Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

পদুম ফুলত দুৰ্গন্ধ পোৱা বদৰুদ্দিন আজমলে আঁতৰত বিচাৰি পাই সুগন্ধ, অসমক লুটি-পুটি খোৱা সকল মোৰ চৰকাৰৰ দিনত নিৰাপদ নহয়

ভৱানীপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

publisher by publisher
October 24, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
পদুম ফুলত দুৰ্গন্ধ পোৱা বদৰুদ্দিন আজমলে আঁতৰত বিচাৰি পাই সুগন্ধ, অসমক লুটি-পুটি খোৱা সকল মোৰ চৰকাৰৰ দিনত নিৰাপদ নহয়
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

পদুমফুলত দুৰ্গন্ধ পোৱা বদৰুদ্দিন আজমলে আঁতৰতহে বিচাৰি পাই সুগন্ধ । বদৰুদ্দিন আজমলে কেতিয়াও চৰকাৰ চলোৱা নাই তেওঁ কেৱল মাথো জানে জৰা-ফুকা কৰিবলৈহে । অসমখনক লুটি-পুটি খোৱা সকল মোৰ চৰকাৰৰ দিনত কেতিয়াও নিৰাপদ হʼব নোৱাৰে । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

ADVERTISEMENT

আজি ভৱানীপুৰ টাপা হাইস্কুলৰ খেলপথাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আয়োজিত বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় অসমত সাম্প্ৰদায়িক শক্তিবিলাক মূৰ দাঙি উঠিছে । আমি বজালী জিলাৰ পৰা নামনি অসমৰ মাটি-ভেটি হেৰুৱাই পেলাইছো । সাম্প্ৰদায়িক শক্তিবোৰৰ আগ্রাসী মনোভাৱত আমি সত্রৰ মাটি, আমাৰ চিনাকি, পৰিচয় হেৰুৱাবলৈ গৈ আছো বুলি উল্লেখ কৰি কয় আমি প্রজন্মৰ পাছত প্রজন্ম বসবাস কৰা মাটিখিনি বিক্রী কৰি গুৱাহাটীলৈ উঠি গৈছো । নামনি অসমত মাটি বিক্ৰী কৰি কৰি এতিয়া আমাৰ মাজত মাটি নোহোৱা হ’ল । এতিয়া ‘ঠাকুৰবাৰী’ নাম আছে কিন্তু ইয়াত আমাৰ সভ্যতা নাই সংস্কৃতি নাই । আমি অসমীয়া মানুহবোৰে কোনো বিজেপি অগপ কংগ্রেছৰ নামত ভাগ ভাগ হৈ গৈ আছো ।

মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে, যোৱা পাঁচ মাহত চেষ্টা কৰিছো যে অসমীয়া প্রাণ পাই উঠে । গৰুখুঁটিৰ উচ্ছেদৰ বাবে আমাক সমালোচিত কৰা হৈছে । কিন্তু আমি সাহসিকতাৰে কাম কৰি গৈ থাকিম । গৰুখুঁটিত এতিয়া হৰি ধ্বনিৰে মুখৰিত হৈছে । অহা পাঁচ বছৰত হৰি ধ্বনি অথবা শিৱৰ আৰাধনাৰে আমাৰ হেৰোৱা অঞ্চলবিলাকত সনাতন সভ্যতা-সংস্কৃতিৰ ভেটি নিৰ্মাণ হ’ব ।এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক চোকা সমালোচনা কৰি কয় যে আজমলে প্রচাৰ চলাইছে আমি নিৰাপদ নহয় ।

আমি ক’ব বিচাৰিছো অসমত কোন নিৰাপদ নহয় ? অসমীয়া জনগণৰ আৰ্তনাদ কোনে শুনিব ? এ আই ইউ ডি এফ কংগ্রেছৰ দৰে অপশক্তিক পৰাভূত কৰি আমি উৎসৰ্গিত কৰিব লাগিব বুলি কৈ তেওঁ আমাৰ বাবে দুখৰ কথা এসময়ত ছাত্ৰ সন্থাত থকা কোনো নেতাই কংগ্রেছক ভোট দিব আহ্বান কৰে আৰু গধূলি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰলৈ যায় । কংগ্রেছ আৰু খৰ্গেশ্বৰ তালুকদাৰৰ আত্মা কেতিয়া এক হ’ল বুলি প্রশ্ন উত্থাপন কৰে ।

