Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Kidney Problems : নিঃশব্দে ঘাতক হৈ উঠিব পাৰে কিডনিৰ ৰোগ, কি কি লক্ষণে দেখা দিলে সতর্ক হ’ব

publisher by publisher
December 24, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
Kidney Problems : নিঃশব্দে ঘাতক হৈ উঠিব পাৰে কিডনিৰ ৰোগ, কি কি লক্ষণে দেখা দিলে সতর্ক হ’ব
6
SHARES
55
VIEWS
ShareShareShareShare

মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূর্ণ অংগৰ ভিতৰত অন্যতম হ’ল কিডনি বা বৃক্ক । বৃক্কৰ সমস্যাৰ সময় থাকোতেই চিকিৎসা নকৰিলে প্রাণৰ শংকাও হ’ব পাৰে । কিন্তু সমস্যা হ’ল যে, বহু ক্ষেত্রতেই কিডনিৰ সমস্যাৰ উপসর্গবোৰ ইমানেই মৃদু হয় যে, অসুখ গম্ভিৰ নোহোৱা পৰ্যন্ত বুজিব নোৱাৰি । জানক কি কি লক্ষণ থাকিলে আগতেই সতর্ক হ’ব ।

ADVERTISEMENT

১। সকলো সময়তে ক্লান্ত লগা
কাম কৰাৰ উদ্যম হেৰুৱাই পেলোৱা বৃক্কৰ সমস্যাৰ অন্যতম প্রধান এক লক্ষণ । বৃক্কৰ মূল কামেই হ’ল তেজ পৰিশোধ কৰা । কিডনিয়ে সঠিকভাৱে কাম নকৰিলে তেজত বিষাক্ত আৰু অপ্রয়োজনীয় উপাদান বৃদ্ধি পায় । ফলত ক্লান্ত লাগে আক্রান্তৰ । ইয়াৰ উপৰি, ৰক্তাল্পতাৰ সমস্যাইও দেখা দিব পাৰে । ৰক্তাল্পতাৰ অন্যতম প্রধান লক্ষণ হ’ল স্বাভাৱিকৰ তুলনাত অধিক ক্লান্তি ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

২। অনিদ্রা
কিডনিয়ে সঠিকভাৱে কাম নকৰিলে মূত্রৰ মাধ্যমত অপ্রয়োজনীয় বর্জ্য পদার্থবোৰ শৰীৰৰ বাহিৰত ওলাব নোৱাৰে । ই অনিদ্রাৰ অন্যতম কাৰণ । বিশেষজ্ঞসকলৰ মতে, কিডনিৰ সমস্যাত আক্রান্ত লোকৰ টোপনি নহাৰ সমস্যা সুস্থ মানুহৰ তুলনাত অধিক ।

৩। ছালৰ সমস্যা
মানৱদেহত প্রয়োজনীয় লৱণ আৰু খনিজ পদার্থৰ ভাৰসাম্য বজায় ৰখাও কিডনিৰ অন্যতম প্রধান কাম । ছালৰ সজীৱতা বজায় ৰাখিবলৈ আৰু হাড়ৰ স্বাস্থ্য ৰক্ষাত এই উপাদানবোৰৰ বৃহৎ ভূমিকা থাকে । ফলত শুষ্ক ছাল, ছালৰ ঘা আৰু হাড়ৰ সমস্যা কিডনিৰ অসুখৰ অন্যতম লক্ষণ হ’ব পাৰে ।

৪। মূত্রৰ সমস্যা
যদি আপুনি বাৰে বাৰে মূত্রত্যাগ কৰিবলগীয়া হয় তেন্তে কিডনিৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে । বিশেষকৈ নিশা স্বাভাৱিকৰ তুলনাত অধিকবাৰ মূত্র ত্যাগ কৰিবলগীয়া হ’লে সতর্ক হোৱা প্রয়োজন । মূত্রৰ লগতে তেজ ওলোৱা বা মূত্রত অতিৰিক্ত ফেন হোৱা কিডনিৰ সমস্যাৰ লক্ষণ । মূত্রত এলবুমিন অধিক হ’লে অতিৰিক্ত ফেন তৈয়াৰ হয় ।

৫। ভৰি ফুলি যোৱা
কিডনিৰ সমস্যাত ছডিয়ামৰ ভাৰসাম্য নষ্ট হয় । ইয়াৰ ফলত ভৰি ফুলি যায় । বহু সময়ত খনিজ লৱণৰ ভাৰসাম্যৰ ফলত শৰীৰৰ পেশীত টান লগাৰ সমস্যা হয় । মূলতঃ কেলছিয়াম আৰু ফচফৰাচৰ সমস্যাত এনে ঘটনা ঘটে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthKidney
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d