Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Saudi’s Strong Message To Pakistan Before Haj Pilgrimage Begins:মগনীয়া আৰু পকেটমাৰ নপঠিয়াব চৌদিলৈ !

হজযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে এখন দেশক কঠোৰ বাৰ্তা চৌদী চৰকাৰৰ

publisher by publisher
September 28, 2023
in International, News
Reading Time: 3 mins read
0
Saudi’s Strong Message To Pakistan Before Haj Pilgrimage Begins:মগনীয়া আৰু পকেটমাৰ নপঠিয়াব চৌদিলৈ !
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

কঠোৰ নিৰ্দেশনাৰ মাজত মক্কাত সৰ্বাধিক এহেজাৰ লোকৰ উপস্থিতিত হজ

Saudi’s Strong Message To Pakistan Before Haj Pilgrimage Begins:

আগন্তুক হজযাত্ৰাৰ পূৰ্বে ভয়ংকৰ অৰ্থনৈতিক সংকটত পৰা পাকিস্তান চৰকাৰ সন্মুখীন হৈছে আন এক বিপদৰ ৷

ADVERTISEMENT

চৌদি চৰকাৰে হজযাত্ৰী বাছনিৰ ক্ষেত্ৰত ইতিমধ্যেই চৰম বিত্তীয় সমস্যাৰ সন্মুখীন হোৱা পাকিস্তান চৰকাৰক দিছে কেতবোৰ পৰামৰ্শ । হজ যাত্ৰাৰ কোটাৰ বাবে আবেদনকাৰীসকলৰ মনোনয়নত বিশেষ গুৰুত্বআৰোপ কৰা উচিত। লগতে এইটোও স্পষ্ট কৰি দিয়া হৈছে যে ভিক্ষাৰী বা পকেটমাৰৰ দৰে ক্ষুদ্ৰ অপৰাধীসকলে যাতে হজৰ বাবে সুযোগ নাপায় ।

উল্লেখ্য যে,চৌদি আৰবে হজ যাত্ৰীসকলক নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত প্ৰতিখন দেশৰ বাবে কোটা নিৰ্ধাৰণ কৰি কোন দেশৰ কিমান হজযাত্ৰী আহিব মক্কালৈ আহিব তাৰ সংখ্যাও নিৰ্ধাৰিত কৰি দিয়ে ।

নিৰ্ধাৰিত কোটাৰ জৰিয়তে বিত্তীয় সাহায্যও উপলব্ধ কৰে আৰবীয়ান দেশখনে । চৌদি আৰবে ইতিমধ্যে ভিক্ষাৰী বা অপৰাধীসকলক কোটাত প্ৰৱেশ কৰাত বাধা দিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

অতীতত এনে ধৰণৰ বহুবোৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা পত্ৰখনত কোৱা হৈছে, “আমাৰ কাৰাগাৰত আপোনাৰ দেশৰ বন্দীসকলৰ ভিৰ অত্যাধিক হৈছে । আৰু ঠাই নাই কাৰাগাৰত। “

মনকৰিবলগীয়া যে,প্ৰতি বছৰে চৌদি আৰৱত হজৰ বাবে হজযাত্ৰীৰ অত্যাধিক ভিৰ হয়। প্ৰশাসনেও ভিৰ চম্ভালিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয়। হজ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাটো চৌদি চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । এই প্ৰেক্ষাপটত এই বছৰ পাকিস্তানক চৌদি আৰৱৰ পৰা এক লাখ ৭৯ হাজাৰ লোকৰ কোটা দিয়া হৈছিল।

কিন্তু শেহতীয়াকৈ গুৰুতৰ বিত্তীয় সংকটৰ বাবে ইছলামাবাদে আৰম্ভণিতে এই বছৰ হজযাত্ৰা বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷কিন্ত দেশৰ সৰ্বত্ৰে হোৱা প্ৰৱল প্ৰতিবাদত সেও মানি অৱশেষত পাকিস্তান চৰকাৰে কেতবোৰ চৰ্তৰ সৈতে ‘উমৰা ভিছা’ কোটাৰ অধীনত হজ যাত্ৰাৰ বাবে সন্মত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Haj Pilgrimage BeginsHajjPakistan Govt.Saudi's Strong Message
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d