Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Narendra Modi : মোদীৰ ৰাজ্যত বৃহত্তম শ্বপিং মল ! আহমেদাবাদত তিনি হেজাৰ কোটিৰ বিনিয়োগ লুলু গ্রুপৰ

publisher by publisher
October 20, 2022
in India, News
Reading Time: 2 mins read
0
PM Narendra Modi : মোদীৰ ৰাজ্যত বৃহত্তম শ্বপিং মল ! আহমেদাবাদত তিনি হেজাৰ কোটিৰ বিনিয়োগ লুলু গ্রুপৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

দেশৰ সৰ্ববৃহৎ বৃহৎ শ্বপিং মল নিৰ্মাণ হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজ্যত । আৰবৰ এক বহুজাতিক সংস্থাই তিনি হেজাৰ কোটি টকাৰ বিনিয়োগ কৰিব এই মলত । তেওঁলোকে জনাইছে, আগন্তুক বছৰৰ আৰম্ভণিতেই ‘শুভ’ কামত হাত দিব তেওঁলোকে ।

ADVERTISEMENT

গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা হ’ব এই মল । অৱশ্যে ইয়াৰ পূৰ্বে এতয়াও কিছু আনুষ্ঠানিকতা বাকী । ভূমি অধিগ্রহণৰ শেষ পর্যায়ৰ কাম অব্যাহত আছে । তাৰ পাছতেই ২০২৩ত আৰম্ভ হ’ব নির্মাণ কাৰ্য । স্থাপন কৰা হ’ব ভিত্তিপ্রস্তৰ ।

আৰবৰ এই বহুজাতিক সংস্থাৰ নাম লুলু গ্রুপ ইন্টাৰনেছনেল । ভাৰতত ইতিমধ্যে দুটা শ্বপিং মল নিৰ্মাণ কৰিছে সংস্থাটোৱে । ইয়াৰ ভিতৰত এটা যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্রদেশৰ লক্ষ্ণৌত, আনটো কেৰালাৰ কোচি চহৰত । দুয়োটাই যথাক্রমে দেশৰ দ্বিতীয় আৰু তৃতীয় বৃহত্তম মল ।

সংস্থাটোৱে অৱশ্যে জনাইছে, আহমেদাবাদ চহৰত যিটো শ্বপিং মল নিৰ্মাণ হ’ব, সেইটোৱে আকাৰত এই দুয়োটাতো বাদেই দেশৰ সৰ্ববৃহৎ শ্বপিং মল, হায়দাৰাবাদৰ শৰৎ চিটি কেপিটেল মলকো পিছ পেলাব ।

২৭ লাখ বর্গফুট জুৰি বিস্তৃত শৰৎ চিটি মল আঠমহলীয়া । তাত একেলগে ১৪০০টা গাড়ী আৰু চাৰি হেজাৰ বাইক পার্কিঙৰ সুবিধা আছে । ইয়াৰ উপৰি ৪৩০টা ব্ৰেণ্ডৰ দোকান, সাতটা স্ক্রিনৰ মাল্টিপ্লেক্স চিনেমা হল আৰু প্রায় দুহেজাৰ লোক বহাৰ উপযোগী ফুডক’র্টো আছে । তদুপৰি আছে এডভেঞ্চাৰ পার্ক, স্কাই জ’ন পার্ক । আনকি, স্কি কৰাৰ সুবিধা বিশিষ্ট কৃত্রিম বৰফৰ পার্কো ।

পৰিয়ালৰ স’তে সময় কটোৱাৰ সুযোগ-সুবিধাৰ লগতে, সম্প্ৰতি দেশৰ সৰ্ববৃহৎ শ্বপিং মল শৰৎ কেপিটেলত অতিৰিক্ত কিছু সুযোগ-সুবিধাৰো ব্যৱস্থা কৰা হৈছে । যেনে ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিবৰ বাবে কনভেনছন চেন্টাৰ নিৰ্মাণ কৰা হৈছে । লগতে নাইট ক্লাৱ, এটা মাইক্র’ব্রিউৱাৰিঅ’ নিৰ্মাণ কৰা হৈছে । য’ত চকুৰ পচাৰতে মদ প্ৰস্তুত কৰা দেখা যাব ।

