Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তলা ওলমিল ৫৭ লাখ উদ্যোগত

publisher by publisher
December 18, 2021
in India, News
Reading Time: 1 min read
0
তলা ওলমিল ৫৭ লাখ উদ্যোগত
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

সমগ্র বিশ্বৰ লগতে ভাৰতকো ক’ভিডে ভয়াৱহতাৰ মাজলৈ লৈ গৈছে। উদ্যোগ-বাণিজ্য খণ্ডক মাধমাৰ শােধােৱা অতিমাৰীৰ ফলত মানসিকভাৱেও বিপর্যস্ত হৈছে বৃহৎসংখ্যক লােক।

ADVERTISEMENT

ক’ভিডে উদ্যোগ খণ্ডত প্রচণ্ড আঘাত শােধােৱাই কেৱল নহয়, ইয়াৰ মাৰাত্মক আক্ৰমণত মানসিকভাৱে দুৰ্বল হৈ পৰা ব্যৱসায়ীৰ আত্মহত্যাৰ ঘটনাও বৃদ্ধি পাইছে। এই ভয়াৱহ ছবি উন্মােচিত হয় চলিত সংসদৰ শীতকালীন অধিবেশনত।

ক’ভিডৰ ভয়াৱহতাত দেশজুৰি ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহৰ মৃত্যু হ’বলৈ ধৰিছে। সংসদৰ চলিত অধিবেশনতে এই সম্পর্কীয় অত্যন্ত উদ্বেগজনক ছবি উন্মােচিত হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তৃণমূলৰ অভিষেক বন্দ্যোপাধ্যায়ৰ প্রশ্নৰ উত্তৰত কেন্দ্রীয় ক্ষুদ্র আৰু মজলীয়া উদ্যোগ মন্ত্রণালয়ে দেশক প্ৰত্যাহ্বানৰ সন্মুখীন কৰা এই পৰিস্থিতিৰ বিষয়ে প্রকাশ কৰে।

বিৰােধীয়ে সমস্বৰে দাবী কৰে যে অতিমাৰীৰ এটাৰ পাছত আনটো ঢৌৰ আক্ৰমণত দেশৰ পৰা ৫৭ লাখ মজলীয়া উদ্যোগ বন্ধ হৈছে। কিয়নাে মন্ত্রণালয়ে দাঙি ধৰা তথ্য অনুসৰি, ক’ভিডৰ খুন্দাত দেশৰ প্রতি এশটাৰ ভিতৰত নটা অর্থাৎ ন শতাংশ অতি ক্ষুদ্র,ক্ষুদ্র আৰু মজলীয়া শ্ৰেণীৰ উদ্যোগ প্রতিষ্ঠানত তলা ওলমিছে।

তদুপৰি চৰকাৰে দাঙি ধৰা আন এক ভয়াৱহ তথ্য অনুসৰি, ২০১৯ৰ তুলনাত ২০২০ত অর্থাৎ দেশক ক’ভিডে আক্রান্ত কৰা বৰ্ষত ব্যৱসায়ীসকলৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। ৰাহুল গান্ধীৰ লিখিত প্রশ্নৰ উত্তৰত কেন্দ্রীয় ক্ষুদ্র আৰু মজলীয়া উদ্যোগ মন্ত্রী নাৰায়ণ ৰানেই কয় যে ৰাষ্ট্ৰীয় অপৰাধ ৰেকর্ড ব্যুৰ’ (এন চি বি)ৰ তথ্য অনুসৰি, ২০১৯ত দেশত ৯,০৫২ জন ব্যৱসায়ীয়ে আত্মহত্যা কৰিছিল।

২০২০ত এই সংখ্যা ১১,৭১৬ লৈ বৃদ্ধি পায়। অৱশ্যে ইয়াৰ ভিতৰত কিমানজন ক্ষুদ্র-মজলীয়া ব্যৱসায়ী সেই হিচাপ এন চি আৰ বিত নাই। একেদৰে তৃণমূল সাংসদৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীয়ে জনােৱা মতে,ক্ষুদ্র-মজলীয়া ব্যৱসায়ীৰ আত্মহত্যাৰ হিচাপ নাৰাখে মন্ত্রণালয়ে।

অৱশ্যে চৰকাৰে কয় যে ২০১৯ৰ তুলনাত ২০২০ত অর্থাৎ ক’ভিডৰ বৰ্ষত ব্যৱসায়ীৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰৰ বক্তব্য অনুসৰি, ক’ভিড পৰিস্থিতিত তলাবন্ধৰ পাছত ৰাষ্ট্রীয় ক্ষুদ্র উদ্যোগ নিগমে দেশজুৰি এটি অনলাইন সমীক্ষা চলাইছে।

