Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Historic Army Camp Was Closed:বন্ধ হ’ল ইতিহাস প্রসিদ্ধ সেনা শিবিৰ

সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৪২ হেক্টৰ ভূমি মোকলাই দিলে সেনাবাহিনীয়ে

publisher by publisher
February 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Historic Army Camp Was Closed:বন্ধ হ’ল ইতিহাস প্রসিদ্ধ সেনা শিবিৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Three schools in Nagaon are closed:নগাঁৱৰ তিনিখন চৰকাৰী স্কুলত সম্পূৰ্ণৰূপে ব্যাহত পাঠদান

Red Forts Blast Updates:আজি বন্ধ লালকিল্লাৰ মেট্ৰ’ ৰে’ল ষ্টেচন

Saraighat Old Bridge: পাঁচদিনৰ দিনৰ বাবে বন্ধ থাকিব শৰাইঘাট দলং

Historic Army Camp Was Closed:

ঐতিহাসিক ‘লামা কেম্প’ এতিয়াৰে পৰা অতীত হ’ল। ভাৰতীয় সেনাবাহিনীয়ে বন্ধ কৰি দিলে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিৰওচৰৰ এই ইতিহাস প্রসিদ্ধ ‘লামা কেম্প’।

ADVERTISEMENT

উল্লেখ্য যে ১৯৫৯ ত চীনা – আগ্রাসনৰ সময়ত বৌদ্ধ ধর্মগুৰু দালাই লামা সদলবলে তীব্বতৰ পৰা পলাই আহোতে ভাৰতীয সেনাই আদৰি আনি অসম আৰু অৰুণাচল প্রদেশ সীমান্তৰ ফুটহিলছৰ ওচৰৰ সোণাই ৰূপাই বনাঞ্চলৰ যি স্থানত আশ্রয় দিছিল, সেই স্থানতে সেনাবাহিনীয়ে ১৯৬২ ত স্থাপন কৰিছিল এটা শিবিৰ।

তদানীন্তন ভাৰতবৰ্ষৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ইয়াতেই সাক্ষাৎ কৰিছিল তীব্বতী বৌদ্ধ ধর্মগুৰু দালাই লামাক। দালাই লামাৰ নামেৰেই পৰৱৰ্তী সময়ত এই সেনা শিবিৰটো পৰিচিত হৈ পৰিছিল ‘লামা কেম্প’ নামেৰে। ইতিহাস প্রসিদ্ধ এই শিবিৰটো এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈ সম্প্রতি এই স্থানৰ পৰা স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে ভাৰতীয় সেনাবাহিনীয়ে।

যোৱা প্রায় এসপ্তাহ ধৰি চলিছে শিবিৰটোৰ স্থানান্তৰ কাৰ্য। ইতিমধ্যে লামা কেম্প চৌহদৰ কে’বাটাও ঘৰ ভাঙি-খুলি আনিলে সেনাই। আৰু এসপ্তাহমানৰ ভিতৰতে ৪২ হেক্টৰ ভূমি অঞ্চল আৱৰি থকা সেনা শিবিৰটো সম্পূর্ণ মুকলি হৈ পৰাৰ সম্ভাৱনা
আছে।

উল্লেখ্য যে পূৰ্বৰ সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চল আৰু বৰ্তমানৰ সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৪২ হেক্টৰ ভূমি ১৯৬২ৰ পৰা দখল কৰি ভাৰতীয় সেনাই দেশৰ সুৰক্ষাৰ স্বাৰ্থত মিছামাৰী সামৰিক ঘাটিৰ ওচৰতে গঢ়ি তুলিছিল এই সেনা শিবিৰটো।

শেহতীয়াকৈ হাতী আৰু মানুহৰ সংঘাতে চৰম পৰ্যায় পোৱাত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাই এই প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে।

সেনাৰ এই পদক্ষেপত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্রকাশ কৰি সেনাবাহিনীক ধন্যবাদ জনায়ো শান্তিৰ ন’বেল বঁটা বিজয়ী তিব্বতী ধর্মগুৰু দালাই লামাৰ স্মৃতি বিজড়িত ‘লামা কেম্প’ৰ বিলুপ্তিত গভীৰ দুখো প্রকাশ কৰিছে।

এই সন্দৰ্ভত স্থানীয় সমাজসেবিকা দুলুমনি বৰা দাসে কয়, ‘আমি ইতিমধ্যে অৱগত হৈছো যে ঐতিহাসিক মিছামাৰীৰ ‘লামা কেম্প’ স্থানান্তৰিত হ’ব আৰু ইয়াৰ প্রক্রিয়াও চলিছে। জানিব পৰা মতে, উক্ত ভূমি বন বিভাগে চমজি ল’ব। সেই দিশৰ পৰা এটা ভাল পদক্ষেপ কিয়নো বন বিভাগে নিজৰ ভূমি ঘূৰাই পাব।

লগতে উক্ত ঠাইত বন বিভাগৰে তৃতীয় বেটেলিয়নৰ প্রশিক্ষণ কেন্দ্রও হ’ব। আনহাতে, এই কেম্পটো স্মৃতি বিজড়িত সেনাৰ কেম্প। ৰঙা চীনৰ আগ্রাসনৰ সময়ত বৌদ্ধ ধর্মীয় গুৰু দালাই লামাই অৰুণাচল হৈ আহি এই স্থানতেই জিৰণি লৈছিল। ভাৰতীয় সেনাই ধর্মীয় গুৰু দালাই লামাক ইয়াত আশ্রয় দিছিল।

পৰৱৰ্তী সময়ত দালাই লামাৰ স্মৃতি সজীৱ কৰি তোলাৰ বাবে ভাৰতীয় সেনাই স্থাপন কৰা সেনাৰ কেম্পৰ নাম দিছিল লামা কেম্প। এই কেম্পটো স্থানান্তৰিত হোৱাৰ লগে লগে সুদীর্ঘ বছৰৰ ধর্মীয় গুৰু দালাই লামাৰ স্মৃতি নিঃচিহ্ন হ’ব বুলি প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ClosedHistoric Army CampLAMA CAMP
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d