Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hurt The Foundation Of Democracy:গণতন্ত্ৰৰ ভেটিত আঘাত !

# প্রাঞ্জলসেন ডেকা

samimsultana by samimsultana
October 30, 2023
in Assam, India, News
Reading Time: 4 mins read
0
Hurt The Foundation Of Democracy:গণতন্ত্ৰৰ ভেটিত আঘাত !
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

Loksabha Election 2024:কিহৰ আগজাননী ?

Hurt The Foundation Of Democracy:গণতন্ত্ৰৰ ভেটিত আঘাত !

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

আসন্ন ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত দেশবাসীয়ে পূর্বে কেতিয়াও | প্রত্যক্ষ নকৰা কেতবোৰ ঘটনাৰ সাক্ষী হ’ব লাগিব পাৰে। অৱশ্যে সাক্ষী বুলি নকৈ ভুক্তভোগী বুলি কোৱাটোহে যথাৰ্থ হ’ব। লোকসভা নির্বাচনলৈ এতিয়াও | প্রায় ছমাহ সময় বাকী আছে যদিও ইতিমধ্যে তাৰ উত্তাপে চৌদিশ ছুই গৈছে। তাৰ পূৰ্বে সম্প্রতি অব্যাহত থকা পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনতে |

দেশৰ সম্ভাব্য পৰিস্থিতিৰো কিছু আভাস দেখা গৈছে ক্ষমতা  দখলৰ বাবে নিৰ্বাচনত ৰাজনৈতিক দলে সর্বশক্তি প্রয়োগ কৰাটো স্বাভাৱিক; কিন্তু এইবাৰ দিল্লী দখলৰ বাবে একাংশ দল কি পৰ্যায়লৈ নামিব পাৰে তাক লৈহে সচেতন মহলৰ মাজত শংকাৰ সৃষ্টি হৈছে। এইবাৰ দেশবাসী অভূতপূর্ব পৰিস্থিতিৰ সম্মুখীন হ’ব লাগিব বুলি সচেতন মহল সন্দিহান হৈ পৰিছে।

বিশেষকৈ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’বলৈ নৰেন্দ্ৰ মোদী-অমিত শ্বাহ যুটীয়ে যে কোনো সুৰুঙাই এৰি নিদিয়ে, সেয়া বিগত চাৰে ন বছৰীয়া শাসন কালতে স্পষ্ট হৈ উঠিছে। এই সময়ছোৱাত সৰু ডাঙৰ প্ৰতিটো নির্বাচনকে বিজেপিয়ে সৰ্বাধিক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু জয়লাভৰ বাবে সৰ্বশক্তি প্রয়োগ কৰিছে।

আনহাতে, দলীয় অথবা চৰকাৰী সৰু-বৰ প্ৰতিটো কাৰ্যসূচীকে মোদীৰ শাসনকালত বৃহৎ ইভেন্ট’ত পৰিণত কৰা হৈছে, যাতে সেইবোৰৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰিব পৰা যায়। আনকি সামাজিক মাধ্যমৰ জৰিয়তে কিদৰে নিজৰ প্ৰচাৰ চলোৱাৰ লগতে প্ৰতিদ্বন্দ্বী দল আৰু নেতাৰ বিৰুদ্ধে নেতিবাচক প্ৰচাৰ চলাই লাভৱান হ’ব পাৰি মোদী-শ্বাহৰ কেন্দ্ৰৰ ৰাজনীতিলৈ আগমনৰ পাছৰ পৰাই দেশবাসীয়ে তাৰ অভিজ্ঞতা লাভ কৰে।

দুটাকৈ কাৰ্যকাল শাসন কৰাৰ পাছত নৰেন্দ্ৰ মোদীৰ চৰকাৰ তৃতীয়টো নিৰ্বাচনৰ সম্মুখীন হ’বলৈ গৈ যে গভীৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে তাত সন্দেহ নাই। সেয়েহে এই নির্বাচনত সম্পূর্ণ নতুন ৰণকৌশল আৰু নতুন শক্তিৰে জঁপিয়াই পৰিছে মোদী-শ্বাহ যুটী। তেওঁলোকৰ এই নির্বাচন জয়ৰ অভিযানত দেশে যে বৃহৎ মূল্য দিব লাগিব সেয়া শেহতীয়া কেতবোৰ চৰকাৰী সিদ্ধান্তই অধিক স্পষ্ট কৰি তুলিছে।

মোদী চৰকাৰৰ বিগত ন বছৰীয়া কাৰ্যকালৰ ‘কৃতিত্ব’ৰ দেশজুৰি প্ৰচাৰৰ বাবে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলক নিয়োগৰ অভূতপূৰ্ব পদক্ষেপে তীব্র বিতর্কৰ সূত্রপাত ঘটাইছে। যোৱা ১৮ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অহা ২০ নৱেম্বৰৰ পৰা ২৫ জানুৱাৰীলৈ দেশৰ সমগ্ৰ গাঁও পঞ্চায়ত পৰ্যায়ত এনে প্ৰচাৰৰ বাবে ‘বিকশিত ভাৰত সংকল্প যাত্রা’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

