Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : এইবাৰ অন্ত পৰিব নেকি যুদ্ধৰ ! তুৰস্কত পুনৰ শান্তি আলোচনা কৰিব ৰাছিয়া আৰু ইউক্রেইনে

publisher by publisher
March 29, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : এইবাৰ অন্ত পৰিব নেকি যুদ্ধৰ ! তুৰস্কত পুনৰ শান্তি আলোচনা কৰিব ৰাছিয়া আৰু ইউক্রেইনে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

এইবাৰ অন্ত পৰিব নেকি যুদ্ধৰ ! অহা কালি তুৰস্কত পুনৰ শান্তি আলোচনাত মিলিত হ’ব ৰাছিয়া আৰু ইউক্রেইন । তথ্য অনুসৰি, দুপক্ষই এইবাৰ যুদ্ধ শেষ কৰাৰ বিষয়ত আগ্রহী । সম্প্রতি ৰুছ সেনাবাহিনীয়ে জনাইছে, তেওঁলোকে এতিয়া কেৱল পূৱ ইউক্রেইনৰ ওপৰত নজৰ দিছে ।

ADVERTISEMENT

কূটনীতিকসকলৰ ব্যাখ্যা, মস্কোৱে হয়তো তাৰ উচ্চাকাংক্ষা কমাই লক্ষ্যস্থিৰ কৰিব বিচাৰিছে । হয়তো যুদ্ধ স্তব্ধ কৰিব বিচাৰিছে তেওঁলোকেও । কিন্তু তাৰ আগতে মস্কোৰ চুক্তি ‘সাৱধানে’ বুজি ল’ব বিচাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে ।

ৰাছিয়াই দিয়া চৰ্তৰ ভিতৰত অন্যতম হ’ল ইউক্রেইনৰ ‘নিৰপেক্ষ অৱস্থান’ । অর্থাৎ নাটো বা ইউৰোপীয় ইউনিয়নত প্ৰৱেশ কৰাৰ চেষ্টা নকৰে তেওঁলোকে । পৰমাণু শক্তিধাৰী দেশ হোৱা স্বপ্নও নাৰাখিব ইউক্রেইনে । জেলেনস্কিয়ে জনাইছে এই কথা । তেওঁ কয়, ‘‘আমি এই চর্ত মানি ল’বলৈ প্ৰস্তুত নহয় ।’’ সাংবাদিকৰ আগত ইউক্রেইনীয় ৰাষ্ট্ৰপতিয়ে কয়, ‘‘যুদ্ধ আৰম্ভ হৈছিল এইবোৰ কাৰণতেই । অৱশ্যে ইউক্রেইনৰ নিৰাপত্তা অটুট থাকিব নে নাই, সেইটোও লক্ষ্যণীয় ।

তেওঁ আৰু কয়, তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হৈছে । সেয়া বুজি পাইছো । আলোচনা চলিছে । বিষয়টো গভীৰ । এইবোৰ আলোচনা যাতে এটুকুৰা কাগজতেই আবদ্ধ নাথাকে, সেয়া নিশ্চিত কৰিবলৈ আমি অধিক আগ্রহী । যাতে কাগজে-কলমে স্বাক্ষৰ কৰি দুই দেশৰ মাজত চুক্তি কৰা হয়, এই ক্ষেত্ৰত আগ্রহী‌ ।’’

জেলেনস্কিয়ে জনাইছে, ক্রাইমিয়া আৰু ডনবাছক লৈও যি যি সমস্যা আছে, সেয়া তেওঁ এই শান্তি আলোচনাতে শেষ কৰিব বিচাৰে । আৰু চর্ত ৰাখিব পাৰে ৰাছিয়াই । ইউক্রেইনৰ চোৰাংচোৱা বিভাগে জনাইছে, তেওঁলোকে খবৰ পাইছে, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্রেইনক ভাঙি দিব বিচাৰে । তথ্য অনুসৰি, উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ দৰে ইউক্রেইনকো দুভাগত ভাঙি দিয়াৰ সিদ্ধান্ত ল’ব পাৰে মস্কোৱে । কিন্তু কীভৰ চুবুৰীয়া অঞ্চলত ৰুছ বাহিনীৰ ব্যর্থতা বহু ক্ষেত্ৰত বাধা হ’ব পাৰে । ইউক্রেইনৰ চোৰাংচোৱা বিভাগৰ প্রধান জেনেৰেল কিৰিলো বুদানোভে দাবী কৰিছে, ৰাছিয়াই বুজি পাইছে ইউক্রেইনৰ চৰকাৰ তেঁওলোকে পেলাব নোৱাৰিব । সেয়ে দেশৰ পূৱ আৰু দক্ষিণ প্রান্তত নজৰ দিছে তেওঁলোকে ।

তেওঁ কয়, ‘‘ইয়াৰ পৰাই লাগিছে তেওঁলোকে ইউক্রেইনক কোৰিয়াৰ দৰে ভাঙিব বিচাৰিছে । এটা অংশ থাকিব অধিকৃত ইউক্রেইন হিচাপে, অন্য অংশটো থাকিব স্বাধীন ইউক্রেইন হৈ‌ । তেওঁলোকে ইউক্রেইনৰ যিসমূহ অঞ্চলত প্ৰৱেশ কৰিছে, এতিয়াই সেই স্থানবোৰত এটা ‘সমান্তৰাল শাসনব্যৱস্থা’ চলোৱাৰ চেষ্টা কৰিছে ।’’

অহা কালি পুনৰ শান্তি আলোচনা । যদিও আজিও দিনজুৰি ৰুছ গোলাবর্ষণ চলিছে । ৰাজধানীৰ চুবুৰীয়া অঞ্চলসমূহত আক্ৰমণ অব্যাহত । ইউক্রেইনৰ উপ-প্রতিৰক্ষামন্ত্রী হানা মিলাৰে জনাইছে, ৰাজধানী পর্যন্ত যাবলৈ এটা পথ তৈয়াৰ কৰাৰ চেষ্টা চলাইছে ৰুছ বাহিনীয়ে । লগতে কীভত বাহিৰৰ পৰা প্রয়োজনীয় সামগ্রী অহাতো বাধা দিছে তেওঁলোকে । কীভৰ উপৰি খাৰকিভ, লুৎস্ক, জিতোমিৰ, ৰিভনতো একেলেথাৰি আক্ৰমণ চলিছে ।

মাৰিয়োপ’লৰ পৰিস্থিতি ভয়াৱহ । চহৰৰ দক্ষিণ অংশ জব্দ কৰিছে ৰুছে । বন্দৰ দখল কৰিবলৈ ইউক্রেইনীয় বাহিনীৰ স’তে মুখামুখি সমৰ চলিছে । মাৰিয়োপ’লৰ মেয়ৰ বাদিম বয়চেংকোৱে জনাইছে, তেওঁলোক এতিয়াও প্রাণপণে যুঁজি আছে । অৱশ্যে আৰু অধিক সময় নাই । কালি সন্ধিয়া তেওঁ জনাইছে, চহৰ প্রায় ‘শত্রু’ৰ দখলত । টেলিভিছনত দিয়া সাক্ষাৎকাৰত বয়চেংকোৱে কয়, ‘‘আমি এতিয়া দখলকাৰীসকলৰ হাতত ।’’ তেওঁ অতি শীঘ্ৰে মাৰিয়োপ’লৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ আহ্বান জনাইছে । তেওঁ কয়, ‘‘গণহত্যা কৰিছে তেওঁলোকে ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RussiaUkraineVladimir PutinVolodymyr ZelenskyyWar
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d