Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu and Kashmir : জম্মুত পুনৰ বিস্ফোৰণ , গণৰাজ্য দিৱসৰ পূৰ্বে উত্তপ্ত উপত্যকা ,

publisher by publisher
January 22, 2023
in India, News
Reading Time: 2 mins read
0
Jammu and Kashmir : জম্মুত পুনৰ বিস্ফোৰণ , গণৰাজ্য দিৱসৰ পূৰ্বে উত্তপ্ত উপত্যকা ,
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

Jammu and Kashmir :

গণৰাজ্য দিৱসৰ পূৰ্বে কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মু-কাশ্মীৰত সংঘটিত হয় কে’বাটাও বিস্ফোৰণ । যোৱা ২৪ ঘণ্টাত তৃতীয়টো বিস্ফোৰণে কঁপাইছে জম্মুত । এইবাৰ জম্মুৰ চিদ্ৰাৰ বাজলতা অঞ্চলত সংঘটিত হয় এই বিস্ফোৰণ ।

ADVERTISEMENT

শনিবাৰে মাজনিশা সমগ্ৰ অঞ্চলটো জোকাৰি যায় বিস্ফোৰৰ ফলত সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল। আৰক্ষীয়ে কৈছিল যে বিস্ফোৰণে । আৰক্ষীয়ে জনাইছে এখন ডাম্পাৰ ট্ৰাকৰ টেংক ফাটি বিস্ফোৰণ সংঘটিত হয় ।

শনিবাৰে মাজনিশাৰ কিছু সময়ৰ পাছতে টহলত থকা এজন আৰক্ষীয়ে এখন ট্ৰাক ৰখাই । ট্ৰাকখন তলাচীৰ বাবে ৰখাই দিয়াৰ কিছু মুহূৰ্তৰ ভিতৰতে ইয়াৰ ইউৰিয়া টেংকটো বিস্ফোৰিত হয়। বিস্ফোৰণৰ শব্দই চাৰিওফালে জোকাৰি যায়।

বিস্ফোৰণত আহত হয় আৰক্ষীজন । তেওঁ স্থানীয় চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে জনাই যে তেওঁৰ অৱস্থা সুস্থিৰ ।

ইউৰিয়া টেংকে ট্ৰাকৰ ইঞ্জিনৰ পৰা দূষিত পদাৰ্থ আঁতৰাই ইঞ্জিনটো পৰিষ্কাৰ ৰখাত সহায় কৰে। সেই টেংকটো ফাটি বিস্ফোৰণ ঘটিছে । প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে দাবী কৰে যে এয়া কেৱল দুৰ্ঘটনা নহয়। ইয়াৰ আঁৰত আছে এক ষড়যন্ত্ৰ । স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

ইয়াৰ পূৰ্বে শনিবাৰে জম্মুৰ নৰৱাল অঞ্চলত সংঘটিত দুটা বিস্ফোৰণত কমেও নজন লোক আহত হয়। পৰিবহণ নগৰৰ সাত নম্বৰ ৰ ৱাৰ্ডত দুখন বাহনৰ মাজত বিস্ফোৰণটো সংঘটিত হয়। আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

গণতন্ত্ৰ দিৱসৰ পূৰ্বে প্ৰশাসনে উপত্যকাত নিৰাপত্তাৰ ওপৰত অতিৰিক্ত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ মাজতে, এই তিনিটা বিস্ফোৰণে ৰাহুল গান্ধীৰ ‘ভাৰত যোড়া যাত্ৰা’ৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

১২৫ দিনীয়া যাত্ৰাৰ শেষত শ্ৰীনগৰত এক বৃহৎ ৰেলীৰে যাত্ৰা সমাপ্ত হোৱাৰ কথা । প্ৰায় এক ডজন ৰাজনৈতিক নেতা ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। বৰ্তমান প্ৰশ্ন হয় যে কাৰ্যসূচীটো কিমান সুৰক্ষিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Blast CaseJammu & Kashmir PoliceJammu and Kashmir
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d