Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Biswa Sarma :লখিমপুৰত মুখ্যমন্ত্ৰীৰ সদম্ভে ঘোষণা

আজমলে জৰাফুকা অব্যাহত ৰাখিলে গ্ৰেপ্তাৰ হ'ব, ২০২৬ত ৰাজ্যত বন্ধ হ’ব বাল্য বিবাহ

publisher by publisher
March 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Cm Himanta Biswa Sarma :লখিমপুৰত মুখ্যমন্ত্ৰীৰ সদম্ভে ঘোষণা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Biswa Sarma :

উত্তৰপাৰ পৰিভ্ৰমণ মুখ্যমন্ত্ৰীৰ ৷ কে’বাটাও চৰকাৰী কাৰ্যসূচীৰে আজি পুৱা লখিমপুৰ উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷

ADVERTISEMENT

মুখ্যমন্ত্ৰীয়ে সদম্ভে পুনৰ হুংকাৰ দিলে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যজুৰি ব্যাপক ৰূপত লটাৰী -তীৰ আৰু নকল সোণ সৰবৰাহকাৰী বিৰুদ্ধে চলিব মাৰাথন অভিযান ৷ লখিমপুৰৰ লালুক ,নাওবৈছাত নকল সোণৰ কৰিডৰলৈ পৰিণত কৰা ধুৰন্ধৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা ইংগিত দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া কেতবোৰ বহুবল্কী মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজমলে এতিয়াৰ পৰা যদি জৰা- ফুকা অব্যাহত ৰাখে তেন্তে গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত ৷ আমি যি কও ,কাৰ্যত কাৰ্যকৰী কৰো ৷

কংগ্ৰেছে প্ৰাৰ্থী তালিকা বিলম্ব সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,কোন দলে কাক প্ৰাৰ্থিত্ব দিয়ে আমি সেয়া গৱেষণা কৰা নাই ৷ মুঠৰ ওপৰত আমাৰ প্ৰধান লক্ষ্য ১১খন আসনত আমি জিকিব লাগে। বিৰোধী ঐক্যমঞ্চৰ একতাক লিভিং টুগেদাৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাল্যবিবাহ বন্ধ সম্পৰ্কত ড:হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দি কয়,২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহ বন্ধ হোৱাটো নিশ্চিত ৷ আনহাতে বৰ্তমান নাওবৈছাৰ বিধায়কজনক ভেঞ্চাৰ বিধায়ক বুলি উল্লেখ কৰি তেওঁৰ বাবেই উন্নয়ণ হোৱা নাই সমষ্টিটোত ৷ সেয়েহে আগন্তুত ২০২৬ ত নাওবৈছাত এজন প্ৰাদেশীকৃত এম এল এ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaLakhimpur VisitPublic Meeting
publisher

publisher

Related Posts

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

উত্তেজনা নাশ কৰি শান্তি ঘূৰাই অনাৰ সংকল্প দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ
Assam

ধেমাজি মাছখোৱা উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনিৰ ৰুপায়নৰ নামত সচিব, অভিযন্তাই মিলি ভুৱা বিলেৰে ৭.৬২ লাখ টকা লুণ্ঠন কৰাৰ বিৰুদ্ধে পঞ্চায়ত মন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল
International

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d