তাৰ বাবে চৰকাৰৰ যুটীয়া সচিব, সঞ্চালক, উপ-সচিব পৰ্যায়ৰ আই এ এছ বিষয়াক দেশৰ ৭৬৫ খন জিলাত একোজনকৈ ৰথ প্ৰভাৰী’ (বিশেষ বিষয়া) ৰূপে নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশৰ মুঠ দুই লাখ ৬৭ হেজাৰ পঞ্চায়তত চৰকাৰী আঁচনি আৰু ইয়াৰ সাফল্যৰ সম্পৰ্কত এই ৰথযাত্ৰাই প্ৰচাৰ চলাব। ৰথ প্রভাৰী বিষয়াসকলে এই ৰথযাত্রা অভিযানৰ প্ৰস্তুতি, পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণ কৰিব লাগিব। অকল সেয়ে নহয়, ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্রণালয়ৰ আন এক নির্দেশত কোৱা হয়। যে বার্ষিক ছুটীত যোৱা সেনা জোৱানসকলে নিজ নিজ অঞ্চলৰ ৰাইজৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ প্ৰচাৰ কৰিব লাগিব।

তাৰ উপৰি ভাৰতীয় সেনাৰ বিভিন্ন কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্রী মোদীৰ বৃহৎ কাটআউটসহ ছেলফি পইণ্ট স্থাপন কৰা হৈছে, যাতে যিকোনো লোকে তাত প্ৰধানমন্ত্ৰীৰ কাটআউটৰ স’তে ছেলফি তুলিব পাৰে। এনে ছেলফি পইন্টসমূহকো প্রধানমন্ত্ৰী মোদীৰ প্ৰচাৰৰ বাবেই সামৰিক ঘাটিৰ সন্মুখত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে স্বাধীনতাৰ বিগত ৭৬ বছৰত চৰকাৰী বিষয়া অথবা সেনাবাহিনীক এনে ধৰণে প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰাৰ দৃষ্টান্ত নাই।

চৰকাৰী আঁচনিৰ নামত যে প্রকৃততে প্রধানমন্ত্রী মোদী আৰু বিজেপিৰ প্ৰচাৰ কাৰ্য চলাবলৈকে এনে পদক্ষেপ গ্রহণ কৰা হৈছে তাৰ উল্লেখ বাহুল্য মাথোঁ । এই নিৰ্দেশ প্ৰকাশৰ পাছতে বিৰোধী দলসমূহ, ঘাইকৈ কংগ্ৰেছ সৰ্ব্ব হৈ উঠিছে চৰকাৰৰ বিৰুদ্ধে। চৰকাৰী আমোলাতন্ত্ৰৰ লগতে সেনাবাহিনীক শাসক দলৰ প্ৰচাৰ কাৰ্যত লিপ্ত কৰাটো অবিবেচক কাৰ্যৰূপে অভিহিত কৰি ই ভৱিষ্যতলৈ কুদৃষ্টান্ত এৰি যাব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাগেই প্রধানমন্ত্রী মোদীলৈ এই সম্পৰ্কত গভীৰ অসন্তুষ্টি ব্যক্ত কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে।

তেওঁ কয় যে সকলো চৰকাৰী প্ৰতিষ্ঠান, সংস্থা, শাখা আৰু বিভাগ এতিয়াৰ পৰা আনুষ্ঠানিকভাৱে মোদী চৰকাৰৰ প্ৰচাৰক। আমোলাতন্ত্ৰ আৰু সেনাবাহিনীৰ ৰাজনীতিকৰণৰ এনে পদক্ষেপ শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ কংগ্ৰেছ সভাপতিয়ে দাবী জনায়। ইয়াৰ বিপৰীতে বিজেপিৰ সভাপতি প্ৰমুখ্যে অন্যান্য নেতাসকলে এনে প্ৰচাৰ অভিযানৰ প্ৰয়োজনীয়তাৰ সপক্ষে যুক্তি দাঙি ধৰিছে।

