মেষঃ কামৰ ব্যস্ততা বৃদ্ধি, শুভ কৰ্ম সম্পন্ন কৰিব পাৰিব, আশাবাদী মন, শৰীৰ কিছু যত্ন লোৱা প্ৰয়োজন। শুভ ৰং মেৰুন । শুভ সংখ্যা ৬ ।
বৃষঃ পৰিশ্ৰমমৰ উপযুক্ত মৰ্যাদা পাব, শত্ৰুৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, কৰ্মস্থানত মধ্যম, শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।
মিথুনঃ কৰ্মস্থানত মধ্যম, গুৰুৰ কৃপা লাভ কৰিব, সততা ৰক্ষা পৰিব । বজৰংবলিক পূজা কৰক, বিদ্যা বুদ্ধিইত শুভ । শুভ ৰং কমলা, শুভ সংখ্যা ৫ ।
কৰ্কটঃ কৰ্মত উন্নতি, সামাজিক আৰু ধৰ্মীয় স্থিতি উন্নত; খৰচ বৃদ্ধি । শিৱ মন্দিৰ দৰ্শন, শুভ ৰং ৰঙা । শুভ সংখ্যা ৮ ।
সিংহঃ কৰ্মত সফল, নিবনুৱা কৰ্মসংস্থাপনৰ যুগ । সন্মান বৃদ্ধি, ভ্ৰমণত শুভ । শুভ ৰং আকাশী, অৰ্থ লাভ, শুভ সংখ্যা ৩ ।
কন্যাঃ শুভ সংবাদ পাব, যান-বাহনৰ পৰা সাৱধান, বিদ্যাত শুভ, প্ৰেমত বুজাবুজি । কৰ্মত শুভ, শুভ ৰং হালধীয়া । শুভ সংখ্যা ২ ।
তুলাঃ নিজৰ স্থিতি অটুট থাকিব; বন্ধুৰ পৰা সাৱধান , বেল গছৰ তলত পানী দিয়াক, শুভ সংবাদ পাব; শুভ ৰং গোলপীয়া । শুভ সংখ্যা ১ ।
বৃশ্চিকঃ কৰ্মত মধ্যম, খং কমাওক; বগা চন্দন দান কৰা; ব্যয় বৃদ্ধি, বিদ্যাত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ২ ।
ধনুঃ হয় লোকৰ সান্নিধ্যৰ পৰা লজ্জিত হ’ব, খাদ্যত সাৱধান, ভ্ৰমণত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৪ ।
মকৰঃ বিদ্যাত শুভ, ব্যৱসায়ত মধ্যম । নতুন সংবাদে আনন্দিত কৰিব, প্ৰেমত কষ্ট । পাৰিবাৰিক শান্তি, শুভ ৰং ক’লা । শুভ সংখ্যা ৮ ।
কুম্ভঃ ব্যৱসায়ত উন্নতি, অৰ্থ লাভ, বিদ্যাত শুভ, ভ্ৰমণত সফল । শুভ ৰং মেৰুন। শুভ সংখ্যা ৫ ।
মীনঃ নিৰামিষ খাওক, বিদ্যা বুদ্ধিত শুভ, ভ্ৰমণত মধ্যম, বন্যপ্ৰাণীৰ পৰা সাৱধান হওক । শুভ ৰং গেৰুৱা । শুভ সংখ্যা ৯ ।


































