Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Entertainment

Akshay Kumar : শিৱাজীৰ ভূমিকাত অক্ষয় কুমাৰ !

publisher by publisher
November 3, 2022
in Entertainment
Reading Time: 2 mins read
0
Akshay Kumar : শিৱাজীৰ ভূমিকাত অক্ষয় কুমাৰ !
2
SHARES
19
VIEWS
ShareShareShareShare

Akshay Kumar :

ADVERTISEMENT

বিগত মাহত মুক্তি পোৱা ‘ৰাম সেতু’ এতিয়াও চলি আছে। ইয়াৰ মাজতে, অক্ষয় কুমাৰৰ নতুন খবৰ। মাৰাঠী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে অভিনেতাজনে । তেওঁক পৰৱৰ্তী সময়ত মহেশ মঞ্জৰেকাৰৰ ‘বেদত মাৰাঠে বীৰ দৌদেলে সাত’ত চত্ৰপতি শিৱাজীৰ চৰিত্ৰত দেখা যাব।

RelatedPosts

Akshay Kumar : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ৰ কোন ৫ অভিনেত্ৰীৰ সৈতে সম্পৰ্ক আছিল ?

Akshay Kumar : ‘ভুলভুলাইয়া ২’ত কিয় লোৱা নহ’ল অক্ষয়ক ? মুখ খুলিলে পৰিচালকে

Akshay Kumar : দ্বিতীয়বাৰ ক’ভিডত আক্ৰান্ত অক্ষয় কুমাৰ

বাছিম কুৰেছিৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখনে শিৱাজীৰ সাম্ৰাজ্যৰ উত্থান-পতনৰ ইতিহাস বৰ্ণনা কৰিছে। শিৱাজীৰ স্বৰাজৰ সপোন বাস্তৱায়িত কৰিবলৈ সাতজন অদম্য যোদ্ধাই যুঁজ দি আছে। অক্ষয় কুমাৰ অভিনীত ‘বেদত মাৰাঠে বীৰ দৌদেলে সাত’য়ে ভাৰতীয় ইতিহাসৰ আটাইতকৈ গৌৰৱময় অধ্যায়সমূহৰ এটা তুলি ধৰিব । যাৰ বাবে নায়কজন উৎসাহিত।

মঙলবাৰে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতে মুম্বাইত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে আৰু এমএনএছ ৰ মুৰব্বী ৰাজ ঠাকৰেও উপস্থিত থাকে ।

অক্ষয়ৰ পাঁচ খন ছবি এই বছৰ মুক্তি পাইছে। অক্ষয়ৰ পঞ্চম খন ছবি ‘ৰাম সেতু‘ ছবিগৃহত চলি থকাৰ সময়তে অক্ষয়ে এখন মাৰাঠী চলচ্চিত্ৰত কাম কৰাৰ খবৰ মুকলিকৈ প্ৰকাশ পাইছিল।

অক্ষয়ে জনাই, “মোৰ সপোন সঁচা হৈছে। মই এইবাৰ নিজৰ বাবে সঠিক চৰিত্ৰটো বিচাৰি পাইছিলো। চত্ৰপতি শিৱাজীৰ দৰে এজন ঐতিহাসিক নায়কক ডাঙৰ পৰ্দাত চিত্ৰিত কৰাটো এটা ডাঙৰ দায়িত্ব। ৰাজ চাৰে মোক এই চৰিত্ৰটোত বিবেচনা কৰিছে, এইটো এটা ডাঙৰ কথা। মই মহেশ মঞ্জৰেকাৰৰ স’তেও প্ৰথমবাৰৰ বাবে কাম কৰি আছো। এটা নতুন অভিজ্ঞতাৰ বাবে অপেক্ষা কৰি আছে। “

আনহাতে, পৰিচালক মহেশে কয় যে তেওঁ ছবিখন নিৰ্মাণৰ বাবে যোৱা সাত বছৰ ধৰি গৱেষণা কৰি আহিছে। “এইখন এতিয়ালৈকে আটাইতকৈ ডাঙৰ প্ৰকল্পটোৰ মাৰাঠী চলচ্চিত্ৰ হ’বলৈ গৈ আছে। শিৱাজীৰ কৃতিত্ব সমগ্ৰ দেশতে মুকলি কৰা হ’ব। মই বিচাৰো যে এই গৌৰৱৰ ইতিহাস দেশবাসীৰ ঘৰে ঘৰে বিয়পি পৰিব। তেওঁ কিমান মহান হিন্দু ৰজা আছিল! মই সৌভাগ্যৱান যে শিৱাজীৰ চৰিত্ৰত অক্ষয়ৰ দৰে এজন অভিনেতা আছে। তেওঁ এই চৰিত্ৰটোৰ বাবে সম্পূৰ্ণৰূপে উপযুক্ত। “

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Akshay KumarChhatrapati Shivaji
publisher

publisher

Related Posts

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

February 8, 2023
Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক
Entertainment

Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

February 7, 2023
Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘
Entertainment

Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

February 6, 2023
3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!
Entertainment

3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

February 5, 2023
Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ
India

February 1, 2023
Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘
Entertainment

Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

January 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: