Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Woman Has 800 Lovers:মহিলাৰ আছে ৮০০জন প্রেমিক !

যৌৱন ধৰি ৰাখিবলৈ নিতৌ পান কৰে ছাগলীৰ গাখীৰ

publisher by publisher
December 16, 2023
in Lifestyle, International, News
Reading Time: 1 min read
0
Woman Has 800 Lovers:মহিলাৰ আছে ৮০০জন প্রেমিক !
5
SHARES
52
VIEWS
ShareShareShareShare

Woman Has 800 Lovers:

সম্প্রতি সামাজিক মাধ্যমত আন্দ্রেয়া ছানছাইন নামৰ এগৰাকী মহিলাই বিশেষ চর্চা লাভ কৰিছে । আন্দ্রেয়াই মূলতঃ দুটা কাৰণত সংবাদ শিৰোনাম দখল কৰিছে। আন্দ্রেয়া চর্চিত হোৱাৰ প্ৰথমটো কাৰণ হৈছে তেওঁৰ প্ৰেমিকৰ সংখ্যা।

ADVERTISEMENT

আন্দ্রেয়াই বর্তমানলৈকে ৮০০ জন পুৰুষৰে প্রেমজনিত সম্পর্কত আবদ্ধ হৈছে। আন্দ্রেয়া এগৰাকী শৰীৰ চর্চাবিদ আৰু তেওঁৰ ইনষ্টাগ্রামত ৫,১২,০০০ জন অনুৰাগী আছে। আন্দ্ৰেয়াৰ ১৮ বছৰ পূর্বে বিবাহ-বিচ্ছেদ হৈছিল।

RelatedPosts

Chargesheet Viral:জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযোগনামাৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেলক লৈ গোচৰ ৰজু সত্ৰ ন্যায়াধীশ আদালতত

MahaKumbh:মহাকুম্ভ মহিলাৰ গা ধোৱাৰ ভিডিঅ’ বিক্ৰী হৈছে সামাজিক মাধ্যমত ! এক্সন যোগী আৰক্ষীৰ

Russian girl wants to marry an Indian man:ভাৰতীয় পুৰুষক বিবাহ কৰাব বিচাৰিছে এগৰাকী ৰুছ যুৱতীয়ে, কিন্তু কিয়?

তেতিয়াৰে পৰা অর্থাৎ বিবাহ-বিচ্ছেদৰ পাছত তেওঁ ৭২০জন পুৰুষৰ স’তে সম্পর্ক স্থাপন কৰিছিল। বর্তমান আন্দ্রেয়াৰ বয়ফ্রেণ্ড অর্থাৎ প্ৰেমিকৰ সংখ্যা হৈছে ৮০০জন। ৫৩ বছৰীয়া বয়সৰ আন্দ্রেয়া ফিটনেছ জগতত এক পৰিচিত নাম। নিজৰ ৮০০ বয়ফ্রেন্ড থকাৰ কথা আন্দ্ৰেয়াই স্বীকাৰ কৰাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

andrea sunshine 2আন্দ্রেয়াৰ জীৱনশৈলীয়ে শেহতীয়াভাবে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। ৫৩ বছৰীয়া মহিলাৰ আঠ শতাধিক প্রেমিক থকাৰ কথা বহু লোক বিশ্বাস কৰিব পৰা নাই।

আন্দ্রেয়া চর্চিত হোৱাৰ আনটো কাৰণ হৈছে ছাগলীৰ গাখীৰ। সামাজিক মাধ্যমত আন্দ্রেয়াই সদৰী কৰা অনুসৰি, তেওঁ নিতৌ ছাগলীৰ গাখীৰ পান কৰি আহিছে। আন্দ্রেয়াই কয় যে তেওঁ সুস্বাস্থ্যবান আৰু যৌৱন ধৰি ৰাখিবলৈ ছাগলীৰ গাখীৰ পান কৰে।

‘মই ছাগলীৰ গাখীৰ পান কৰো, কিয়নো ছাগলীৰ গাখীৰে ছালক হাইড্রেট কৰি ভিটামিন ‘এ’ ৰ  জৰিয়তে মোৰ ছাল নৰম কৰি ৰাখে।’ আন্দ্রেয়াই এইদৰে জনাই লগতে কয় যে তেওঁ কেবল ছাগলীৰ গাখীৰেই নহয়, নিয়মীয়াকৈ সুৰাপানো কৰি আহিছে ।

ছাগলীৰ গাখীৰ আন্দ্ৰেয়াৰ অতি প্রিয় হোৱা হেতুকে এজন প্রেমিকে তেওঁক ৪০০টা ছাগলী উপহাৰ দিব বিচাৰিছিল। এইজন প্রেমিকে আন্দ্ৰেয়াক বিবাহৰ প্ৰস্তাৱো দিছিল। অৱশ্যে আন্দ্ৰেয়াই প্ৰেমিকৰ পৰা ছাগলী উপহাৰ আৰু বিবাহৰ প্রস্তাৱ এতিয়াও স্বীকাৰ কৰা নাই।

andrea sunshine 3প্ৰেমিকৰ পৰা ছাগলী উপহাৰ লাভ কৰাৰ প্রসংগত আন্দ্রেয়াই কয় যে তেওঁৰ এপার্টমেন্টত ইমান সংখ্যক ছাগলী ৰখাৰ স্থান নাই। পুনৰ বৈবাহিক জীৱনৰ তিক্ততাৰ অভিজ্ঞতা অর্জন বিবাহৰ প্ৰসংগত তেওঁ কয় ‘মই ইতিমধ্যে কৰিলো, সেয়েহে পুনৰ বিবাহৰ কথা এতিয়া চিন্তা কৰা নাই ।

শৰীৰ চৰ্চা কৰিয়ে মই ব্যস্ত থাকো। অৱশ্যে মই বৰ ৰোমাণ্টিক আৰু প্ৰেমিকৰ স’তে সময় কটাবলৈ ভাল পাওঁ। প্রকৃত প্ৰেমৰ সন্ধান পালেহে পুনৰ বিয়াৰ কথা চিন্তা কৰিম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Andrea SunshineDrink Goat's MilkHas 800 LoversSocial Media Viral
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d