লুলু গ্রুপে গুজৰাটত দেশৰ বৃহত্তম শ্বপিং মল নিৰ্মাণ কৰাৰ ঘোষণা কৰাৰ পাছতেই জল্পনা-কল্পনা আৰম্ভ হৈছে, অৱশ্যে মোদীৰ ৰাজ্যৰ এই মলে শৰৎ কেপিটেলৰ সকলো সুযোগ-সুবিধাক পিছ পেলাব নেকি ! গুজৰাটত বৃহত্তম মল নিৰ্মাণৰ ঘোষণাৰ পাছত লুলু গ্রুপৰ বিষয়া ভি নন্দকুমাৰে মলটোৰ সুযোগ-সুবিধাক সন্দৰ্ভত আগতিয়াকৈ ইংগিত দিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, গুজৰাটৰ মলৰ ফুড ক’র্টত একেলগে তিনি হেজাৰ অতিথি বহিব পাৰিব । এই মলৰ ছবি গৃহত থাকিব ১৫টা পর্দা । একেটা সময়তে একেলগে ১৫টা ছবি প্ৰদৰ্শন কৰিব পৰা যাব এই মাল্টিপ্লেক্সত ।

কমেও তিনিশটা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বিপনী থাকিব । স্থানীয় ব্ৰেণ্ডৰো বিপনী থাকিব । বিশেষকৈ স্থানীয় উদ্যোগপতি আৰু কৃষকসকলৰ সহায়ক হোৱাকৈ মলটো নিৰ্মাণ কৰা হ’ব ।

অৱশ্যে লুলু গ্রুপৰ তৰফৰ পৰা নন্দকুমাৰে জনাইছে, এই মলৰ সৰ্বশ্ৰেষ্ঠ আকর্ষণ হ’ব শিশুসকলৰ বাবে তৈয়াৰ কৰা চৌহদ । তেওঁ জনায়, দেশৰ সৰ্ববৃহৎ চিলড্রেন্স এমিউজমেন্ট চেন্টাৰৰ ঠিকনা হ’ব গুজৰাটৰ এই শ্বপিং মল ।

জ্যেষ্ঠসকলৰ বাবেও থাকিব নানা আকর্ষণ । শ্বপিঙৰ উপৰিও পৰিয়ালৰ স’তে বা অকলে ভাল সময় কটাবৰ বাবে যাৱতীয় ব্যৱস্থা থাকিব এই মলত — জনাইছে বহুজাতিক সংস্থাটোৱে । অৱশ্যে এই সুবিধাবোৰ কি কি এতিয়াই তাৰ বিশদ জনোৱা নাই তেওঁলোকে । কেৱল জনাইছে, গুজৰাটক দেশৰ শ্ৰেষ্ঠ শ্বপিং গন্তব্যৰূপে গঢ়ি তুলিব তেওঁলোকে ।

কিছু দিন পূৰ্বে ডুবাইত এটা ৰোড শ্ব’ কৰিছিল গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে । সেই অনুষ্ঠানৰ পাছত আৰব আমিৰ-শ্বাহিৰ বহু ব্যৱসায়ীৰ স’তে বৈঠক হয় তেওঁৰ । তাতেই হাইপাৰমার্কেটৰ বহুজাতিক সংস্থা লুলু ইন্টাৰনেছনেল গ্রুপৰ প্রধান এমএ ইউছুফ আলিৰ স’তে এম‌অ’ইউ স্বাক্ষৰ হয় তেওঁৰ ।

