Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

লোকসভাৰ ১৪৪খন হৃত আসন পুনৰুদ্ধাৰৰ বাবে মোদীয়ে ভৰসা বিজেপিৰ

publisher by publisher
October 10, 2022
in India, News, Politics
Reading Time: 1 min read
0
লোকসভাৰ ১৪৪খন হৃত আসন পুনৰুদ্ধাৰৰ বাবে মোদীয়ে ভৰসা বিজেপিৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ ক্ষমতা দখলৰ বাবে এতিয়াৰে পৰা ৰণক্ষেত্ৰত জঁপিয়াই পৰিবলৈ সাজু হৈছে বিজেপি । ২০১৯ৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব নোৱাৰা ১৪৪খন আসনত দৃষ্টি নিৱদ্ধ কৰিছে বিজেপিয়ে । অৱশ্যে ইয়াৰ বাবে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই দলৰ ভৰসা । মোদীক সন্মুখত থৈয়ে আগুৱাব বিচাৰিছে বিজেপি । ৪০ খন সভাত অংশগ্ৰহণ কৰিব পাৰে মোদীয়ে । এই ক্ষেত্ৰত ১৪৪ খন আসনত ৪০টা ক্লাষ্টাৰ (অঞ্চল)ত ভাঙি মোদীৰ দ্বাৰা প্ৰচাৰ চলোৱাৰ কৌশল গ্ৰহণৰ বাবে দলে প্ৰস্তুতি লৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কেতিয়া কোনখন সভাত অংশগ্ৰহণ কৰিব সেয়া ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচন অনুযায়ী নিশ্চিত কৰা হ’ব ।

ADVERTISEMENT

এই ৪০টা অঞ্চলৰ বাহিৰত বাকী থকা লোকসভা আসনসমূহৰ বাবে প্ৰভাস নামৰ প্ৰচাৰ অভিযানত অংশ ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে । তদুপৰি বিধানসভা ভিত্তিক প্ৰচাৰত সম্পূৰ্ণৰূপে থাকিব বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট ৰাজ্যৰ শীৰ্ষ বিজেপি নেতাসকল ।

সূত্ৰত প্ৰকাশ যে প্ৰতিটো অঞ্চলৰ দায়িত্বপ্ৰাপ্ত নেতাসকলক প্ৰতিটো আসনক কেন্দ্ৰ কৰি প্ৰচাৰত নামিবলৈ নিৰ্দেশ দিছে দলে । ২০২৪ৰ লোকসভা নিৰ্বাচন পৰ্যন্ত প্ৰতিটো অঞ্চলত মাহে এখনকৈ প্ৰভাস অভিযান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে দলে । এই ক্ষেত্ৰত তিনি মাহৰ ভিতৰত একোটা অঞ্চলৰ বা ক্লাষ্টাৰৰ প্ৰতিটো আসনত প্ৰভাস সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । প্ৰতিটো ক্লাষ্টাৰৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীসকলে এই নিৰ্দেশসমূহ পালন কৰি দলক প্ৰতিবেদন দাখিল কৰিব লাগিব । ইয়াত নিৰ্দিষ্ট আসনত কোনো ৰাজনৈতিক অথবা আন কোনো পদক্ষেপৰ প্ৰয়োজন হ’লেও এই বিষয়ে পৰামৰ্শ দিব পাৰিব ক্লাষ্টাৰৰ দায়িত্বপ্ৰাপ্তসকলে ।

তদুপৰি লোকসভা আসনভিত্তিত প্ৰভাৰী নিয়োগ কৰিছে দলে । তেওঁলোকে অঞ্চলত নিশা যাপন কৰিব লাগিব আৰু বৈঠকৰ সমান্তৰালভাৱে যোগাযোগ ৰক্ষা কৰিব লাগিব । প্ৰভাৰীসকলক জাতিভিত্তিক মৰ্চা গঠনৰ পৰামৰ্শ দিয়া হৈছে । একেদৰে ধৰ্মীয় স্থানলৈ যোৱাৰ সমান্তৰালভাৱে প্ৰতিটো ঘৰলৈ প্ৰচাৰ চলাব যাবলৈ নিৰ্দেশ দিছে ।

তদুপৰি সংশ্লিষ্টসকলৰ সেনা জোৱান, প্ৰতিবন্ধী আৰু প্ৰবাসী ভোটাৰৰ স’তে যোগাযোগৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰসমূহৰ প্ৰণালীসমূহক । দায়িত্বপ্ৰাপ্ত নেতাসকলে নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি কেন্দ্ৰ‌ই নিৰ্দেশ দিছে । ইয়াত থাকিব অঞ্চলটোৰ পূৰ্বৱৰ্তী নিৰ্বাচনৰ পৰিসংখ্যা, জাতিগত সমীকৰণ, বিৰোধীৰ ত্ৰুটি, সংবাদ মাধ্যমৰ তালিকা, উৎসৱ-বজাৰ, স্থানীয় প্ৰভাৱশালীসকলৰ সম্পৰ্কে যাৱতীয় তথ্য যোগান ধৰিব দলীয় নেতৃত্ব‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPLok Sabha ElectionNarendra Modi
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d