Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Senior Journalist Hemen Das :দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক নগাঁৱৰ সংবাদ ৰত্ন বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

"বঁটা প্ৰাপ্তিয়ে পূৰ্ণতা নানে দায়িত্বশীলহে কৰি তোলে"

publisher by publisher
September 17, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Senior Journalist Hemen Das :দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক নগাঁৱৰ সংবাদ ৰত্ন বঁটা প্ৰদান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

‘Sangbad Ratna Aaward’ to Senior Journalist Hemen Kumar Das:২০২২-২৩ বৰ্ষৰ নগাঁও জিলা “সংবাদ ৰত্ন বঁটা” জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ

Senior Journalist Hemen Das :

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ অধিৱেশনত আজি নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক ২০২২-২০২৩ বৰ্ষৰ নগাঁৱৰ সংবাদ ৰত্ন বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

ADVERTISEMENT

নগাঁও চহৰৰ এছ আৰ কে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত সন্থাৰ অধিৱেশনত দাসক সতীৰ্থ সাংবাদিকৰ বিপুল হাত চাপৰিৰ মাজেৰে এই বঁটা প্ৰদান কৰে সাপ্তাহিক কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰুমাইল সিং আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই।

এই বঁটাত আছে এটি স্মাৰক,মানপত্ৰ,ফুলাম জাপি, গামোচা আৰু চেলেং। নগাঁৱৰ সংবাদ ৰত্ন বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাস কয়,”মই জীৱনত কেতিয়াও বঁটা -বাহন, পুৰষ্কাৰ আদিৰ আশাত কোনো কাম কৰা নাই ।

জীৱনৰ তিনিটা দশকৰো অধিক কাল সাংবাদিকতা কৰিলো কিন্তু এই বঁটা বাহনৰ আশা আগত ৰাখি সাংবাদিকতা কৰা নাই। সামাজিক দায়বদ্ধতাকহে প্ৰাধান্য দি সাংবাদিকতা কৰিছো। কিমান সফল হৈছো বা কিমান বিফল হৈছো সেইয়া ৰাইজে বিচাৰ কৰিব। কিন্তু সততা আৰু সামাজিক দায়বদ্ধতাক বিসৰ্জন দি কাহানিও সাংবাদিকতা কৰা নাই।”

দাসে আৰু কয়,”বঁটা প্ৰাপ্তিয়ে কৰ্মক্ষেত্ৰত পূৰ্ণতা নানে। বৰঞ্চ বঁটা প্ৰাপ্তিয়ে কৰ্মৰ প্ৰতি অধিক সচেতন আৰু দায়িত্বশীল কৰি তোলে । আগতে সাংবাদিক আছিলো।এতিয়া অসম ৰাজ্যিক সাংবাদিক সন্থাই সংবাদ ৰত্ন বঁটা দিছে। এতিয়া আৰু অধিক সজাগ -সচেতন হ’ব লাগিব।”

সাংবাদিক সকলক উদ্দেশ্যি নগাঁৱৰ সংবাদ ৰত্ন বঁটা প্ৰাপক জ্যেষ্ঠ সাংবাদিক দাসে কয়,”সাংবাদিক সকলৰ উদ্দেশ্য সৎ হোৱা উচিত । সততা আৰু সামাজিক দায়বদ্ধতা নাথাকিলে সাংবাদিকতাৰ জগত খনলৈ নহাই ভাল।তেনে লোকো বহুত এই ক্ষেত্ৰ খনত আছে। কিন্তু তেওঁ লোকে প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব লগা হয়।

ধনৰ লালসাত সাংবাদিকতা কৰা সকলৰ নাম ক্ষেত্ৰ খনৰ পৰা মচ খাবলৈ সৰহ দিন নালাগিব।” সাংবাদিকৰ সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি দাসে কয়,”তাহানিতে সংবাদপত্ৰ আৰু সাংবাদিকৰ সংখ্যা নগন্য আছিল। সাংবাদিক সংগঠনৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা আছিল। তেতিয়া সাংবাদিকৰ মাজত সমন্বয়ৰ অভাৱ হোৱা নাছিল।

এতিয়া সংবাদ প্ৰতিষ্ঠান -সাংবাদিক বৃদ্ধি পালে কিন্তু সমন্বয় হ্ৰাস পালে। অজস্ৰ সাংবাদিক সংগঠনৰ জন্ম হ’ল। ঐক্যবদ্ধহীনতাই সাংবাদিকক দুৰ্বল কৰিছে।লগতে প্ৰাপ্যৰ পৰাও বঞ্চিত হৈছে। সাংবাদিক সংগঠন সমূহে প্ৰাপ্যৰ বাবে ঐক্যবদ্ধ ভাৱে যুঁজ দিব লাগিব।”

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰুমাইল সিং,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকা, সমাজকৰ্মী -শিক্ষক মৃগাংক বৰা, জ্যেষ্ঠ সাংবাদিক -লেখক মোলান লস্কৰ আদিয়েও ভাষণ দিয়ে।

প্ৰতি গৰাকী বক্তাই সাংবাদিকৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ উপায় সন্দৰ্ভত তত্বগধুৰ ভাষণ দিয়ে। সাংবাদিক গুৰুমাইল সিঙে কয়যে, এতিয়া দেশৰ সাংবাদিক সকলে জটিল সময় পাৰ কৰিছে । এই জটিলতাক নেওচি সাংবাদিক সকল আগুৱাই যাব লাগিব।

ইপিনে,এই সভাতেই প্ৰতিদিন টাইম নিউজ চেনেলৰ নগাঁৱৰ সাংবাদিক বীৰেণ বৰাক অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিয়ে ২০২২-২০২৩বৰ্ষৰ কলংপৰীয়া যুৱ সাংবাদিকতা বঁটা আৰু বিশিষ্ট সমাজকৰ্মী চিৰাজ উদ্দিন আহমেদকো সমাজকৰ্মী বঁটা প্ৰদান কৰে। দুয়ো গৰাকী বঁটা প্ৰাপকেই চমু বক্তব্য প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State Journalist AssociationNagaon Dist. CommitteeSangbad Ratna AawardSenior Journalist Hemen Kumar Das
publisher

publisher

Related Posts

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d