Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Parliament Security Breach:লোকসভাত সুৰক্ষাৰ ক্ষেত্ৰত ত্ৰুটি

ভিজিটৰছ গেলাৰীৰ পৰা সংসদৰ বহা আসনলৈ জঁপিয়ালে প্ৰতিবাদকাৰী যুৱকে, যুৱককেইজনে স্প্ৰে’ও ব্যৱহাৰ কৰিছিল, দুই প্ৰতিবাকাৰীক আটক দিল্লী আৰক্ষীৰ, সংসদৰ বাহিৰত প্ৰতিবাদকাৰী যুৱকৰ আটকক লৈ উত্তাল প্ৰতিবাদ , নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিক লৈ অধ্যক্ষ - সাংসদৰ তীব্ৰ প্ৰতিক্ৰিয়া

publisher by publisher
December 13, 2023
in India, News
Reading Time: 3 mins read
0
Parliament Security Breach:লোকসভাত সুৰক্ষাৰ ক্ষেত্ৰত ত্ৰুটি
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Mangaldoi Thief:সোণ চুৰিৰে জড়িত গভাইত চোৰক আটক মঙলদৈত

Parliament Security Breach:

সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচী চলি থকা মাজতে আজি লোকসভাত সৃষ্টি হয় এক ভয়ংকৰ ঘটনা ৷ নিৰাপত্তা বেহু ভেদি সংসদত অনাধিকাৰ প্ৰৱেশ দুই প্ৰতিবাদকাৰীৰ ৷

ADVERTISEMENT

লোকসভাত কাৰ্যসূচী অব্যাহত থকাৰ সময়তে ভিজিটৰছ গেলাৰীৰ পৰা সংসদৰ বহা আসনলৈ জঁপিয়ালে প্ৰতিবাদকাৰী যুৱকে ৷ লোক দুজনে ভিজিটৰছ গেলেৰীৰ পৰা সোমাই সাংসদসকলৰ আসনত উপস্থিত হয় আৰু সদনৰ চাৰিওফালে দৌৰিবলৈ ধৰে।

ইয়াৰ মাজতে জেকেট পৰিহিত আন এজন যুবকে জোতাৰ পৰা স্প্ৰে’ উলিয়াই শ্ল’গান দি স্প্ৰে মাৰি হালধীয়া ধোঁৱা ব্যৱহাৰ কৰে৷ ফলত ধোঁৱাময় হৈ পৰে লোকসভাৰ ভিতৰত ৷

দুই যুৱকৰ উত্তাল শ্ল’গানেৰে এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাত লোকসভাৰ কাৰ্যবিধি স্থগিত ৰখা হয়। ইয়াৰ মাজতে দুই যুৱকক কৰায়ত্ত কৰিবৰ বাবে আগবাঢ়ি আহে বহু কেইগৰাকী সাংসদ৷ যুৱকৰে হোৱা হতাহতিৰ ফলত আঘাতপ্ৰাপ্ত হয় মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ৷

অৱশ্যে সংসদৰ মাৰ্শ্বালে আৰু নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুই প্ৰতিবাদকাৰীক ৷ ধৃত যুৱক দুজন হ’ল সাগৰ শৰ্মা আৰু মনোৰঞ্জন শৰ্মা ৷

আনহাতে সংসদৰ ভৱনৰ সন্মুখৰ বাহিৰত থকা পৰিবহন ভৱনৰ সমীপতো বিভিন্ন দেশ বিৰোধী শ্ল’গান দিয়া এহাল যুৱক – যুৱতীক আটক কৰে দিল্লী আৰক্ষীৰ সন্ত্ৰাস বিৰোধী বিশেষ শাখাই ৷ ধৃত দুয়োজনে ট্ৰেয়াৰ গেছ এৰি ধোঁৱাময় কৰি তোলে ৷ আটকাধীন ৪২ বৰ্ষীয় মহিলা গৰাকী হিছাৰৰ নীলম আৰু মহাৰাষ্ট্ৰৰ লাটুৰৰ ২৫ বছৰীয়া আমোল সিন্দে ৷

উল্লেখ্য যে,সংসদৰ ভিতৰত আটক কৰা দুই যুৱকক প্ৰৱেশৰ বাবে পাছ দিছিল মহিশূৰৰ বিজেপি সাংসদ প্ৰতাপ সিমৰেই ৷ ইপিনে সংসদৰ ভিতৰত যুৱকৰ অনাধিকাৰ প্ৰৱেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷লোকসভাত সুৰক্ষাৰ ক্ষেত্ৰত সুৰুঙাক লৈ অধ্যক্ষ ওম বিৰলাই তদন্ত ঘোষণা কৰিছে ৷

স্মতৰ্ৱ্য যে, আজি সন্ত্ৰাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী আছিল ৷ সংসদ আক্ৰমণত মৃত্যু হোৱা বীৰ ছহিদ লোকসকলৰ স্মৃতিত পুৱাতে তদন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ মন্ত্ৰ – সাংসদ সকলে শ্ৰদ্ধাঞ্জলী জনাই ৷

২০০১ চনত সন্ত্ৰাসবাদীয়ে সংসদ ভৱন আক্ৰমণ কৰিছিল ৷ আজি এইদিনটোতে দুই যুৱকৰ সংসদত অনাধিকাৰ প্ৰৱেশ কৰি দেশ বিৰোধী শ্ল’গান দিয়া ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 4 DetainedIntruders Jump From GelleryParliament Security BreachSpray Gas
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d