ইয়াত প্রকাশ পায় যে ৯১ শতাংশ ক্ষুদ্র আৰু মজলীয়া উদ্যোগ চলি থাকিলেও ন শতাংশ বন্ধ হৈছে। কংগ্ৰেছৰ দাবী অনুসৰি, দেশত আছে প্রায় ৬.৬৩ কোটি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ। সেয়েহে চৰকাৰী হিচাপ অনুসৰি ইয়াৰ ভিতৰত ৫৭ লাখ উদ্যোগ প্রতিষ্ঠানৰ দুৱাৰ বন্ধ হৈছে।

ৰাহুলে আনহাতে প্রশ্ন কৰিছিল যে কেন্দ্রই ক্ষুদ্র-মজলীয়া উদ্যোগৰ বাবে কি কৰিছে। অভিষেকৰ প্রশ্ন আছিল যে চৰকাৰৰ ব্যৱস্থাৱলীত কিবা লাভ হৈছে নে ? কিয়নাে মােদী চৰকাৰে কৰা দাৰী অনুসৰি, তলাবন্ধ সময়ৰ পৰাই ক্ষুদ্র-মজলীয়া উদ্যোগৰ বাবে ঋণৰ যােগান, ঋণৰ গেণ্টিৰ দৰে বিভিন্ন পদক্ষেপ লােৱা হৈছে।

ৰাহুলৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে ক’ভিডৰ আঘাতত ঋণ পৰিশােধ কৰিব পৰা নাই ক্ষুদ্র আৰু মজলীয়া উদ্যোগ প্রতিষ্ঠানে। ফলত এই খণ্ডত অনুৎপাদক সম্পদ (এনপিএ)ৰ পৰিমাণ বৃদ্ধি পাইছে।

ক’ভিডৰ পূৰ্বৱর্তী বিত্তীয় বৰ্ষত অর্থাৎ ২০১৯-২০ৰ শেষত ক্ষুদ্র-মজলীয়া প্ৰতিষ্ঠানৰ বাবে মুদ্রা ঋণত অনুৎপাদক সম্পদৰ পৰিমাণ আছিল ২২ হেজাৰ কোটি টকা। ক’ভিডৰ সময়ছােৱাত ২০২০-২১ৰ শেষত ৩৪ হেজাৰ কোটি টকাৰ অধিক হৈছে।

বিৰােধীৰ অভিযােগ অনুসৰি, মােদীৰ শাসনকালত মূল্যবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ দৰে বিধ্বস্ত হৈছে ক্ষুদ্র-মজলীয়া উদ্যোগ। দেশৰ ১৭০টা এনে উদ্যোগ সংগঠনৰ ঐক্যমঞ্চই কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অহা ২০ ডিচেম্বৰত উৎপাদন বন্ধ ৰখাৰ আহ্বান জনাইছে।

ইয়াৰ ফলত প্রায় ৩০ হেজাৰ কোটি টকাৰ লােকচান আৰু আয় ক্ষতিগ্রস্ত হ’লেও ক্ষুদ্র-মজলীয়া উদ্যোগে এই পথত খােজ কাঢ়িবলৈ বাধ্য হৈছে বুলি তেওঁলােকে দাবী কৰিছে। বিৰােধীসকলৰ মতে, এই ছবিখনে দাঙি ধৰে যে মােদী চৰকাৰে ক’ভিডৰ ক্ষতিপূৰণৰ বাবে দিয়া দৰবৰ কোনাে ফল নধৰিল।

মন কৰিবলগীয়া যে বিৰােধী মৰ্চা গঠনক লৈ কংগ্ৰেছৰ স’তে এতিয়া তৃণমূল প্রায় প্রতিদিনে দ্বন্দ্ব অব্যাহত আছে। বিজেপিৰ বিৰুদ্ধে নিষ্ক্রিয় ভূমিকা গ্রহণ কৰা বুলি তৃণমূলে প্রতিদিনেই কংগ্ৰেছক আক্রমণৰ লক্ষ্য কৰি তােলাৰ বিপৰীতে তৃণমূলে বিজেপিক সুবিধা কৰি দিয়া বুলি কংগ্ৰেছে অভিযােগ কৰিছে।

এই পৰিস্থিতিত অৱশ্যে ৰাহুল গান্ধী আৰু অভিষেক বন্দ্যোপাধ্যায়ে প্রায় একেসুৰীয়া প্রশ্ন কৰে চৰকাৰক। ৰাহুলৰ প্রথম প্রশ্ন আছিল ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীৰ আত্মহত্যাৰ বিষয়ে চৰকাৰ অৱগত নে?

অভিষেকে প্রশ্ন কৰিছিল এইসকলৰ ক্ষতিপূৰণ সম্পর্কীয়। ইয়াৰ উত্তৰতে পােহৰলৈ আহে। ক’ভিডৰ আক্ৰমণৰ আন এক নির্মম ছবি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid19indiaindustries
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d