Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asom Satra Mahasabha Press Release:মুখ্যমন্ত্ৰীৰ নাম লৈ সত্ৰৰ মাজত বিভাজনৰ ষড়যন্ত্র

publisher by publisher
October 9, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Asom Satra Mahasabha Press Release:মুখ্যমন্ত্ৰীৰ নাম লৈ সত্ৰৰ মাজত বিভাজনৰ ষড়যন্ত্র
8
SHARES
83
VIEWS
ShareShareShareShare

RelatedPosts

Asom Satra Mahasabha Setubandha:অসমৰ জাতি- জনজাতিৰ সমন্বয়ৰ অনুষ্ঠান “সেতু বন্ধ” মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী গড়মূৰ সত্ৰত

Bangla Sahitya Sabha Apologises To Assamese People:অসমীয়াৰ জাতীয় স্বাভিমান ‘গামোচা’ক দুফাল কৰি বিতৰ্কৰ মাজলৈ ঠেলি দিয়া ‘বাংলা সাহিত্য সভা’ই অৱশেষত নিজৰ ভূল স্বীকাৰ কৰিলে

SUDHAKANTHA : সুধাকণ্ঠৰ টালিগঞ্জৰ বাসগৃহ সংৰক্ষণ কৰি সাংস্কৃতিক সংগ্ৰহালয় স্থাপনৰ আহ্বান অসম নাট্য সন্মিলনৰ

Asom Satra Mahasabha Press Release:

অসমৰ সত্ৰসমূহৰ উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থৰ ৰক্ষাৰ ক্ষেত্ৰত সুসংগঠিত ১০৮ বছৰীয়া অসম সত্ৰ মহাসভাৰ মাজত বিভাজন অনাৰ লগতে নানান মিছা কথা প্ৰলোভনেৰে কোনো ধৰণৰ ৰাজহুৱা সভা আদিৰ যোগেদি গঠন নোহোৱা “সদৌ অসম সত্ৰ মহাসভা” নামৰ এটা পাবত গজা সংগঠনৰ হৈ প্ৰান্তিক গোস্বামী নামৰ লোক এজনে বিভিন্ন অপকৰ্মত লিপ্ত হোৱা বুলি অসম সত্ৰ মহাসভাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ADVERTISEMENT

এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, প্ৰান্তিক গোস্বামী নামৰ লোকজনে অসমৰ অতি গতিশীল , বিচক্ষণ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি নানান মিছা কথা আৰু প্ৰলোভন দেখুৱাই সত্ৰসমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰি অসমৰ সত্ৰসমূহৰ সাতামপুৰুষীয়া ঐক্য আৰু সংহতি বিনষ্ট কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে। বিবৃতিটোত

সম্পাদক প্ৰধান গৰাকীয়ে কয় যে, উক্ত লোকজনে মুখ্যমন্ত্ৰীয়ে তেওঁক সত্ৰসমূহক সাহায্য দিবলৈ দুই কোটি টকাৰ এক অনুদান অনুমোদন কৰিছে আৰু সংগঠটোৰ বিভিন্ন কামত ব্যৱহাৰৰ বাবে এখন “ইন’ভা” বাহন চৰকাৰে দিয়া বুলি সত্ৰসমূহক কৈছে। এই বিষয়ত সংগতি ৰাখি আমি কওঁ যে যোৱা ২০২২ চনৰ মাৰ্ছত অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি দলৰ সাক্ষাৎ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ দূৰ্বল সত্ৰ সমূহৰ এখন তালিকা বিচাৰিছিল।

সেই অনুসৰি আমি ২০২২ চনৰ নবেম্বৰ মাহত অসমৰ সকলো জিলাৰ দূৰ্বল সত্ৰৰ এখন তালিকা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিছিলোঁ । তাৰোপৰি আমাৰ সাক্ষাতৰ সময়ত অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় আৰু কেন্দ্ৰীয় নামঘৰ আদিৰ মেৰামতিৰ বাবে এজন  মন্ত্ৰীক দায়িত্ব দিব বুলি কৈছিল আৰু অসম সত্ৰ মহাসভাৰ সাংগঠনিক কামৰ বাবে অতি সোনকালে এখন বাহন দিয়াৰ কথাও কৈছিল।