দৰাচলতে কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) বিধি, ১৯৬৪ অনুসৰি কোনো চৰকাৰী বিষয়া-কর্মচাৰীয়ে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ কৰিব নোৱাৰে। চৰকাৰী বিষয়াৰ দ্বাৰা তথ্যৰ প্ৰচাৰ স্বীকাৰ্য হ’লেও ‘কৃতিত্ব উদযাপন’ আৰু ‘প্ৰদৰ্শন’ৰ দৰে কার্যকলাপে তেওঁলোকক স্পষ্টৰূপত শাসক দলৰ ৰাজনৈতিক কৰ্মীৰ ৰাপত পৰিণত কৰিব। বিগত ন বছৰীয়া কাৰ্যকালৰ কৃতিত্বৰ প্ৰচাৰ অভিযানৰ জৰিয়তে অহা ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনক লক্ষ্য কৰিয়ে যে এনে রাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

কংগ্ৰেছ সভাপতি খাৰ্গেয়ো এনে আশংকাই প্রকাশ কৰিছে। দেশৰ সশস্ত্র বাহিনীসমূহক ৰাজনৈতিক কার্যকলাপৰ পৰা আঁতৰাই ৰখাটো গণতান্ত্রিকপৰম্পৰাৰ বাবেই সবাতোকৈ গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে।

দৰাচলতে আমোলাতন্ত্র গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হ’লেও ই ৰাজনৈতিকভাৱে নিতান্তই নিৰপেক্ষ। সেই বাবেই কাৰ্যপালিকাৰ অংশ হলেও ই ৰাজনৈতিক কাপালিকাৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰে। ভাৰতত চৰকাৰী আমোলাতন্ত্র এনে এক প্ৰক্ৰিয়াৰ মাজেদি নিৰ্বাচিত হৈ আহে যি আপাতদৃষ্টিত ৰাজনৈতিক প্রভাৱমুক্ত। আমোলাতন্ত্ৰৰ কাম হৈছে নীতি প্ৰস্তুত আৰু ইয়াৰ ৰূপায়ণ নিশ্চিত কৰাটো। এইবোৰৰ প্ৰচাৰ কাৰ্য তেওঁলোকৰ দায়িত্ব অথবা কৰ্তব্যৰ ভিতৰত ধৰা নহয়।

আমোলাতন্ত্ৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ নহ’লে কোনো নতুন চৰকাৰৰ বাবেই কাৰ্য পৰিচালনা কৰাটো সম্ভৱ হৈ নুঠিব। বহু সময়ত একাংশ বিষয়া-কৰ্মচাৰী বিশেষ ৰাজনৈতিক দলৰ নেতৃত্বৰ স’তে অত্যধিক ঘনিষ্ঠ তথা মুখাপেক্ষী হৈ পৰা পৰিলক্ষিত হয় যদিও সুস্থ গণতন্ত্ৰৰ বাবে সেয়া কাম্য নহয়। অৱশ্যে আমোলাতন্ত্ৰৰ ৰাজনীতিকৰণক লৈ দীৰ্ঘদিন ধৰি বিতর্ক চলি আহিছে। অৱসৰ গ্ৰহণৰ পাছতে অথবা কৰ্মৰত অৱস্থাতে স্বেচ্ছা অৱসৰ গ্ৰহণ কৰি প্ৰতিটো নিৰ্বাচনতে কিছুসংখ্যক আমোলাই নির্বাচনত অৱতীৰ্ণ হৈ আহিছে।

ইয়াৰে একাংশই পূৰ্বৰ আৰু বৰ্তমানৰো চৰকাৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। শেহতীয়াভাবে ওড়িছাৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰূপে কাৰ্যৰত আইএএছ বিষয়াজনৰ স্বেচ্ছা অৱসৰ গ্ৰহণ আৰু তাৰ লগে লগে তেওঁক কেবিনেট মর্যাদা প্ৰদানৰ বিষয়টোৱে ব্যাপক চর্চা লাভ কৰে। বিষয়াজনক অধিক গুৰুত্বপূর্ণ পদৰ দায়িত্ব দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ উত্তৰাধিকাৰী ঘোষণা কৰা হ’ব পাৰে বুলিও চৰ্চা চলিছে।

আমোলাসকলৰ ব্যক্তিগত ৰাজনৈতিক সমর্থন থকাটো অস্বাভাবিক নহয়, যদিহে সি তেওঁৰ চৰকাৰী দায়িত্ব পালনৰ ক্ষেত্ৰত প্ৰভাৱ নেপেলায়। আনহাতে, সেনাবাহিনীক কোনো ধৰণৰ বিচাৰধাৰাৰে জড়িত কৰাটো যে অতিশয় বিপজ্জনক সেয়া সততে বিশেষজ্ঞসকলে সকীয়াই দি আহিছে। গৌৰৱৰ কথা যে ভাৰতীয় সেনাবাহিনীৰ বিশ্বতে এক সুশৃংখলিত আৰু পেছাদাৰীবাহিনীৰূপে সুনাম আছে।

