সাগৰৰ তলৰ পৰা এজন ডুৱাৰুৱে টুইটাৰযােগে প্রকাশ কৰা এটা ভিডিঅ’ই চাঞ্চল্য সৃষ্টি কৰিছে। এই ভিডিঅ’ত দেখা গৈছে যে তেওঁৰ মুখৰ ভিতৰত এটা মিছা মাছ প্রৱেশ কৰিছে।
মুখৰ ভিতৰত মাছটো প্ৰৱেশৰ সময়ত ডুৱাৰুজনে নিজ স্থানতে স্থিৰ হৈ আছিল। এই ভিডিঅ’টো দেখি ধাৰণা হ’ব যেন মাছটোৱে “ৰডালেৰে ডুৱাৰুৰ দাঁতবােৰ চাফা কৰিছে।
https://twitter.com/AmazingNature00/status/1512415389984112641?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1512415389984112641%7Ctwgr%5Ehb_1_10%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fshrimp-cleans-scuba-divers-teeth-dgtlv%2Fcid%2F1338287
মুহূৰ্তৰ ভিতৰতে লক্ষাধিক লােকে এই ভিডিঅ’টো উপভােগ কৰে।