Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Lucknow name change debate : লক্ষ্মণপুৰী হ’ব নেকি লক্ষ্ণৌ ? মোদীৰ আগমনত যোগীৰ টুইটত বিতর্কৰ ঢৌ

publisher by publisher
May 17, 2022
in India, News
Reading Time: 1 min read
0
Lucknow name change debate : লক্ষ্মণপুৰী হ’ব নেকি লক্ষ্ণৌ ? মোদীৰ আগমনত যোগীৰ টুইটত বিতর্কৰ ঢৌ
2
SHARES
15
VIEWS
ShareShareShareShare

নাম পৰিৱৰ্তনৰ ধাৰাক লৈ যোগী আদিত্যনাথে বহুবাৰ শিৰানামত আহিছে । উত্তৰ প্রদেশৰ একাধিক স্থানৰ নাম পৰিৱৰ্তনৰ খবৰত তেৱেঁই বহুবাৰ ডিবেট বা বিতর্কৰ কেন্দ্র হৈ আছে । কেৱল নাম পৰিৱৰ্তনক লৈয়ে বিতর্কৰ সৃষ্টি হোৱা নাই । স্থানসমূহৰ নতুনকৈ যি নাম ৰখা হৈছে তাত ধর্ম সংক্রান্ত বিষয় উত্থাপিত হ‌ওঁতেই বাৰেবাৰে বিতর্কৰ সৃষ্টি হয় । এইবাৰ আৰু এটা প্রশ্নক উচতনি দিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ।

ADVERTISEMENT

উত্তৰ প্রদেশৰ নবাবৰ চহৰ হিচাপে পৰিচিতি লক্ষ্ণৌ । এইবাৰ সেই চহৰৰ নাম লক্ষ্ণৌৰ পৰা লক্ষ্মণপুৰী হ’ব নেকি ? এই বিতর্ক উত্থাপিত হৈছে যোগী আদিত্যনাথৰ এক সাম্প্রতিক টুইটক লৈ । উল্লেখ্য নেপাল ভ্ৰমণ শেষ কৰি ১৬ মে’ত উত্তৰ প্রদেশত উপস্থিত প্রধানমন্ত্রী । তেওঁক আগতীয়াকৈ আদৰণি জনাবলৈ যোগী আদিত্যনাথে এটা টুইট কথে । তেওঁ টুইটত লিখে, ‘শেষ অৱতাৰ ভগৱান লক্ষ্মণৰ পৱিত্র নগৰীত আপোনাক আদৰণি আৰু অভিনন্দন ।’ ইয়াৰ পাছতেই প্রশ্ন উত্থাপিত হয় শ্রীৰামচন্দ্রৰ অনুজ লক্ষ্মণৰ নামত এই চহৰৰ নামকৰণ কৰা হ’ব নেকি ?

RelatedPosts

ভুৱা খবৰ প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক

প্ৰধানমন্ত্ৰীলৈ যোগীৰ স্বৰ্ণৰ ৰামমন্দিৰ উপহাৰ

BCCI :লক্ষ্ণৌৰ দৰ্শকক বাতিল মেচৰ টিকটৰ টকা ঘূৰাই নিদিয়ে বিচিচিআয়ে:বৰ্ড সচিব দেৱজিৎ শইকীয়া

যোগীৰ টুইটক লৈ বিতর্ক তুংগত সামাজিক মাধ্যমত । অনেকেই প্রশ্ন কৰিছে যে তেনেহ’লে কি উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ নাম এইবাৰৰ পৰা লক্ষ্মণপুৰী হ’ব ? এই বিতর্ক আৰু চংগা হৈছে কে’বাটাও ঘটনাক কেন্দ্র কৰি ।

লক্ষ্ণৌ চহৰত বিশালাকাৰ লক্ষ্মণৰ মূর্তিসহ মন্দিৰ নির্মাণ হৈছে । বহু বিজেপি নেতাই চহৰৰ নাম পৰিৱর্তন কৰি লক্ষ্মণপুৰী কৰাৰ দাবীত প্ৰশ্ন উত্থাপিত হৈছে । ইতিমধ্যে উত্তৰ প্রদেশ বিধানসভা নির্বাচনত জয়ী হৈ যোগী আদিত্যনাথে মুখ্যমন্ত্রীৰ আসন গ্ৰহণ কৰি বিজেপিৰ চৰকাৰ গঢ়িছে ।

ইয়াৰ পূৰ্বে, যোগী আদিত্যনাথৰ আমোলত উত্তৰ প্রদেশৰ এলাহাবাদ হৈছে প্রয়াগৰাজ, ফৈজাবাদ হৈছে প্রয়াগৰাজ । লক্ষ্ণৌ চহৰত যিহেতু লক্ষ্মণ পার্ক, লক্ষ্মণপুৰী, লক্ষ্মণ টিলাৰ দৰে স্থান আছে, তেনে স্থলত ধাৰণা কৰা হৈছে এই নাম পৰিৱর্তনৰ ঘোষণা হয়তো এতিয়া সময়ৰ অপেক্ষাত ! সময়েই ইয়াৰ উত্তৰ দিব ।

शेषावतार भगवान श्री लक्ष्मण जी की पावन नगरी लखनऊ में आपका हार्दिक स्वागत व अभिनंदन… pic.twitter.com/zpEmxzS3OE

— Yogi Adityanath (मोदी का परिवार) (@myogiadityanath) May 16, 2022

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Laxmanpuri debateLucknowYogi Adityanath
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d