ৰাইফল ভাৰতত যৌথ উৎপাদন সংক্রান্তত । উত্তৰ প্রদেশৰ অমেঠীত ৰূপায়িত হ’ব পাঁচ হেজাৰ কোটি টকাৰ প্রকল্প । লগতে ২০৩১ পর্যন্ত ভাৰত-ৰাছিয়াৰ সামৰিক প্রযুক্তি সহযোগিতাৰ এটা চুক্তিও স্বাক্ষৰ কৰে দুই দেশৰ প্রতিৰক্ষামন্ত্রীয়ে ।

বৈঠকৰ পাছত প্ৰতিৰক্ষামন্ত্ৰী সিঙে টুইট কৰি কয়, “প্রতিৰক্ষা-সহযোগিতাৰ ক্ষেত্রত কার্যকৰী, ফলপ্রসূ আৰু সর্বাত্মক দ্বিপাক্ষিক আলোচনা হৈছে আজি । ৰাছিয়াৰ স’তে বিশেষ কৌশলগত সম্পর্ক আছে আমাৰ । যি দেশৰ বাবে অত্যন্ত মূল্যৱান ।”

আন এটা টুইট কৰি তেওঁ কয়, “ভাৰতৰ প্রতি ৰাছিয়াৰ গভীৰ সমর্থনত আমি কৃতজ্ঞ । আমি আশা কৰিছো আমাৰ যৌথ সহযোগিতাই সমগ্ৰ অঞ্চলত শান্তি, সমৃদ্ধি আৰু সুস্থিৰতা আনিব ।” চীনক কটাক্ষ কৰি প্ৰতিৰক্ষামন্ত্ৰী সিঙৰ মন্তব্য, ‘‘অতিমাৰী, প্রতিবেশী বলয়ে সামৰিক শক্তিবৃদ্ধিৰ লগতে ২০২০ৰ গ্রীষ্মৰ পৰা উত্তৰ সীমান্তত প্রৰোচনা নকৰাকৈয়ে আগ্রাসনৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিছে । কিন্তু ভাৰতে তাৰ ৰাজনৈতিক দৃঢ়তা আৰু দেশবাসীৰ কর্মদক্ষতাৰ ফলত সেই প্ৰত্যাহ্বান অতিক্রম কৰিব‌ ।’’

বৈঠকৰ আৰম্ভণিতেই বৈদেশিকমন্ত্রী এছ জয়শংকৰে কয়, “আমি এনে সময়ত মিলিত হৈছো যি সময়ত আন্তর্জাতিক ভূৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ আছে । পৰম মিত্র আৰু কৌশলগতভাৱে মিত্ৰ যাষ্ট্র হিচাপে ভাৰত আৰু ৰাছিয়াই নিজ নিজ স্বার্থ ৰক্ষার্থে পৰস্পৰৰ স’তে সংযুক্ত হৈ আছে ।” দুই দেশৰ ৰাজনৈতিক আৰু সামৰিক নেতৃত্বৰ সংযোগৰ দিশটো দাঙি ধৰি জয়শংকৰে কয়, “এই বৈঠকত এটা মঞ্চ তৈয়াৰ হ’ল য’ত পাৰস্পৰিক ৰাজনৈতিক-সামাজিক বিষয়সমূহক লৈ আলোচনা সম্ভৱ ।”

কূটনৈতিক সূত্রৰ মতে, আমেৰিকাক সম্পূৰ্ণ অগ্রাহ্য কৰি যে ভাৰতে ৰাছিয়াৰ স’তে এই বিস্তৃত সহযোগিতা কৰিছে, তেনে নহয় । সকলোখিনি আমেৰিকাক জনায়েই কৰা হৈছে বুলি সূত্রৰ খবৰ । চীনৰ স’তে সীমান্ত সংঘাত চলাৰ সময়তে, এই প্রতিৰক্ষা সৰঞ্জাম ভাৰতৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ ।

সূত্রৰ খবৰ, এই বিষয়টো আমেৰিকাৰ প্রশাসনক বুজাবলৈ সমর্থ হৈছে মোদী চৰকাৰে । দুসপ্তাহ আগতেই এই সন্দৰ্ভত নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দীর্ঘ আৰু গুৰুত্বপূর্ণ বৈঠক কৰে আমেৰিকাৰ চেনেটৰ জন কর্নিনৰ স’তে । কর্নিন সেই দুজন চেনেটৰ এজন যিসকলে সম্প্রতি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক আবেদন কৰিছে, ভাৰতক নিষেধাজ্ঞাৰ আওতাৰ বাহিৰত ৰাখিবলৈ । তেওঁলোকৰ যুক্তি, ভাৰতৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিলে দুই দেশৰ কৌশলগত সম্পর্কৰ বাবে ক্ষতিকাৰক হ’ব ‌।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiRajnath singhVladimir Putin
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d