লগতে কংগ্ৰেছৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই বদৰুদ্দিন আজমলৰ লগত লগ হৈ গৰুখুঁটিৰ উচ্ছেদৰ বিৰুদ্ধে আবেদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উত্থাপন কৰি কাকো ক্ষমা নকৰে বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ অযুত সাহস আছে । অহা পাঁচ বছৰত নেদেখা বহু কথাই আমি দেখিব পাম । সৰু সৰু মানুহবোৰক, গৰীৱ-দুখীয়াক সহায়ৰ বাবে কাম কৰিম । চৰকাৰী কৰ্মচাৰীয়ে মন্ত্রী-বিধায়কক কৰা ব্যৱহাৰৰ দৰে এই লোকসকলকো একে ব্যৱহাৰ কৰিব লাগিব । ঠেলাচালক-ৰিক্সাচালককো একে ব্যৱহাৰ কৰিব লাগিব । সম্প্রতি নতুন নতুন ধাৰণাৰ আৰম্ভ কৰা হৈছে । কাৰ্যালয়লৈ নোযোৱাকৈ যাতে কাম কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে । ঘৰতে থাকি ড্রাইভিং লাইচেন্সখন পোৱাৰ ব্যৱস্থা কৰিছো ।

তেওঁ লগতে কয় যে, দুখীয়া আৰু দুৰ্ভগীয়া মানুহৰ ভাগ্য পৰিৱৰ্তনৰ বাবে কাম কৰিছো ।চৰকাৰ অহাৰ আগতে এক লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলো । গণি গণি এই চাকৰি দিম আৰু কোনো দুখীয়া লোকে চাকৰিৰ নামত যাতে এটকাও দিব লগা নহয় সেয়াও চাই ল’ম । লগতে পুনৰ সমবায় সমিতিৰ দোকানীসমূহক সকীয়নি প্ৰদান কৰি, যদিহে দুখীয়া ৰাইজৰ পৰা সামগ্ৰী লুণ্ঠন কৰা বা কম কৈ দিয়া বন্ধ নকৰে তেন্তে ডিচেম্বৰৰ পৰা তেওঁলোক চৰকাৰী আলহী হʼবলৈ সাজু থাকক বুলিও উল্লেখ কৰে ।

তেওঁৰ ভাষণত মাইক্র’ ফাইনেন্সৰ ঋণ মাফ কৰাৰ প্রসংগ উল্লেখ কৰাৰ লগতে অৰুনোদই আঁচনি ভৱানীপুৰত ১৬ হেজাৰ পৰিয়ালক ইতিমধ্যে দিয়াৰ কথা কয় আৰু সাত হেজাৰক দিয়া হ’ব বুলি আশ্বাস প্রদান কৰে । তেওঁ ৰাজ্যৰ ৪২ লাখ পৰিয়ালত কিবা নহয় কিবা ধন বেংকত সোমায় বুলি কোৱাৰ লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ ধন প্রতি মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ সোমায় বুলিও কয় । আনহাতে, মুখ্যমন্ত্ৰী ড° শৰ্মাই ভৱানীপুৰৰ উপ নিৰ্বাচন সংক্ৰান্তত যেতিয়া অসমত বিধানসভাৰ সাধাৰণ নিৰ্বাচন হৈছিল আমি সকলোৱে আশা কৰিছিলো ভৱানীপুৰত মিত্রজোঁটৰ প্রাৰ্থী জয়ী হ’ব । কিন্তু যিকোনো কাৰণতে নহওক মাত্র তিনি হেজাৰ ভোটৰ ব্যৱধানত হাৰিল ।

ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ লগত থকাতকৈ জাতি-মাটি-ভেটি ৰক্ষাৰ অংশীদাৰ কৰাৰ বাবে বিধায়ক ফণীধৰ তালুকদাৰক মিত্রজোঁটলৈ আহিবলৈ আহ্বান জনাইছিল বুলি অকপট স্বীকাৰোক্তি দি নিজৰ ভাষণত কয় যে, উন্নয়নৰ নতুন বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰিছো । এখন বৰ অসম নিৰ্মাণৰ বাবে যোৱা পাঁচ মাহত চেষ্টা কৰিছো । চৰকাৰ গঠনৰ পাঁচ মাহ পাছত ভৱানীপুৰলৈ এটা সুযোগ আহিছে । বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ অংশীদাৰ হ’বৰ বাবে বুলি উপস্থিত ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায় ।

সভাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, বিজনীৰ বিধায়ক অজয় ৰয়, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ , চলচ্চিত্ৰ অভিনেতা যতীন বৰা, অগপ নেতা ড০ ৰঞ্জিত ডেকা, শিল্পী সীমান্ত শেখৰ, বিজেপিৰ বজালী জিলাৰ তত্বাৱধায়ক বিকুল ডেকা, বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰী, বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাসকে ধৰি একাধিক নেতাই অংশগ্ৰহণ কৰি বিজেপি মিত্রজোঁটৰ প্রাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajay RaiBadaruddin AjmalHimanta Biswa SarmaJayanta Malla BaruahSimanta Shekhar
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d