জাতি-ধর্ম নির্বিশেষে দেশৰ জনগণে ভাৰতীয় সেনাৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস স্থাপন কৰি আহিছে। বিপদৰ সময়ত সেনাই কোনো ভেদভাৱ অবিহনেই দেশৰ নাগৰিকৰ ওচৰত থিয় দি আহিছে। সেই সেনাবাহিনীকে বিশেষ মতবাদৰ দ্বাৰা প্ৰভাৱিত কৰাৰ অপচেষ্টা চলোৱা হৈছে। কোনো ধৰণৰ প্ৰভাৱৰ পৰা মুক্ত ৰখাৰ উদ্দেশ্যেই পূৰ্বৰে পৰা ভাৰতত সেনাবাহিনীক সমাজৰ পৰা পৃথকে ৰখা হৈ আহিছে; কিন্তু লাহে লাহে সেনাক বিজেপিৰ পৰিচয়ৰ স’তে সাঙুৰি লোৱাৰ অভিযান চলিছে।

ছুটীৰ সময়ত সেনাক যিবোৰ আঁচনিৰ প্ৰচাৰ চলাবলৈ কোৱা হৈছে, লক্ষ্যণীয়ভাৱে সেইবোৰৰ তালিকাত কেৱল মোদী চৰকাৰৰ আঁচনিৰ নামহে অন্তর্ভুক্ত কৰা হৈছে। পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰসমূহৰ অথবা বৰ্তমানৰ অ-বিজেপি ৰাজ্য চৰকাৰসমূহৰ কোনো আঁচনিৰ নাম অন্তর্ভুক্ত কৰা হোৱা নাই। মোদী চৰকাৰৰ আঁচনিৰ প্ৰচাৰৰ বাবে সেনাবাহিনী প্রস্তুত হোৱাটোৱেও ইয়াৰ আঁৰত থকা ৰাজনৈতিক পদক্ষেপৰ বিষয়ে ইংগিত দিয়ে।

কোনো চৰকাৰ অথবা বিশেষ মতবাদৰ প্ৰচাৰক নোহোৱা সত্ত্বেও শেহতীয়া সময়ছোৱাত সেনাবাহিনীৰ একাংশ মুৰব্বী পৰ্যায়ৰ বিষয়াই দাঙি ধৰা ভাষ্যই এই বিপজ্জনক গতিবিধিৰে ইংগিত দিয়া নাই নে? তেনে একাংশ বিষয়াই অবস গ্রহণৰ পাছতে নির্বাচনত অৱতীৰ্ণ হৈ মন্ত্রী অথবা অন্যান্য গুৰুত্বপূর্ণ পদত অধিষ্ঠিত হোৱাটোও সেনাবাহিনীৰ বাবে দৃষ্টিকটু হৈ পৰিছে বুলিয়ে ক’ব লাগিব।

এই ক্ষেত্ৰত সবাতোকৈ বিপজ্জনক দিশটো হৈছে ভৱিষ্যতৰ প্ৰতি এক অশুভ দৃষ্টান্তৰ সৃষ্টি হোৱাটো। বৰ্তমানৰ এই পদক্ষেপ এতিয়াই বাতিল নকৰিলে পৰৱৰ্তী যিকোনো চৰকাৰেই আমোলাতন্ত্ৰ আৰু সেনাবাহিনীক এনে অথবা ইয়াতকৈও অধিক ৰাজনৈতিক কার্যকলাপত ব্যৱহাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। তেনে হ’বলৈ হ’লে দেশৰ গণতান্ত্ৰিক পৰম্পৰাই ব্যর্থ প্রমাণিত হ’ব।

যিকোনো চৰকাৰৰ সাফল্য প্ৰচাৰৰ বাবে এক বৃহৎ ব্যৱস্থা আছে আৰু প্ৰতিখন চৰকাৰেই তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাজকোষৰ ধনেৰে নিজৰ আৰু নেতৃত্বৰ প্ৰচাৰ চলাই আহিছে। তাৰ পাছতো চৰকাৰী আমোলাতন্ত্ৰ আৰু সেনাবাহিনীক পোনপটীয়াকৈ চৰকাৰী আঁচনিৰ নামত শাসক দলৰ প্ৰচাৰ কাৰ্যত ব্যৱহাৰ কৰিবলৈ লোৱাটোৱে বিভিন্ন প্ৰশ্নৰ উদ্রেক ঘটাইছে। নির্বাচন জয়ৰ বাবে মোদী চৰকাৰ যে যিকোনো পৰ্যায়লৈ নামিবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰে ই তাৰো ইংগিত দাঙি ধৰিছে। লগতে আসন্ন নির্বাচনক লৈ মোদী-শ্বাহ আৰু বিজেপিয়ে যে আশ্বস্ত হ’ব পৰা নাই তাকো উদঙাই দিছে।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesHurt The Foundation Of DemocracyWriter Pranjal SenDeka
samimsultana

samimsultana

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d