Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

STATE ৰাজ্যত দিনক দিনে বৃদ্ধি পথ দুৰ্ঘটনাৰ

৬০ শতাংশ বৃদ্ধি, বিগত বৰ্ষত ১৯০০ লোকৰ প্ৰাণহানী

publisher by publisher
September 7, 2022
in Assam, Crime, India, News
Reading Time: 1 min read
0
STATE ৰাজ্যত দিনক দিনে বৃদ্ধি পথ দুৰ্ঘটনাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

CM Pressmeet In Janata Bhawan:অপৰাধজনিত ঘটনা সন্দৰ্ভত এনচিআৰবিয়ে প্ৰকাশ কৰা ৰিৰ্পটত সম্পৰ্কত

STATE ৰাজ্যত দিনক দিনে বৃদ্ধি পথ দুৰ্ঘটনাৰ
৬০ শতাংশ বৃদ্ধি, বিগত বৰ্ষত ১৯০০ লোকৰ প্ৰাণহানী পথ দুৰ্ঘটনাত

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাজনিত ঘটনা ৷ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো চমুকৈ এন চি আৰ বিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অত্যাধিক দ্ৰুতবেগী বাহনৰ চলাচলৰ ফলত ৰাজ্যখনত ৬০ শতাংশৰো অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিগত বৰ্ষটোতে পথ দুৰ্ঘটনাত প্ৰাণহানী হৈছিল ১৯শৰো অধিক ৷ ইয়াৰ মুল কাৰণ দ্ৰুতগতিত বাহন চলোৱা ৷
এনচিআৰবিৰ তথ্য অনুসৰি, ৰাজ্যখনত নথিভুক্ত কৰা মুঠ ৭০৬৯ টা দুৰ্ঘটনাৰ ভিতৰৰে প্ৰায় ৪৩০৩ টা পথ দুৰ্ঘটনা দ্ৰুত বেগত বাহন চলোৱা ৷ য’ত আহত হৈছিল হৈছিল য’ত ৩২৩৭ জন আৰু মৃত্যু হয় ১৯৪৭ জন লোকৰ । ২০২১ত দেশত দ্ৰুত গতিত বাহন চলোৱাৰ ফলস্বৰূপে সংঘটিত হোৱা দুৰ্ঘটনা প্ৰায় ৫০ শতাংশ এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাজ্যখনত যোৱা বছৰ পঞ্জীয়ন কৰা পথ দুৰ্ঘটনাৰ ৮৮৬ টা ঘটনাৰ আঁৰত বিপদজনক বা অসাৱধানতাৰে গাড়ী চলোৱা য’ত ৮৩৩ জন লোক আহত হোৱাৰ বিপৰীতে মৃত্যু হয় ৩৪৭ জন লোকৰ।

ADVERTISEMENT

আনহাতে, ড্ৰাগছ বা সুৰাৰ নিচাত গাড়ী চলোৱাৰ ফলত ২০২১ ত প্ৰায় ২৮৮ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত নেকি ২০১জন লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু ১৫৪ জন লোকে প্ৰাণ হেৰুৱাইছিল। অৱশ্যে জৰাজীৰ্ণ পথৰ বাবেও সংঘটিত হৈছিল৮৮ টা গোচৰ ৰুজু কৰা হৈছিল ৷ এনে পথ দুৰ্ঘটনাত ৫৪ জন লোক আহত হৈছিল আৰু ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল। আনহাতে ৰাজ্যখনত দুচকীয়া বাহনৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে এই সংখ্যা আছিল ১২৯৯, তাৰ ভিতৰত গাড়ী-জীপত মৃত্যু ৫৬৯, ট্ৰাকত ২৫৬, আৰু বাছ দুৰ্ঘটনা ১৪৪। প্ৰতিবেদনখনত এইটোও কোৱা হৈছিল যে ২০২১ত অসমত কমেও ৩৫০ জন পথচাৰী নিহত হৈছিল।

এনচিআৰবিৰ প্ৰতিবেদনত যোৱা বছৰ ৰাজ্যখনত পথ দুৰ্ঘটনাৰ বৰ্ধিত প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে । বিগত তিনিটা বৰ্ষত মৃত্যুৰ সংখ্যা আছিল ২০২১ত ৩০১৪ জন, ২০২৯ ত ৬৫৩৩ টা দুৰ্ঘটনাৰ বিপৰীতে মৃত্যু হয় ২৬২৯জন ৷ মনকৰিবলগীয়া যে ২৯১৯ ত এই সংখ্যা যথেষ্ট বেছি আছিল ৮,২৫০ টা দুৰ্ঘটনাৰ ৩২০৭ জনৰে প্ৰাণহানী হয় ৷ উল্লেখ্য যে ৰাজ্যত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত পথ দুৰ্ঘটনাৰ ঘটনা হ্ৰাস কৰিবলৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহত প্ৰয়োজনীয় সুৰক্ষা নিয়ম প্ৰৱৰ্তন কৰাটো নিশ্চিত কৰিবলৈ পৰিবহন বিভাগক বিশেষ নিৰ্দেশ দিয়ে।

টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “পৰিবহণ বিভাগক জিলা সমুহৰ উপায়ুক্তৰে মতবিনিময় কৰি যোৱা এটা বছৰত পথ দুৰ্ঘটনাৰে জড়িত ঘটনাত মৃত্যুৰ সংখ্যা ১০০ অতিক্ৰম কৰিছে ৷ ইয়াৰ প্ৰতিৰোধৰ উপায় বিচাৰি উলিয়াবলৈ কি ব্যৱস্থা ল’ব পাৰি।”

একেদৰে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত কয় যে পৰিবহণ বিভাগে এনএইচএছত বাহনখনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ ইণ্টাৰচেপ্টাৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ “যিসকলে সুৰা পান কৰি গাড়ী চলায় তেওঁলোকৰ ওপৰত আমি অতি কঠোৰ হ’বলৈ গৈ আছো৷ এক প্ৰণালী প্ৰস্তুত কৰা হৈছে যাৰ জৰিয়তে সংশ্লিষ্ট বিষয়াই নিৰ্ধাৰিত গতিসীমাৰ ওপৰত পৰিভ্ৰমণ কৰা বাহনৰ ওপৰত জৰিমনা আৰোপ কৰিব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ncrb report
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d