Congress Important Meeting In Party HQ :
আজি নতুন দিল্লীত কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ৷
ADVERTISEMENT
বিয়লি তিনি বজাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভপেন বৰা সহ ৩০ জন নেতা ৷
জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত হ’ব আলোচনা ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও বৈঠকত উপস্থিত থকাৰ কথা ৷