Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home New Year 2022

নৱবৰ্ষত অভিশপ্ত সময়বোৰ যাতে পুনৰ ঘূৰি নাহে

ৰিচা ভৰদ্বাজ

publisher by publisher
January 1, 2022
in New Year 2022
Reading Time: 1 min read
0
নৱবৰ্ষত অভিশপ্ত সময়বোৰ যাতে পুনৰ ঘূৰি নাহে
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহনন

বিবাহিত অৱস্থাত আনৰ স’তে শাৰীৰিক সম্পৰ্কৰ পক্ষত কাজল-টুইংকল

বলিউডত শোকৰ ছাঁ ! ‘দেৱদাস’খ্যাত অভিনেত্রী নাজিমাৰ দেহাৱসান

প্রথমে অসমবাসী অসমবাসীক নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছাে। আশা কৰিছাে অনাগত বৰ্ষটোৱে সকলােৰে জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনক।

ADVERTISEMENT

বিগত প্রায় দুটা বছৰে নভবাকৈ যি পৰিস্থিতিৰ সন্মুখীন হৈ আহিছাে, সেই পৰিস্থিতিয়ে আমাৰ জীৱনত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে । আশা কৰাে নতুন বর্ষটোৱে যেন সকলাে হতাশা দূৰ কৰি জীৱন সুখময় কৰি তােলে।

বিগত দুটা বছৰে কেৱল শিল্পী সমাজেইনহয়, সমগ্র ৰাজ্যবাসীৰেই স্বাভাৱিক জীৱন অস্বাভাৱিক হৈ পৰিছিল। বহু লােকে কর্ম-সংস্থাপন হেৰুৱাব লগা হ’ল।

বহুতে এসাঁজ খাই এসাঁজ লঘােণে থাকিব লগা হ’ল। অনাহাৰত বহুতে জীৱন দিবলগীয়া হৈছিল। শিল্পীসকলৰ অনুষ্ঠান বন্ধ হৈ পৰিছিল, যি আমাৰ জীৱন-জীৱিকাৰ মূল উৎস আছিল। গতিকে বিভিন্ন শিল্পীয়ে ইয়াৰ বিকল্পৰূপে জীৱিকাৰ বেলেগ পথ বাছি ল’ব লগা হৈছিল।

তেওঁলােকক আমি আচলতে সন্মান জনাব লাগে। কিয়নাে কামৰ কোনাে সৰু-বৰ নাথাকে। সৎ পথেৰে যদি কোনােবাই এটকাও উপার্জন কৰিছে, তেন্তে সেয়াও আমাৰ বাবে বহুত। ক’ভিড কালত মােৰাে জীৱন অতি কষ্টৰে পাৰ হৈছিল।

কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈছাে। সেয়ে ঈশ্বৰক এটাই প্রার্থনা, এনে অভিশপ্ত সময়বােৰ যেন পুনৰ ঘূৰি নাহে। অনাগত দিনবােৰ যেন সকলােৰে বাবে সুখৰ হয়। বর্তমান মই কেইবাটাও কাম হাতত লৈছাে।

ইতিমধ্যে মােৰ নিজৰ প্ৰডাকচনৰ বেনাৰত পাঁচটা গীতে মুক্তি পাইছে। অন্য প্রডাকচনৰ বেনাৰতাে প্রায় ১৫টা গানে ইতিমধ্যে মুক্তি লাভ কৰিছে। ২০২২ৰ জানুৱাৰীৰ প্রথম সপ্তাহত মােৰ কণ্ঠত ‘বুকুৰ আপােন বুলি’ শীর্ষক এটা ৰােমান্টিক গীতে মুক্তি লাভ কৰিব।

তদুপৰি অহা বছৰত বহু কেইটা গানৰ পৰিকল্পনা চলি আছে। তেনেদৰে আকস্মিকভাৱে মই অভিনয়ৰ স’তেও জড়িত হৈ পৰিছাে। অভিনয় সৰুৰে পৰা ভাল পাওঁ। সপােনৰ ডেউকাত’ নামৰ ধাৰাবাহিক এখনত প্রথম অভিনয় কৰিছিলাে।

তাৰ পাছত ‘মৃত্যুঞ্জয়’ নামৰ ৱেব ছিৰিজ এখনতাে অভিনয় কৰাে। শেহতীয়াকৈ ‘ছিম্পল ছােৱালী’ নামৰ এখন চুটি ছবিত অভিনয় কৰিছাে। লগতে আন কে’বাখনাে ধাৰাবাহিক আৰু ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিছে। অতি সােনকালে ৰাইজে দেখিবলৈ পাব। মই সৃষ্টিমূলক কামবােৰ কৰি যাব বিচাৰাে।

কিয়নাে আমি যি ক্ষেত্ৰখনৰ স’তে জড়ি হৈ আছাে, তেনে ক্ষেত্ৰৰ লােকসকলক মানুহে অনুসৰণ কৰে। সেয়ে মই ভাবাে প্রতিজন শিল্পীয়ে সমাজৰ বাবে কাম কৰাটো এক কর্তব্য। মােৰ ইচ্ছা, অসমত থকা বিভিন্ন জাতি-জনগােষ্ঠীৰ পৰম্পৰাগত সংগীত আৰু সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰি বিশ্ব দৰবাৰলৈ লৈ যােৱাৰ।

মই নিজকে সফল বুলি কেতিয়াও নাভাবাে, কিয়নাে মােৰ বহু কাম কৰিবলৈ আছে। মই কষ্ট কৰি আছে। অসমবাসীৰ আশীর্বাদ পালে লক্ষ্যত উপনীত হ’ব পাৰিলেহেসফল হােৱা বুলি ভাবিম। সফলতাৰ কোনাে ‘শ্বট কাট’ নাথাকে। কষ্ট কৰিবই লাগিব।

নতুন প্রজন্মৰ বাবে এষাৰেই কওঁ যে একান্তমনে নিজ নিজ ক্ষেত্ৰত নিজৰ এশ শতাংশ দি কাম কৰি যাওক। সমাজে আদৰি ললে এদিন সফলতাৰ মুখ দেখিবই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2022ActressRicha-Bharadwaj
publisher

publisher

Related Posts

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
Assam

January 1, 2024
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
COVID-19 : ক’ভিড আপডেট
COVID-19

COVID-19 : ক’ভিড আপডেট

June 6, 2022
দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ
New Year 2022

January 2, 2022
সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো
News

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো
New Year 2022

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

January 2, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d