Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

বাত বিষত ভুগিছে! কোনকৈ পাব পৰিত্ৰাণ

publisher by publisher
April 23, 2022
in Lifestyle
Reading Time: 1 min read
0
বাত বিষত ভুগিছে! কোনকৈ পাব পৰিত্ৰাণ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

আথ্রাইটিছ বা বাত বিষত ভুগিছে নেকি ? হয়তাে বহু চিকিৎসকক দেখুৱায়াে ভাল পােৱা নাই। তেনেহ’লে কি কৰিব? এই যন্ত্রণাৰ পৰা সকাহ পাবলৈ আপুনি কেতবােৰ উপায় অৱলম্বন কৰিব পাৰে। আথ্রাইটিছ বা বাত বিষৰ পৰা আমি সকলােৱেই কম- বেছি পৰিমাণে পৰিচিত। বয়স বৃদ্ধিৰ লগে লগেই মানুহক এই সমস্যাই জর্জৰিত কৰি তােলে। এই ৰােগৰ ফলত মানুহৰ কর্মক্ষমতাও হ্রাস পায়। তাৰ উপৰি সহ্য কৰিবলগীয়া হয় নানা কষ্ট। অথচ সাধাৰণ উপায় কিছুমান অনুসৰণ কৰিলেই আপুনি বাত বিষৰ পৰা ৰক্ষা পাব পাৰে।

ADVERTISEMENT

° মেৰুদণ্ড আৰু কান্ধ তললৈ হালি কোনাে কাম দীর্ঘসময় ধৰি নকৰিব।

° বিছনাত শােৱা আৰু বিছনাৰ পৰা উঠাৰ সময়ত যিকোনাে এফালে কাতি হৈ হাতত ভৰ দিহে শুব বা উঠিব।

° যন্ত্রণা হােৱা স্থানত নির্দিষ্ট সময় ধৰি গৰম পানীৰ বা বৰফৰ ভাপ দিব। সেই ভাপ দিয়া সময় ১০ৰ পৰা ১৫ মিনিট সময় হ’ব লাগে।

° দীর্ঘসময় ধৰি একে ঠাইত বহি বা থিয় হৈ নাথাকিব। প্রয়ােজন। সাপেক্ষে এঘণ্টাৰ ব্যৱধানত অৱস্থান সলনি কৰক।

° মূঢ়া বা মজিয়াৰ দৰে চাপৰ স্থানৰ পৰিৱর্তে সদায় চকীত বহিব। বহাৰ সময় চকীত পিঠি ভেজা দিয়াৰ পৰিৱর্তে মেৰুদণ্ড পােন কৰি বহিব।

° নৰম তুলিত শােৱাৰ অভ্যাস ত্যাগ কৰিব লাগিব।.তাৰ সলনি ওখ, কঠিন আৰু সমান হৈ থকা বিছনাতহে শুব।

° মূৰ বা হাতত গধুৰ ওজন বা বােজা বহন কৰা কার্য পৰিহাৰ কৰি চলিব।

° বিশেষজ্ঞ চিকিৎসকৰ নির্দেশ অনুযায়ী নিয়মিত ব্যায়াম কৰিব লাগিব। অৱশ্যে যন্ত্রণা বৃদ্ধি পালে ব্যায়াম বন্ধ কৰিব।

° শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। পেট ভৰাই আহাৰ খােৱা নিষেধ। সামান্য পৰিমাণত নির্দিষ্ট সময়ৰ ব্যৱধানত ঘনাই খাব। প্রতিবাৰে আহাৰ গ্ৰহণৰ পূর্বে সামান্য পানী পান কৰিব।

°হাই হীল জোতা-ছেণ্ডেলৰ ব্যৱহাৰ এৰাই চলিব। নৰম জোতা-ছেলেহে পিন্ধিব। এই বিষয়কেইটাৰ অভ্যাস কৰিলে আপুনি বাত বিষৰ সমস্যাকো নিয়ন্ত্রিত কৰিবলৈ সক্ষম হব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArthritisHealth
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d