Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Biswajit Daimary:বিটিআৰত সমান্তৰাল বিজেপি গঠনৰ তৎপৰতা বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ

বিটিআৰৰ বিজেপি নেতাক লৈ ভূটানত বৈঠক, ৰাজ্যিক নেতৃত্বৰ লগতে উপেক্ষা পাঁচ জিলাৰ সভাপতিক, কোকৰাঝাৰত বৈঠক সমন্বয়ৰক্ষী সমিতিৰ

publisher by publisher
September 9, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Biswajit Daimary:বিটিআৰত সমান্তৰাল বিজেপি গঠনৰ তৎপৰতা বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

BTC Election:বিটিচিৰ গুমা সমষ্টিত বিজেপিৰ সভাত  অন্ত:কন্দল 

Udalguri : বিটিচিৰ ২৫ টা নহয়, ৪০ টা সমষ্টিতে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিজেপি

Biswajit Daimary:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নেতৃত্বত বিজেপিয়ে অসমত দলক শক্তিশালীকৰণৰ তৎপৰতা অব্যাহত ৰখাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিআৰত আন এক সমান্তৰাল সংগঠন গঢ়ি তোলাৰ তৎপৰতা অব্যাহত ৰাখিছে ।

ADVERTISEMENT

ইয়াকে লৈ ৰাজ্যিক বিজেপিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিধানসভাৰ অধ্যক্ষ হিচাপে দলীয় ৰাজনীতিৰ উর্ধ্বত থকাৰ নীতিকো উলংঘা কৰি দৈমাৰীয়ে বিটিআৰৰ পাঁচখন জিলাৰ বিজেপিৰ বিধায়ক, প্রাক্তন বিধায়ক, সকলো কার্যবাহী সদস্য, এমচিএলএ, প্রাক্তন এমচিএলএ, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি-সম্পাদকসকলক লৈ এই তৎপৰতা অব্যাহত ৰাখিছে।

এইসকলক লৈ যোৱা ন আগষ্টত ভূটানৰ ছানপ জংখাৰস্থিত হোটেল মাউন্টেইনত এখন সভাও অনুষ্ঠিত কৰে। ইয়াত কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সভাৰে এক অংশ হিচাপে যোৱা দুই ছেপ্টেম্বৰত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত কৰাৰ পাছত কাইলৈ আন এখন গুৰুত্বপূৰ্ণ সভা পুৱা ১১ বজাত কোকৰাঝাৰ জিলা বিজেপি কার্যালয়ত অনুষ্ঠিত হ’ব। এই সভাত বিটিচি অঞ্চলৰ দলৰ অনুসূচিত জনজাতি মৰ্চাৰ পৰিকল্পনাৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা কৰা হ’ব ।

উল্লেখ্য যে ভূটানত অনুষ্ঠিত বৈঠকখনত বিটিআৰৰ অন্তৰ্ভুক্ত কোকৰাঝাৰ, বাগ্‌সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰৰ জিলা সভাপতিসকলক আহ্বায়ক হিচাপে লৈ এখন সমন্বয়ৰক্ষী সমিতি গঠনৰ সিদ্ধান্ত লৈ গঠনো কৰা হয়। হ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেও ৰেওৱা নাৰ্জাৰীক সমন্বয়ৰক্ষী সমিতিখনৰ মুখ্য আহ্বায়কৰূপে মনোনীত কৰা হয়।

আনহাতে, উপ-আহ্বায়ক হিচাপে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মুছাহাৰীক মনোনীত কৰা হয়। সমিতিৰ সদস্যসকল হ’ল ক্ৰমে ণা ৰণেন্দ্ৰ নাৰ্জাৰী, বিজিত গৌৰা নাৰ্জাৰী, ভবেন্দ্ৰ বড়ো, ৰাজীৱ ব্ৰহ্ম, প্রভাত বসুমতাৰী, দণ্ডি ৰাভা, ৰঞ্জিত কেৰ্কেটাৰী, অতিন হাজং, ৰমেশ দাস, ফুংখা দৈমাৰী আৰু উকুন্দাই মুছাহাৰী।

তদুপৰি বিটিআৰৰ পাঁচখন জিলাৰ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি-সম্পাদকসকলকো এই সমিতিত অন্তর্ভুক্ত কৰা হৈছে লক্ষ্যণীয়ভাৱে জিলাকেইখনৰ দলৰ সভাপতিসকলক ইয়াৰ পৰা আঁতৰাই ৰখা হয়। সভাত বিটিআৰত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ জৰিয়তে সময়ে সময়ে কিছুমান বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয়।

অনুসূচিত জনজাতিৰ সাধাৰণ লোকৰ মাজত বিজেপিৰ কৰ্মকৰ্তাৰ সুসম্পৰ্ক গঢ়ি তোলাৰ বাবেও আহ্বায়ক সমিতিয়ে প্রয়োজনীয় সকলো পদক্ষেপ আৰু পৰিকল্পনা গ্রহণ কৰিব বুলিও এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তদুপৰি বিজেপিৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ সকলো বৈঠকত আহ্বায়ক সমিতিৰ সদস্য, বিধায়ক, প্রাক্তন বিধায়ক, কার্যবাহী সদস্য, উপাধ্যক্ষ, এমচিএলএ আৰু প্ৰাক্তন এমচিএলৰ উপস্থিতিও বাধ্যতামূলক কৰাৰ আন এক সিদ্ধান্ত এই বৈঠকত গ্ৰহণ কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Biswajit DaimaryBJP meetingBtr Area
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d