Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine war : শস্য-চুক্তিৰ পাছতেই বন্দৰত ক্ষেপণাস্ত্র আক্ৰমণ

publisher by publisher
July 24, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine war : শস্য-চুক্তিৰ পাছতেই বন্দৰত ক্ষেপণাস্ত্র আক্ৰমণ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত খাদ্যাভাৱত ভুগিছে অর্ধেক বিশ্ব । ইউক্রেইনক কোৱা হয় ইউৰোপৰ শস্য ভাণ্ডাৰ । এই দেশৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তত ৰপ্তানি হয় শস্যদানা । বিশেষকৈ গম । ফেব্রুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই পর্যন্ত, গম ৰপ্তানি বন্ধ হৈ আছে । বিপদত পৰিছে বহু দেশ, বিশেষকৈ আফ্রিকা । ৰাষ্ট্ৰসংঘৰ দৰবাৰত অৱশেষত চুক্তিবদ্ধ হৈছে ইউক্রেইন আৰু ৰাছিয়া । কৃষ্ণসাগৰেৰে পুনৰ শস্যদানা আৰু খাদ্যপণ্যবাহী জাহাজ চলাচল আৰম্ভ কৰিব ইউক্রেইনে । ৰাছিয়ায়েও শস্য আৰু সাৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিব । কালি ইস্তানবুলত ৰাষ্ট্ৰসংঘৰ মহাসচিব আন্তোনিয়ো গুতেরেসের উপস্থিতিতে চুক্তিপত্রত স্বাক্ষৰ কৰিছে দুই দেশে । ইয়াৰ পাছতে আজি কৃষ্ণসাগৰত বিস্ফোৰণ !

ADVERTISEMENT

কালিৰ চুক্তি স্বাক্ষৰক লৈ উচ্ছ্বাস প্রকাশ কৰিছিল অনেকেই । কিন্তু যিটোৰ ভয় আছিল, সেইটোৱে হ’ল । ইউক্রেইনৰ বন্দৰ চহৰ ওডেছাত আজি পুৱা পৰিল দুটা ৰুছ ক্ষেপণাস্ত্র । শুকুৰবাৰৰ চুক্তিপত্রত ৰাছিয়াই প্রতিশ্রুতি দিছিল, তেওঁলোকে কোনো বন্দৰত আক্ৰমণ নকৰে । বিশেষকৈ কোনো জাহাজ ভ্ৰমণ আৰম্ভ কৰাৰ আগতে । আজিৰ ঘটনাত সেয়ে স্তম্ভিত সকলো ।

ইউক্রেইন সেনাৰ মুখপাত্র‌ই কয়, “উল্লেখযোগ্য একো ক্ষতি হোৱা নাই । বন্দৰৰ কোনো ক্ষয়ক্ষতি হোৱা নাই । অৱশ্যে অতি শক্তিশালী ৰকেট নিক্ষেপ কৰা হৈছিল । অতি ব্যয়সাপেক্ষ আক্ৰমণ । এই ধৰণৰ অত্যাধুনিক ৰকেট কমে ব্যৱহাৰ কৰা হয়, কাৰণ ব্যয় অধিক । তেওঁলোকৰ লক্ষ্য অব্যর্থ হয় । ইয়াৰ পৰা এটা বিষয় স্পষ্ট, ইচ্ছাকৃতভাৱে আক্ৰমণ কৰা হৈছে আজি ।”

দুটা কেলিবৰ ক্ষেপণাস্ত্র আহি পৰে বন্দৰত । আৰু দুটা নিক্ষেপ কৰা হৈছিল । এয়াৰ ডিফেন্স ছিষ্টেমত সেই দুটা আবদ্ধ হৈ যায় । বন্দৰৰ একাংশত জুই লাগি গৈছিল । অৱশ্যে ইয়াৰ বিশেষ ক্ষতি হোৱা নাই । কোনো হতাহতৰ খবৰো নাই ।

স্থানীয় ইউক্রেইনীয় এমপি অ’লেস্কি হনচাৰেংকোৱে কয়, “এখন হাতে চুক্তিপত্রত স্বাক্ষৰ কৰিছে, আনখন হাতে ক্ষেপণাস্ত্র এৰিছে ।” ইউৰোপীয় ইউনিয়নৰ বিদেশ বিষয়ক বিভাগৰ প্রধান জোছেফ বোৰেলে কয়, “আন্তর্জাতিক আইনক যে ৰাছিয়াই একেবাৰেই গুৰুত্ব নিদিয়ে, আজিৰ আক্ৰমণত সেয়া স্পষ্ট ।” তেওঁ টুইট কৰে, “কালি ইস্তানবুলত চুক্তিপত্রত স্বাক্ষৰৰ পাছত আজি এই ঘটনা, ভাবিব নোৱাৰি । শস্যদানা ৰপ্তানিৰ বাবে ওডেছাৰ বন্দৰ অতি গুৰুত্বপূর্ণ ।”

গুতেৰেছেই শস্য ৰপ্তানিৰ বাবে আবেদন জনাইছিল ইউক্রেইনক । তেঁৱেই বুজাইছিল, এই যুদ্ধৰ ফলত বিশ্বৰ বিভিন্ন প্রান্তত অন্তত পাঁচ কোটি লোক ভোকত আছে । খাদ্যসামগ্রীৰ দাম আকাশলংঘী । আজিৰ ঘটনাত ৰাছিয়াক কঠোৰ সমালোচনা কৰিছে গুতেৰেছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Food-grain AgreementMissile AttackOdessaRussiaUkraine
publisher

publisher

Related Posts

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d