ইউছুফ আৰবৰ বহুজাতিক সংস্থাৰ প্রধান যদিও তেওঁ ভাৰতীয় । কেৰালাৰ ত্রিশূৰৰ মুছলিম পৰিয়ালত তেওঁৰ জন্ম । তাতেই বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছে । অৱশ্যে পঢ়া-শুনা শেষ কৰি তেওঁ ভাৰতত থকা নাই । জীৱিকাসূত্ৰে আবুধাবিলৈ গুছি যায় ।

১৯৭৩ত আৰবত যায় ইউছুফে । ১৯৯০ত তেওঁ প্রথম হাইপাৰমার্কেট ষ্ট’ৰ আৰম্ভ কৰে । এই ধৰণৰ বিপনীৰ বিশেষত্ব হ’ল এইসমূহ ছুপাৰ মার্কেট আৰু ডিপার্টমেন্টেল ষ্ট’ৰেৰে তৈয়াৰ হয় । ইয়াত দৈনন্দিন প্রয়োজনৰ সকলো বস্তু এটা ঠাইতেই পায় ক্রেতাসকলে । এই বিপনীবোৰ চলে কম লাভ আৰু অধিক বিক্রীৰ ফর্মুলাত ।

ইয়াৰ পাছৰ পৰা বিশ্বৰ ২৩খন দেশত ২৪০টা হাইপাৰমার্কেট খুলিছে ইউছুফৰ সংস্থা লুলু ইন্টাৰনেছনেলে । ২০০০ৰ পৰা সংস্থাটোৱে যাত্রা আৰম্ভ কৰে । ইউছুফক তেওঁৰ সাফলতাৰ বাবে ভাৰত চৰকাৰে পদ্মশ্রী দিছিল ২০০৮ত । সেই সময়ত অৱশ্যে দেশত কংগ্রেছ চৰকাৰৰ শাসন আছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, ৬৬ বছৰ বয়সৰ এই ব্যৱসায়ীৰ স’তে দেশৰ বর্তমান চৰকাৰৰ সম্পর্কও বেচ ভাল । প্রধানমন্ত্রী মোদীৰ লগতে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগীৰো নিকটৱৰ্তী তেওঁ । মনকৰিবলগীয়া যে, ইউছুফে নিজ ৰাজ্য কেৰালাত মল নিৰ্মাণ নকৰি মোদী আৰু যোগী ৰাজ্যকেই বাছি লৈছে ।

ইয়াৰ ভিতৰত লক্ষ্ণৌৰ মলটো যোৱা জুলাইত উদ্বোধন কৰে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে । সূত্র অনুসৰি, লক্ষ্ণৌৰ মলত দুহেজাৰ কোটি টকাৰ বিনিয়োগ কৰিছিল ইউছুফে । অৱশ্যে লক্ষ্ণৌৰ এই মলক লৈ বিতর্কও আৰম্ভ হয় ।

হঠাৎ শুনিবলৈ পোৱা গৈছিল যে লুলু মলৰ ৮০ শতাংশ কর্মচাৰী মুছলিম ধর্মীয় । আনকি লক্ষ্ণৌৰ মলৰ এটা অংশত নিয়মিত নামাজো পঢ়ে মুছলিমসকলৰ একাংশ‌ই । বাতৰিতো প্রকাশ্যত অহাৰ পাছতেই হিন্দুত্ববাদীসকলে দাবী কৰে, মলৰ ভিতৰত নিয়মিত হনুমান চাল্লিচাও পঢ়িব লাগিব । যদিও সেই বিতর্ক সম্প্ৰতি স্তব্ধ হৈছে ।

আৰবি ভাষাত ‘লুলু’ শব্দৰ অর্থ মুকুতা । আফ্রিকাত বিৰল । ভাৰতীয় ব্যৱসায়ী ইউছুফৰ এই সংস্থাই নিৰ্মাণ কৰা মলে গুজৰাটত বিৰল কোনো অভিজ্ঞতা উপহাৰ দিব, সম্প্ৰতি সেই দিশেই দৃষ্টি সমগ্ৰ দেশৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GujaratLargest Shopping MallLulu MallNarendra ModiYogi Adityanath
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d