Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

    Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Modi Putin Talks : পুটিনক ফোন প্ৰধানমন্ত্ৰী মোদীৰ, ‘মধ্যস্থতাকাৰীৰ’ ভূমিকাত প্রধানমন্ত্রী ?

publisher by publisher
March 7, 2022
in India, International, News
Reading Time: 1 min read
0
Modi Putin Talks : পুটিনক ফোন প্ৰধানমন্ত্ৰী মোদীৰ, ‘মধ্যস্থতাকাৰীৰ’ ভূমিকাত প্রধানমন্ত্রী ?
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

জেলেনস্কিৰ পাছত এইবাৰ পুটিনক ফোন মোদীৰ । পুৱা ইউক্রেইনৰ (Ukraine) ৰাষ্ট্রপতি ভল’দিমিৰ জেলেনস্কিৰ (Volodymyr Zelenskyy) স’তে কথা পতাৰ পাছত, ৰাছিয়াৰ (Russia) ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ (Vladimir Putin) স’তে কথা পাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । দুয়োজনে প্রায় ৫০ মিনিট কথা পাতে । ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত কথা হয় দুই ৰাষ্ট্রপ্রধানৰ । যাৰ পাছতেই প্রশ্ন উঠিছে, যুদ্ধৰত (Russia Ukraine War) দুই দেশৰ ৰাষ্ট্রপ্রধানৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাত মোদী নেকি ?

ADVERTISEMENT

তথ্য অনুসৰি, আজি প্ৰধানমন্ত্ৰী মোদীয়ে (Narendra Modi) পুটিনক প্ৰত্যক্ষভাৱে জেলেনস্কিৰ স’তে আলোচনা কৰাৰ অনুৰোধ কৰে । প্রসংগত আজি দ্বাদশ দিন হ’ল ৰাছিয়া-ইউক্রেইন যুদ্ধ (Russia Ukraine War) । তেনে সময়তে মধ্যস্থতাকাৰীৰ উপস্থিতিত দুই দেশৰ মাজত মন্ত্রী পর্যায়ত বা আধিকাৰীক পর্যায়ত কথা হৈছে । কিন্তু এই পর্যন্ত জেলেনস্কি-পুটিনৰ প্ৰত্যক্ষভাৱে আলোচনা হোৱা নাই ।

উল্লেখ্য, আজি পুৱা ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকো (Volodymyr Zelenskyy) ফোন কৰে প্রধানমন্ত্রীয়ে । আধা ঘণ্টাৰো অধিক কথা হয় দুই নেতাৰ । ইয়াৰ পাছতেই প্রশ্ন উঠিছে, যুদ্ধৰত দুই দেশৰ ৰাষ্ট্রপ্রধানক মুখামুখি আলোচনাত বহাবলৈ মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈছে প্ৰধানমন্ত্ৰী মোদী ?

লগতে, পুটিনক ফোনত এতিয়ও আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক যাতে দ্রুত উলিয়াই আনিব পৰা যায়, তাৰ বাবে ‘ছেফ পেছেজ’ (Safe Passage) সুনিশ্চিত কৰাৰো দাবিশী জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইউক্রেইনত ৰাছিয়াৰ আগ্রাসনৰ (Russia Ukraine War) পাছৰ পৰাই ভাৰতীয় শিক্ষাৰ্থীসহ নাগৰিকসকলক ‘ইভাকুৱেছন’ প্রক্রিয়াত (Evacuation Process) জোৰ দিছে কেন্দ্রীয় চৰকাৰে । কিন্তু আবদ্ধ হৈ থকা ছাত্র-ছাত্রীসকলক উদ্ধাৰক লৈ দোষাৰোপো কৰা হৈছে । ৰাছিয়াৰ দাবী, আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ‘মানৱ বর্ম’ (Human shield) হিচাপে ব্যৱহাৰ কৰিছে ইউক্রেইনে । এই দাবী অস্বীকাৰ কৰিছে কিয়েভে । তেওঁলোকৰ মতে, যুদ্ধ বিৰতি (Ceasefire) ঘোষণা কৰিও বাৰে বাৰে লংঘন কৰিছে ৰাছিয়াই । ফলত শিক্ষাৰ্থীসকলক ‘ছেফ পেছেজ’ দিয়া হোৱা নাই ।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে পুটিনক যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ আৰু ইউক্রেইনৰ স’তে আলোচনা কৰিবৰ বাবে দাবী কৰিছিল । সেই বিষয়ত কিছু হ’লেও অগ্রসৰ হৈছে পুটিন । আজি তৃতীয়বাৰৰ বাবে ইউক্রেইনৰ চাৰি চহৰ – কিয়েভ, খাৰকিভ, মাৰিওপোল আৰু ছুমিত সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে মস্কোৱে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiVladimir PutinVolodymyr Zelenskyy
publisher

publisher

Related Posts

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

September 24, 2026
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d