Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Indian Economy : ২০২৭-ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত, দাবী মার্কিন সংস্থাৰ

publisher by publisher
November 9, 2022
in India, News
Reading Time: 1 min read
0
Indian Economy : ২০২৭-ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত, দাবী মার্কিন সংস্থাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্বত বৃদ্ধি পাইছে ‘অফিচ ৰোমান্স’: ভাৰতৰ স্থান কিমান?

দুৰ্বল আখ্যা বিৰোধীৰ, চৰকাৰে ক’লে: ভাৰতে শত্ৰুৰ হাত মুচৰিব জানে

ভাৰতীয়ই ভুৱা বাতৰি অধিক বিশ্বাস কৰে! প্ৰতিবেদনত প্ৰকাশ 

Indian Economy :

ষষ্ঠ স্থানতে স্তব্ধ নাথাকে ভাৰত । যি গতিত দেশৰ অর্থনীতি আগবাঢ়িছে আগন্তুক পাঁচ বছৰৰ ভিতৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিত পৰিণত হ’ব দেশ । এই দাবী কৰিছে মার্কিন বিনিয়োগকাৰী সংস্থা ‘মর্গান ষ্টেনলি’য়ে । কৰ’না বিপর্যয়ৰ পাছত জিডিপি বা উৎপাদন দ্বিগুণ কৰিবলৈ ভাৰত সক্ষম হ’ব বুলি দাবী কৰা হৈছে সংস্থাটোৰ প্ৰতিবেদনত ।

ADVERTISEMENT

সম্প্রতি ‘ফাইনেন্সিয়েল টাইমছ’-ত এটা প্রতিবেদন প্রকাশিত হৈছে । প্ৰতিবেদনত মর্গান ষ্টেনলিৰ এছিয়া বিষয়ক প্রধান অর্থনীতিবিদ চেতন আহিয়াই দাবী কৰিছে, ২০২৭-ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’ব ভাৰত । আগনৈ ১০ বছৰত জিডিপি বা উৎপাদন দ্বিগুণ কৰিবলৈ সক্ষম হ’ব দেশ । বর্তমান ৩.৪ ট্রিলিয়ন ডলাৰৰ পৰা বাঢ়ি ভাৰতৰ জিডিপি (GDP) ৮.৫ ট্রিলিয়ন ডলাৰ হ’ব ।

প্রতিবেদনত আহিয়াই লিখে, “প্রতি বছৰে ভাৰতৰ জিডিপি প্রায় চাৰিশ বিলিয়ন ডলাৰ বাঢ়িব । আমেৰিকা আৰু চীনৰ পাছত এনে বৃদ্ধিৰ হাৰ আৰু কাৰো নাই ।”

কি কি কাৰণত অর্থনীতিৰ পথাৰত ভাৰতৰ জয়ৰথ উল্কাৰ গতিত আগবাঢ়িব ?

মর্গান ষ্টেনলিৰ প্ৰতিবেদনমৰ্মে, পণ্য আৰু সেৱা কৰ বা জিএছটি-ৰ দৰে সংস্কাৰে ভাৰতীয় অর্থনীতিৰ গতি দ্রুত কৰিছে । কর্প’ৰেট কৰ ৰেহাইত বিনিয়োগ বান্ধৱ পৰিৱেশ সৃষ্টি হৈছে । চৰকাৰৰ উৎপাদন সম্পর্কিত আর্থিক সহায়তাথ প্রকল্পসমূহেও অর্থনীতি শক্তিশালী কৰিছে ।

বর্তমান পৰিস্থিতিত যোগান শৃংখল বা নতুন নতুন ‘ছাপ্লাই চেইন’ সন্ধান কৰিছে সমগ্ৰ বিশ্ব‌ই । এনে পৰিস্থিতিত যোগানদাতা হিচাপে নিজকে প্রতিষ্ঠিত কৰিছে ভাৰতে । এই সমস্ত কাৰণতেই দ্রুত আগবাঢ়িছে দেশৰ অর্থনীতি ।

উল্লেখ্য, বিনিয়োগকাৰী সংস্থা তথা অর্থনৈতিক পূর্ভাবাস দিয়াৰ ক্ষেত্রত আন্তর্জাতিক ‘মানি মার্কেট’ত মর্গান ষ্টেনলি সমীহ কৰাৰ দৰে নাম । সেয়ে এনে সংস্থাৰ প্ৰতিবেদনত কিছু হ’লেও স্বস্তি পাইছে মোদী চৰকাৰে । বিগত দিনত মূল্যবৃদ্ধি, কর্মসংস্থাপন আৰু বিদেশী বিনোয়োগ সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্র ।

নোট বাতিলৰ দৰে ‘ভুল নীতি’ৰ বাবেই দেশৰ আর্থিক বৃদ্ধিৰ হাৰ প্ৰভাৱিত হৈছে বুলি কটাক্ষ কৰিছে কংগ্রেছসহ অন্যান্য ৰাজনৈতিক দলসমূহে । ফলত ২০২৭-ৰ ভিতৰত ভাৰতৰ অভাৱনীয় উন্নতিৰ পূর্ভাবাস লোকসভা নির্বাচনৰ পূৰ্বে কেন্দ্রীয় চৰকাৰৰ নীতিতেই ছিলমোহৰ দিলে বুলি ধাৰণা কৰিছে বিশ্লেষকসকলৰ একাংশ‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECONOMYIndian
publisher

publisher

Related Posts

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d