Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Three schools in Nagaon are closed:নগাঁৱৰ তিনিখন চৰকাৰী স্কুলত সম্পূৰ্ণৰূপে ব্যাহত পাঠদান

ইভিএমৰ ষ্ট্ৰংকম স্থাপন নির্বাচন আয়োগৰ

publisher by publisher
April 13, 2026
in News
Reading Time: 1 min read
0
Three schools in Nagaon are closed:নগাঁৱৰ তিনিখন চৰকাৰী স্কুলত সম্পূৰ্ণৰূপে ব্যাহত পাঠদান
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Three schools in Nagaon are closed:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- যি সময়ত চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাত সামগ্রিক ফলাফলক লৈ উদ্বেগৰ সৃষ্টি হৈছে তেনে সময়তে নিৰ্বাচনৰ ইভিএমৰ ষ্ট্ৰংকম স্থাপনৰ নামত নির্বাচন আয়োগ আৰু প্রশাসনে নগাঁৱত এক অবিবেচক কাণ্ড সংঘটিত কৰিলে। যোৱা ন এপ্রিলত ভোটগ্রহণ সম্পন্ন হোৱা বিধানসভা নির্বাচনৰ নগাঁৱৰ সাতটা বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰসমূহৰ ইভিএম জিলাখনৰ তিনিখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিছে আয়োগ তথা প্রশাসনে।

ADVERTISEMENT

ফলত এই শিক্ষানুষ্ঠানকেইখনত প্রায় এমাহ ধৰি পাঠদান ব্যাহত হোৱাটো নিশ্চিত হৈছে। এনেদৰে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনৰ অবিবেচক সিদ্ধান্তৰ ভুক্তভোগী হ’ব লগা এই তিনি শিক্ষানুষ্ঠান হ’ল নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচন, পৌৰসভাৰ নিৰ্বাচন, তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন, লোকসভা নির্বাচন, বিধানসভা নির্বাচনত এই চৰকাৰী বিদ্যালয়কেইখনৰ পাঠদান বন্ধ হৈ পৰাটো এক নিয়মতেই পৰিণত হৈছে। এইবাৰো ইয়াৰ কোনো ব্যতিক্রম নহ’ল। কিয়নো নিৰাপত্তাৰ খাতিৰতেই প্রতিটো নির্বাচনতে প্রশাসনে এই চৰকাৰী বিদ্যালয়কেইখনত স্থাপন কৰে নিৰ্বাচনৰ সামগ্রী বিতৰণৰ কোষ। তদুপৰি এইবাৰো বিধানসভা নিৰ্বাচনৰ বাবে এই তিনি বিদ্যালয়তে স্থাপন কৰা হৈছে জিলাখনৰ সাতটা বিধানসভা সমষ্টি ক্রমে ধিং, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ষ্ট্ৰংকম তথা ভোটগণনা কেন্দ্র।

এই উদ্দেশ্যে যোৱা পহিলা এপ্ৰিলৰ পৰাই সংশ্লিষ্ট বিদ্যালয়কেইখনৰ পাঠদান সম্পূর্ণরূপে ব্যাহত হৈ পৰে। অহা চাৰি মে’ৰ ভোটগণনা প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত সামগ্ৰীসমূহ আঁতৰাই, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ পাছতহে বিদ্যালয়কেইখনৰ পাঠদান পুনৰ আৰম্ভ কৰিব পৰা যাব। ইয়াৰ বাবে কমেও ছয় মে’ মানলৈকে অপেক্ষা কৰিব লাগিব। তেতিয়ালৈকে পাঠদান সম্পূর্ণরূপে ব্যাহত হৈ থাকিব নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত এই তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ।

উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰা হেতুকে সংসদীয় সমষ্টিটোত সোনকালেই উপ-নির্বাচনো অনুষ্ঠিত হ’ব। তেতিয়াও সেই একেই দশা হ’ব সংশ্লিষ্ট বিদ্যালয়কেইখনৰ। ইপিনে, চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠান তিনিখনত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও পাঠদান ব্যাহত হৈ থাকে। চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক নহয় বুলি চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে প্ৰায়েই সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষকেই প্রত্যক্ষভাৱে জগৰীয়া কৰি আহিছে। কিন্তু বিভিন্ন চৰকাৰী বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা, নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা আদিৰ বাবে নগাঁও চহৰৰ এই তিনিখন চৰকাৰী খণ্ডৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ পাঠদান ব্যাহত হৈ থকাত ভীষণ ক্ষতিগ্রস্ত হয় শিক্ষার্থীসকল।

স্মর্তব্য যে সংশ্লিষ্ট শিক্ষানুষ্ঠানকেইখন চৰকাৰী কামত ব্যৱহাৰ কৰাৰ সময়ত ছাত্র-ছাত্ৰীৰ বাবে অনলাইন ব্যৱস্থাৰে পাঠদান কৰোৱা নহয়। ফলত বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকল বৃহৎ হাৰত ক্ষতিগ্রস্ত হোৱাটো নিশ্চিত হৈছে। লক্ষ্যণীয় যে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব পৰা তথা স্ট্রংকম স্থাপন কৰিব পৰাকৈ নগাঁও নগৰত বহু চৰকাৰী ভৱন আছে। সেইসমূহ ব্যৱহাৰ নকৰি বছৰৰ পাছত বছৰ ধৰি প্ৰতিটো নিৰ্বাচনত এই তিনি শিক্ষানুষ্ঠান ৰাজ্যিকেই হওক বা দেশৰে হওঁক নির্বাচন আয়োগে ব্যৱহাৰ কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Closedevm strong roomNagaonThree schools
publisher

publisher

Related Posts

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

November 3, 2026
৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d