Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Asauddin Owaisi : ‘আমিয়ে সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰো’, ভগৱতক কটাক্ষ ওৱেইছিৰ

publisher by publisher
October 9, 2022
in India, News, Politics
Reading Time: 1 min read
0
Asauddin Owaisi : ‘আমিয়ে সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰো’, ভগৱতক কটাক্ষ ওৱেইছিৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

চৰিত্ৰ নিৰ্মাণেহে দুর্নীতি-ভ্রষ্টাচাৰ নাশ কৰিবঃ মোহন ভাগৱত

Mohan Bhagwat :৭৫ত মোদীৰ অৱসৰ : সুযোগৰ অপেক্ষাত থকা বিৰোধীৰ হাতত ‘অস্ত্র’ তুলি দিলে ভাগৱতৰ মন্তব্যই !

মুছলমানেই সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰে । সংঘপ্রধান মোহন ভাগৱতৰ মন্তব্যৰ পৰিপ্রেক্ষিতত এই দাবী কৰিলে মজলিছ-এ-ইত্তেহাদ-মুছলিমিন (এমআইএম) দলৰ নেতা আছাউদ্দিন ওৱেইছিয়ে । হায়দৰাবাদৰ সাংসদৰ দাবী, ভাৰতত মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা নাই । বৰঞ্চ কমিছে ।

ADVERTISEMENT

কিছু দিন পূৰ্বে জনসংখ্যা নিয়ন্ত্রণ আইনৰ পক্ষত প্ৰশ্ন কৰে সংঘপ্ৰধান ভাগৱতে । তেওঁ কয়, ‘‘ধর্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য ঠিক নাথাকিলে ই ভৌগোলিক সীমান্ত পৰিৱর্তন কৰিব পাৰে । জনসংখ্যা নিয়ন্ত্রণ আৰু ধর্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য এনে এটা গুৰুত্বপূর্ণ বিষয়, যিটো কোনো প্ৰকাৰেই অগ্রাহ্য কৰিব নোৱাৰি ।’’

তেওঁ লগতে কয়, ‘‘দেশৰ স্বার্থত এটা সামগ্রিক জনসংখ্যা নীতি গ্রহণৰ প্রয়োজন, যিটো সকলোৰে ক্ষেত্রত সমানভাৱে প্রযোজ্য হ’ব ।’’ ভাগৱতৰ যুক্তি, মূলতঃ হিন্দু সমাজতেই জন্মহাৰ কমিছে । মুছলমান সমাজত জন্মহাৰ কমাৰ হাৰ হিন্দুৰ তুলনাত নগণ্য । সংঘ নেতাসকলৰ একাংশৰ মতে, এই গতিত চলিলে জনসংখ্যাৰ বিস্ফোৰণৰ জৰিয়তে আগন্তুক দিনত দেশত সংখ্যাগুৰু হৈ উঠিব মুছলিমসকল । সেয়ে জনসংখ্যা নিয়ন্ত্রণ বিল অনা জৰুৰী বুলি মত পোষণ কৰে সংঘ নেতাসকলে ।

শনিবাৰে এটা সভাত এই বিষয়ত মন্তব্য কৰে ওৱেইছিয়ে । তেওঁ কয়, ‘‘আপোনালোক আতংকিত নহ’ব । মুছলমানসকলৰ জন্মহাৰ বৃদ্ধি পোৱা নাই । বৰঞ্চ কমিছে ।’’ তেওঁ লগতে কয়, ‘‘কোনে সৰ্বাধিক কণ্ড’ম ব্যৱহাৰ কৰে ? আমি (মুছলমান) । মোহন ভগৱতে এই সন্দৰ্ভত একো নক’লে ।’’

ভগৱতক কটাক্ষ কৰি ওৱেইছিয়ে কয়, ‘‘কেন্দ্রৰ তথ্য অনুযায়ী মুছলিমসকলৰ জন্মহাৰ দুই শতাংশ কমিছে । আপুনি যদি তথ্য বিকৃত কৰে, সেইটো আপোনাৰ সমস্যা ।’’ ইয়াৰ পাছত বিজেপি চৰকাৰক কটাক্ষ কৰি তেওঁ মন্তব্য, ‘‘আপুনি চাকৰিও নিদিব, বেতনো নবঢ়াব । ২০৬১ পর্যন্ত দেশৰ অর্ধেক জনসংখ্যা খাদ্য আৰু ঔষধৰ বাবে তেওঁলোকৰ সন্তানৰ ওপৰত নির্ভৰশীল হ’ব । কিন্তু তেওঁলোকক কোনে খোৱাব ? বিজেপি আৰু আৰএছএছ-এ সিদ্ধান্ত লৈছে যে, তেওঁলোকে খাদ্যৰ ব্যৱস্থা নকৰি মুছলমানসকলক আক্ৰমণ কৰিব ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asauddin OwaisiMohan Bhagwat
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d