Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Alia Bhatt :সদ্য মা হৈছে আলিয়া , মাতৃ হোৱাৰ পিছতো কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ? জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –

publisher by publisher
November 12, 2022
in Health, India, Lifestyle, News
Reading Time: 2 mins read
0
Alia Bhatt :সদ্য মা হৈছে আলিয়া , মাতৃ হোৱাৰ পিছতো কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ? জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ৰুক্ষতা আঁতৰাই কোমল ছালৰ আশ্বাস দিয়া স্কোৱালেন

জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহনন

আলিয়া ভাটৰ দৰে সুস্থ, দাগমুক্ত ছাল বিচাৰেনে?

Alia Bhatt :
সদ্য মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে । এই খবৰে দেশজুৰি চৰ্চা লাভ কৰাৰ লগতে কাপুৰ আৰু ভাট পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে । মাতৃ হোৱা আলিয়া কেতিয়া ছবিজগতলৈ ঘূৰি আহিব , সেইলৈ উৎসুকতা বাঢ়িছে অনুৰাগীৰ ।

Alia Bhatt Ranbir Kapoor dont want baby girls pictures clicked guests not allowed to see newborn heres why 1ইতিমধ্যে হাস্পাতালত ভৰ্তি হোৱা সময়ৰ বহু ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । মাতৃ হোৱাৰ আশাত অত্যন্ত সুখী দেখা গৈছিল অভিনেত্ৰীগৰাকীক । কিন্তু কমা নাছিল গ্লেমাৰ লুক । সদ্য মাতৃ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীক চাবলৈ অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ পৰা দেখা গৈছে ।

ADVERTISEMENT

কেনেদৰে নিজৰ স্বাস্থ্যৰ যত্ন লৈছে আলিয়াই ? কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ?
জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –

মুলতানি মাটি : ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে আলিয়াই প্ৰতিদিনে মুলতানি মাটিৰ পেক ব্যৱহাৰ কৰে । এই পেক ব্যৱহাৰ কৰা বাবেই আলিয়াৰ মুখত ব্ৰণ,দাগ বা বলি ৰেখা পৰা পৰিলক্ষিত হোৱা নাই ।

মৌৰ মাস্ক : ইয়াৰোপৰি আলিয়াই মৌৰ ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে । এটা সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কৈছিল যে , সময় থাকিলে তেওঁ কমলা ৰসৰ লগত মৌ মিহলাই মুখত লগাই আৰু ১৫ মিনিট ৰখাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই দিয়ে ।

ময়েশ্চাৰাইজাৰ : আলিয়াই ফেচ ক্ৰিমৰ পৰিৱৰ্তে ছালৰ কাৰণে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰে । শীত , গ্ৰীষ্ম নতুবা বৰ্ষা , সকলো সময়তে আলিয়াই ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰে ।

ইয়াৰোপৰি আলিয়াই দৈনিক কঠোৰ ব্যায়াম কৰে । পুৱা শুই উঠিয়েই যোগাসন কৰা আলিয়াই ফিটনেচ এক্সপাৰ্টৰ পৰামৰ্শ অনুসৰি দৈনিক জিমত গৈ শৰীৰচৰ্চা কৰে । খোৱাৰ ক্ষেত্ৰত আলিয়া খুবেই সতৰ্ক । সাধাৰণতে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য গ্ৰহণ নকৰে অভিনেত্ৰীগৰাকীয়ে ।

ইয়াৰ পৰিৱৰ্তে ফল-মূল , ৰুটি , দৈ , শাক-পাচলি আৰু চালাদ খাই নিজকে সুস্থ কৰি ৰখাৰ চেষ্টা কৰে । উল্লেখ্য যে , প্ৰথম অৱস্থাত ছবিজগতলৈ অহাৰ সময়ত অভিনেত্ৰীগৰাকী যথেষ্ট শকত দেখা গৈছিল যদিও পিছত আলিয়াই প্ৰায় ১২ কেজি ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ActressAlia BhattBOLLYWOODGlamour LookNew Born Baby Motherskin care
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d