Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

যুদ্ধৰ মাজতে ৰাছিয়াত ৰাষ্ট্ৰপতিৰ জনপ্ৰিয়তা ৭১ শতাংশ বৃদ্ধি

publisher by publisher
March 10, 2022
in International, News
Reading Time: 1 min read
0
যুদ্ধৰ মাজতে ৰাছিয়াত ৰাষ্ট্ৰপতিৰ জনপ্ৰিয়তা ৭১ শতাংশ বৃদ্ধি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি নিজৰ জনপ্রিয়তা আকৌ এবাৰ তুংগত তুলিলে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়াই ইউক্রেইনত আক্রমণ অব্যাহত ৰখাৰ সময়তে চৰকাৰী সংস্থাই চলােৱা এক সমীক্ষাত ৬৫ শতাংশ ৰুছ নাগৰিকে পুটিনৰ ইউক্রেইন বিৰােধী বিশেষ সেনা অভিযানলৈ নিজৰ সমর্থন ব্যক্ত কৰিলে।

ADVERTISEMENT

স্থানীয় সমীক্ষাটোত ৰাছিয়াৰ ৭১ শতাংশ নাগৰিকে পুটিনৰ প্রতি আস্থা ব্যক্ত কৰে।স্মর্তব্য যে ইউক্রেইন যুদ্ধ আৰম্ভ হােৱাৰ পূর্বে পুটিনৰ প্রতি ৬০ শতাংশ ৰুছবাসীয়ে আস্থা ব্যক্ত কৰিছিল।

ছেন্ট পিটাৰ্ছাৰ্গৰ এজন টেক্সিচালকে ‘এছিয়া টাইমছ’ৰ আগত এইদৰে কয়, ‘পুটিনে যি কৰিছে সেয়া সঠিক। ইউক্রেইনে আমাৰ বাবে আন কোনাে বিকল্প ৰখা নাছিল। ‘

এই সমীক্ষাত অংশ লােৱা সৰহসংখ্যক লােকে পুটিনলৈ নিজৰ সমর্থন ব্যক্ত কৰি কয় যে ৰুছ ৰাষ্ট্রপতিয়ে ইউক্রেইনত সামৰিক অভিযান চলাই সঠিক পদক্ষেপ গ্রহণ কৰিলে আনহাতে, ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র মাৰিয়া জখৰেভাই ৰাছিয়াই কেতিয়াও যুদ্ধ আৰম্ভ কৰা নাই বুলি দাবী কৰি কয়, ‘ৰাছিয়াই যুদ্ধৰ আৰম্ভণি ঘটোৱা নাই, বৰঞ্চ যুদ্ধৰ সমাপ্তিহে ঘটাব বিচাৰিছে।’

চৰকাৰী সমীক্ষাৰ তথ্য অনুসৰি, ৰুছবাসীয়ে পুটিনৰ ইউক্রেইন বিৰােধী আগ্রাসনক সমর্থন জনাইছে। সেয়েহে যুদ্ধৰ মাজতে মাত্র ১৪ দিনৰ ভিতৰত দেশবাসীৰ মাজত পুটিনৰ জনপ্রিয়তা ৬০ শতাংশৰ পৰা ৭১ শতাংশলৈ বৃদ্ধি পালে।

অৱশ্যে ৰাছিয়াৰ চৰকাৰী সংস্থাই পুটিনৰ জনপ্রিয়তা যুদ্ধৰ পাছতাে অধিক বৃদ্ধি পােৱা বুলি দাবী কৰিলেও ইউক্রেইন আক্ৰমণৰ বিৰুদ্ধে ৰাছিয়াত এতিয়াও প্রতিবাদ অব্যাহত আছে।

প্রতিদিনে মস্কো, ছেণ্ট পিটাছৰ্বাৰ্গৰ দৰে চহৰত সহস্রাধিক ৰুছ নাগৰিকে পুটিনৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ সাব্যস্ত কৰাৰ লগতে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ দাবী জনাই আহিছে। প্রকাশিত বাতৰি অনুসৰি,বৰ্তমানলৈকে পুটিন প্রশাসনে কমেও ১৭০০০ ৰাে অধিক আন্দোলনকাৰীক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

মূলত পুটিন বিৰােধী নেতা এলেক্সেই নাভালনীৰ আহ্বানত এইসকল লােকে পুটিনৰ আগ্রাসী আচৰণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। স্মর্তব্য যে নাভালনীক পুটিন প্রশাসনে সম্প্রতি কাৰাগাৰত বন্দী কৰি ৰাখিছে।

অলপতে নাভালনীয়ে কাৰাগাৰৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে ৰুছবাসীক ইউক্রেইন আক্ৰমণৰ বিৰুদ্ধে ৰাজপথত তীব্র প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

নাভালনীৰ এই আহ্বানৰ পাছৰে পৰা প্রতিদিনে হেজাৰ হেজাৰ লােকে ৰাছিয়াৰ একাধিক চহৰৰ ৰাজপথত সমবেত হৈ ইউক্রেইন যুদ্ধৰ বিৰােধিতা কৰিছে। এইসকল আন্দোলনকাৰীয়ে প্ৰকাশ কৰা মতে, পুটিনে ক্ষমতা কুক্ষিগত কৰিবলৈ এনে আগ্রাসী আচৰণ প্রদর্শন কৰিছে।

পুটিন বিৰােধী এইসকল লােকে ৰাজপথত বৃহৎ আন্দোলন অব্যাহত ৰখাৰ পাছতাে পুটিনৰ জনপ্রিয়তা দেশবাসীৰ মাজত বৃদ্ধি পােৱা বুলি চৰকাৰী সমীক্ষাত দাবী কৰা ঘটনাই বিশেষ চর্চা লাভ কৰিছে। পুটিনৰ নিদের্শতে তেওঁৰ ভাবমূর্তি উজ্জ্বল কৰিবলৈ এনে চৰকাৰী সংস্থাৰ সমীক্ষা চলােৱা হ’ল বুলিও পুটিনবিৰােধী পক্ষই দাবী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RussiaUkraineVladimir Putin
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d