Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kashmir Encounter : কাশ্মীৰত এনকাউণ্টাৰ , নিহত দুই উগ্ৰপন্থী

এনকাউণ্টাৰত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন LeT (TRF)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয়।তথ্য অনুসৰি তেওঁলোকৰ মৃতদেহ সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে।

publisher by publisher
January 23, 2022
in India, News
Reading Time: 1 min read
0
Kashmir Encounter : কাশ্মীৰত এনকাউণ্টাৰ , নিহত দুই উগ্ৰপন্থী
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Islamabad:’অপাৰেছন সিন্দূৰ’ত ছন্দ হেৰুৱাইছে ইছলামাবাদে !

নাম সুধি হিন্দু পর্যটকক গুলীয়ালে সন্ত্রাসবাদীয়ে

জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ,উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধ কৰে সেনাই,

শনিবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ান (Shopian) জিলাত নিৰাপত্তাবাহিনীৰ স’তে সংঘৰ্ষত লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ দুজন উগ্ৰপন্থী নিহত হয়। এই খবৰল প্ৰকাশ কৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ।

আৰক্ষীৰ এজন মুখপাত্ৰই কয় যে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানৰ কিলবাল (Kilbal) গাঁৱত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে এক নিৰ্দিষ্ট ইনপুটৰ ওপৰত ভিত্তি কৰি অঞ্চলটোৰ চাৰিওফালে এটা তালাচী অভিযান আৰম্ভ কৰা হৈছিল।

ADVERTISEMENT

আৰক্ষীৰ মুখপাত্ৰজনে জনাইছে ,”অনুসন্ধান অভিযানৰ সময়ত, যুটীয়া অনুসন্ধানকাৰী দলটো সন্দেহজনক স্থানৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে লুকাই থকা সন্ত্ৰাসবাদীসকলে যুটীয়া অনুসন্ধানকাৰী দলটোৰ ওপৰত নিৰ্বিচাৰ ভাৱে গুলী চালনা কৰে যাৰ প্ৰতিশোধ লোৱা হয় । ইয়াৰ ফলত এটা এনকাউণ্টাৰ হয়। ”

এই এনকাউণ্টাৰটোত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন LeT (TRF)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয়।তথ্য অনুসৰি তেওঁলোকৰ মৃতদেহ সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে।

উগ্ৰপন্থীসকলক শ্বপিয়ানৰ ধাংগামৰ বাসিন্দা সমীৰ আহমেদ শ্বাহ আৰু পুলৱামাৰ ৰইছ আহমেদ মীৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, আৰক্ষীৰ ৰেকৰ্ড অনুসৰি নিহত সন্ত্ৰাসবাদী দুয়োজন নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ আৰু সাধাৰণ লোকৰ বিৰুদ্ধে হিংসাকে ধৰি কেবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল।

সংঘৰ্ষস্থলীৰ পৰা আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছিল। তথ্য অনুসৰি উদ্ধাৰ হোৱা সকলো সামগ্ৰী অনুসন্ধানৰ বাবে কেছ ৰেকৰ্ডত লোৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu-KashmirLet
publisher

publisher

Related Posts

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d