তেনেক্ষেত্ৰত অসম সত্ৰ মহাসভাক অওকান কৰি প্ৰান্তিক গোস্বামীৰ সংগঠনক এখন ইন’ভা বাহন আৰু সত্ৰসমূহক প্ৰান্তিক গোস্বামীৰ জড়িয়তে দুই কোটি বিলাবলৈ দিয়া বুলি শুনি আমি আচৰিত হৈছোঁ । যদি প্ৰান্তিক গোস্বামীয়ে কোৱা মতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে তেন্তে অসমৰ সত্ৰীয়া সমাজ তথা অসমৰ জনতাৰ বাবে চৰম দূৰ্ভাগ্য।

প্ৰান্তিক গোস্বামীৰ ভাষ্য অনুসৰি তেওঁৰ সংগঠনটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হৈ আছে। গতিকে সত্ৰসমূহ প্ৰান্তিক গোস্বামীৰ লগত তথা তেওঁৰ সংগঠনৰ লগত সম্পৰ্ক ৰাখিলে সত্ৰসমূহৰ বিভিন্ন ধৰণৰ উন্নয়ন হ’ব বুলি এক অপপ্ৰচাৰ চলাই আছে।

এনেধণৰ অতি মনে সজা মিছা বাতৰি প্ৰচাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে চলোৱা প্ৰচেষ্টা অতি নিন্দনীয় । তেওঁৰ প্ৰচাৰ কৰি ফুৰা কথাখিনি যদি সচা হয় , তেন্তে অসমীয়াৰ বাবে অতি দূৰ্ভাগ্য বিষয়। কাৰণ অতি জনপ্ৰিয় , বিচক্ষণ অসমৰ মুখ্যমন্ত্ৰীজনে ১০৮ বছৰীয়া জাতীয় সংগঠন অসম সত্ৰ মহাসভাক আওকাণ কৰি পদবী নাপায় নিজাকৈ একে নামকে ব্যৱহাৰ কৰি মাত্ৰ আগত “সদৌ” লগাই গঠন হোৱা পাবত গজা সংগঠনটোক কিহৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান গুৰুত্ব দিছে অতি আচৰিত হব লগীয়া।

এই বিষয়ক লৈ অসমীয়া সমাজ চিন্তিত। প্ৰান্তিক গোস্বামী বোলা লোকজন এখন বিদ্যালয়ৰ শিক্ষক যদিও কোনোদিনে কৰ্মস্থানত উপস্থিত নাথাকি মুখ্য সচিবৰ নাম ব্যৱহাৰ কৰি সংগঠনৰ কামতে যোৱা মাৰ্চ মাহৰ পৰা অবিৰত ভাবে ঘুৰি ফুৰিছে । আমি জনাত প্ৰান্তিক গোস্বামীয়ে প্ৰধান শিক্ষক গৰাকীক ভাবুকিৰে কৰ্মস্থানত উপস্থিত নাথাকিও উপস্থিত দেখুৱাই মাহিলি বেতন আদায় কৰি আহিছে।

অসম চৰকাৰৰ শিক্ষা বিভাগৰ কঠোৰ নীতি থকাৰ স্বত্বেও এনেদৰে চলি থকাটো অতি আচৰিত ঘটনা। ইয়াৰ পৰা বিভাগটোৰ ফোপোলা স্বৰূপৰ বিষয়ে নিশ্চিত ভাবে অসমৰ জনগনে উপলব্ধি কৰিছে।

বিবৃতিটোত আৰু উল্লেখ কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰা অসমীয়া জাতিৰ প্ৰাণ ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ নিৰ্বাচন সন্দৰ্ভটো এই একে গৰাকী ব্যক্তিয়ে নানা ধৰণৰ অপপ্ৰচাৰ চলাই সত্ৰখনৰ পৰম্পৰা বিঘ্নিত কৰাৰ প্ৰচেষ্টা চলাইছে।

অসম সত্ৰ মহাসভাই অসমৰ সত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বেদখল হৈ থকা মাটিসমূহ উদ্ধাৰ কৰাৰ লগতে সত্ৰসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে অতি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীক তেওঁ আৰু তেওঁৰ পৰিয়ালৰ নাম ব্যৱহাৰ কৰি অসমৰ সত্ৰসমূহৰ মাজত বিভাজনৰ পৰিৱেশ সূচনা কৰা এই অতি গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত এক তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Fake OrganiztionAsom Satra MahasabhaPRESS RELESESadau Asom Satra Mahasabha
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d