●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৭,৭৭৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
ADVERTISEMENT
● দৈনিক সংক্ৰমণৰ হাৰ ০.৬৫ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪৬,৯০,৫১০ জন ।
● ইতিমধ্যে ৪,৭৫,৪৩৪ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৩০৬ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৬৫,৫৮,১৬,৭৫৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ১১,৮৯,৪৫৯ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ১,৩২,৯৩,৮৪,২৩০ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৮৯,৫৬,৭৮৪ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।





























