মেষঃ নতুন সংবাদে আনন্দ দিব । সম্পদ লাভ, আনৰ পৰা সহায় পাব । আয়োগে বৰ্জন কৰক । শুভ ৰং নীলা । শুভ সংখ্যা ২ ।
বৃষঃ কৰ্মত উদাৰতা থাকিব, সম্পদ লাভ প্ৰেমত শুভ । আত্মচিন্তা বৃদ্ধি পাব । নতুন কৰ্মসংস্থাপনৰ যুগ । শুভ ৰং সোণালী । শুভ সংখ্যা ৫ ।
মিথুনঃ বিদ্যা বুদ্ধিত শুভ, খং কমাক্ষ, শাৰীৰিক আৰু মানসিক শ্ৰম বৃদ্ধি । বজৰংবলীক পূজা কৰক । শুভ ৰং মাখন । শুভ সংখ্যা ৮ ।
কৰ্কটঃ কৰ্মত উন্নতিৰ যুগ, সততাৰ পৰীক্ষা দিব পাৰিব । দুখীয়াক অন্নদান কৰিব । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৫ ।
সিংহঃ কৰ্মত পদোন্নতিৰ যোগ । গোপন শত্ৰু বৃদ্ধি । ক্ৰীড়াৰ লগত জড়িত ব্যক্তি উন্নতি । খৰচ বৃদ্ধি, শুভ ৰং পাতল গোলপীয়া । শুভ সংখ্যা ৬ ।
কন্যাঃ শিং থকা জন্তুৰ পৰা সাৱধান হওক । বদহজম হ’ব পাৰে । গোপন শত্ৰুৰ পৰা সাৱধান । কৰ্মত মধ্যম, শুভ ৰং হালধীয়া । শুভ সংখ্যা ৫ ।
তুলাঃ কৰ্ম তৎপৰতা বৃদ্ধি, পশ্চিম দিশত ভ্ৰমণ কৰিলে লাভৱান হ’ব । প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নতি । শুভ ৰং বগা । শুভ সংখ্যা ৪ ।
বৃশ্চিকঃ বৃক্ক ৰোগত কষ্ট হ’ব পাৰে । কৰ্মত উৎসাহ, উদ্দীপনা বৃদ্ধি । সামাজিক কামত নিষ্ঠা বৃদ্ধি । শুভ ৰং আকাশী । শুভ সংখ্যা ২ ।
ধনুঃ সদাননক স্মৰণ কৰক । ব্যয় ব্যস্ততা বৃদ্ধি পাব । ঘৰুৱা শত্ৰু বৃদ্ধি । শুভ ৰং কমলা । শুভ সংখ্যা ৮ ।
মকৰঃ কৰ্মত নিষ্ঠা শুভ ৰং বগা । মানসিক অশান্ত হ’ব পাৰে । বিদ্যাৰ যুগ । আয়-ব্যয় সমানে চলিব । শুভ ৰং ৰঙা । শুভ সংখ্যা ৩ ।
কুম্ভঃ কৰ্মত সা-সম্পত্তি বৃদ্ধি, ফুৰা সাৱধান হওক, খৰচ বৃদ্ধি, মাতৃৰ শুভ । শুভ ৰং মেৰুন । শুভ সংখ্যা ১ ।
মীনঃ আশাবাদী দিয়াত ব্ৰতী হ’ব । কিন্তু কৰ্মত উন্নতি, সন্মান বৃদ্ধি । শুভ ৰং আকাশী । শুভ সংখ্যা ৬ ।


































