Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APPOINTMENT LATTER DISTRIBUTION PROGRAMME :খানাপাৰাত ৰাজ্যৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে ১১,২৩৬ গৰাকীক প্ৰাৰ্থীক নিযুক্তি পত্ৰ

publisher by publisher
September 23, 2022
in Assam, India, News
Reading Time: 1 min read
0
APPOINTMENT LATTER DISTRIBUTION PROGRAMME :খানাপাৰাত ৰাজ্যৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Khanapara:মহানগৰীৰ খানাপাৰাত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ছয় লক্ষাধিক টকা

Drugs Seized in Khanapara:মহানগৰীৰ খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দো৬ কোটিৰ ড্ৰাগছ,৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

APPOINTMENT LATTER DISTRIBUTION PROGRAMME : খামহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে ২৪টা বিভাগৰ ১১,২৩৬ গৰাকীক প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰে নিযুক্তি পত্ৰ ৷ উল্লেখ্য যে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নিযুক্তি পোৱা যুৱক- যুৱতী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গ সোঁত বয় খানাপাৰা খেলপথাৰলৈ ৷

ADVERTISEMENT

নিযুক্তি পত্ৰ বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজি নিযুক্তি পোৱা প্ৰতিগৰাকীলৈ অভিনন্দন ৷এতিয়াৰ পৰা তেওঁলোকৰ দায়িত্ব বাহিল ৷নিজৰ কৰ্তব্য নিষ্ঠাসহকাৰে ৰাইজৰ স্বাৰ্থত কৰিব লাগিব ৷ আনহাতে তেওঁলোকে লাভ কৰা চাকৰিটোৰ দৰমহা পিতৃ- মাতৃয়েও যেন উপভোগ কৰিব পাৰে৷তাৰ প্ৰতি গৰাকীয়ে গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি পৰীক্ষা চলি থকা সময়ত ইন্টাৰনেট কৰ্তন সন্দৰ্ভত কয়, দুখীয়া ল’ৰা- ছোৱালীৰ কাৰণে প্ৰয়োজন হ’লে বিশঘণ্টা পৰ্যন্ত ইন্টাৰনেট কাটিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে ৷

আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে মঞ্চত উপবিষ্ট থাকে ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকল ক্ৰমে অতুল বৰা,ৰনজিৎ কুমাৰ দাস,কেশৱ মহন্ত, অজনৎ নেওগ,ডা:ৰণোজ পেগু,চন্দ্ৰমোহন পাটোৱাৰী,পৰিমল শুক্ল বৈদ্য,যোগেন মহন, পীযুষ হাজৰিকা,সঞ্জয় কিষান,অশোক সিংহাল,বিমল বৰা, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোচা,ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সহ শাসকীয় বিধায়ক আৰু জ্যেষ্ঠ আমোলা বিষয়া বৰ্গ ৷

স্মতব্য যে বিগত দিনত ২৭,৭৩৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পিছত আজি দ্বিতীয় পদক্ষেপ হিচাপে এই নিযুক্তি সমাৰোহত ৰাজ্যৰ ২৪ টা বিভাগত এই পদসমূহ নিযুক্তি দিয়া হয় । সেই অনুসৰি গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তি দিয়াৰ সমান্তৰালকৈ উচ্চ-কাৰিকৰী শিক্ষা বিভাগত ৯২৭ গৰাকী, বিদ্যালয়, শিক্ষাত ৩৮১১, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২৭৭ গৰাকী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ( চিকিৎসা শিক্ষা সহিতে) ২৯৯ গৰাকী ,লোক নিৰ্মাণ ৩০৪ গৰাকী, পৰ্যটন বিভাগত ৬ , জলসিঞ্চনত ১৩৭, পৰিবহনত ৩ গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমাত ১ গৰাকী, পৰিবেশ আৰু বন বিভাগত ৩৩ গৰাকী, মহিলা আৰু শিশু উন্নয়নত ৪ গৰাকী, জলসম্পদত ৩ গৰাকী, জনস্বাস্থ্য কাৰিকৰীত ৪ গৰাকী , ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ১৩ গৰাকী , হস্ততাঁত আৰু বস্ত্ৰশিল্পত ৬ গৰাকী , ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১গৰাকী, সমবায় বিভাগত ২ গৰাকী , দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ গৰাকী , তথ্য আৰু জনসংযোগ বিভাগত ১ গৰাকী , তথ্য প্ৰযুক্তি বিভাগত ৪ গৰাকী, পশুপালন আৰু পশু চিকিৎসা বিভাগত ২৭ গৰাকী আৰু মীন বিভাগত ৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APPOINTMENT LATTER DISTRIBUTION PROGRAMMECM HBSKhanapara
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d