Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আফগানিস্তানক লৈ ডাঙৰ পদক্ষেপ ভাৰতৰ ,মধ্য এছিয়াৰ পাঁচখন দেশৰ স’তে যৌথ কৰ্মসমিতি তৈয়াৰীৰ পথত দিল্লী

publisher by publisher
January 28, 2022
in India, News
Reading Time: 1 min read
0
আফগানিস্তানক লৈ ডাঙৰ পদক্ষেপ ভাৰতৰ ,মধ্য এছিয়াৰ পাঁচখন দেশৰ স’তে যৌথ কৰ্মসমিতি তৈয়াৰীৰ পথত দিল্লী
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কাবুলত চিকিৎসালয়ত ভয়ংকৰ আক্রমণ! শতাধিক নহয়

মধ্য এছিয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান হৈ আহিছে তালিবান । লস্কৰ, আল কায়েদাৰ দৰে উগ্ৰপন্থী সংগঠনে জেহাদীৰ শাসনত দেশখনত শক্তি লাভ কৰিছে। এনে পৰিস্থিতিত, ভাৰতে মধ্য এছিয়াৰ পাঁচখন দেশৰ স’তে যুটীয়া কাৰ্যসমিতি গঠন কৰাৰ পথত।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলনত মধ্য এছিয়াৰ পাঁচখন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ স’তে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে।

সন্মিলনখনত কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম জোমাৰ্ট টোকায়েভ, উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জাইয়েভ, তাজিকিস্তানৰ ৰাষ্ট্ৰপতি এমোমালি ৰহমন, তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতি গুৰাঙ্গুলি বেৰ্দিমুহামেদেও আৰু কিৰগিজিস্তানৰ চাদিৰ জাপাৰোভ উপস্থিত আছিল।

তথ্য অনুসৰি আফগানিস্তানত তালিবানৰ উত্থানৰ কথা মনত ৰাখি, ৰাষ্ট্ৰপ্ৰধানসকলৰ মাজত আঞ্চলিক নিৰাপত্তাৰ বিষয়ে আলোচনা কৰা হৈছিল ।

বৈঠকত তেওঁলোকে শান্তিপূৰ্ণ আৰু স্থিৰ আফগানিস্তান গঢ়ি তুলিবলৈ সন্মত হয়। ইয়াৰ উপৰিও, দেশৰ সাৰ্বভৌমত্ব আৰু আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ সিদ্ধান্তও লোৱা হয়।

সন্মিলনৰ পাছত এক বিবৃতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “বৈঠকত অংশগ্ৰহণকাৰী দেশসমূহৰ মুৰব্বীসকলে অসুৰক্ষা পৰিষদৰ প্ৰস্তাৱ ২৫৯৩ নম্বৰ প্ৰস্তাৱৰ গুৰুত্ব ব্যাখ্যা কৰি ইয়াক সমৰ্থন জনাইছিল। ২০২১ চনৰ প্ৰস্তাৱ অনুসৰি, আফগানিস্তানত সন্ত্ৰাসবাদীসকলক স্থান দিব নোৱাৰি। তেওঁলোকে আফগানিস্তানৰ ওপৰত এখন যুটীয়া কাৰ্যকৰী সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে। “সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তিনিটা মুখ্য বিষয়ত অতিৰিক্ত গুৰুত্ব আৰোপ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Afghanistan‬PM Modi‎Taliban
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d