Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Twelve Hundred Voters Are Ready In One Family:চর্চাত এখন গাঁও :এটা পৰিয়ালতে সাজু বাৰশ ভোটাৰ

publisher by publisher
April 17, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Twelve Hundred Voters Are Ready In One Family:চর্চাত এখন গাঁও :এটা পৰিয়ালতে সাজু বাৰশ ভোটাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

Twelve Hundred Voters Are Ready In One Family:

শোণিতপুৰৰ এখন গাঁও আৰু এটা বৃহৎ পৰিয়াল সম্প্রতি আহিছে ব্যাপক চর্চালৈ। একেটা পৰিয়ালৰে গঠিত গাঁওখনৰ লগতে পৰিয়ালটোত মুঠ প্রায় আঢ়ৈ হেজাৰ সদস্য আছে আৰু ইয়াৰে ভিতৰত ১২শ গৰাকী হৈছে ভোটাৰ। তেওঁলোকে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিত ভোটদান সাব্যস্ত কৰিবলৈ সাজু হৈছে।

ADVERTISEMENT

প্রণিধানযোগ্য যে শোণিতপুৰ লোকসভা সমষ্টিৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওখনত সম্প্রতি তিনিশ পৰিয়াল আছে আৰু এই সকলো হৈছে মূল এটা পৰিয়ালৰে উত্তৰসুৰী। এনে কাৰণতে নির্বাচন আহিলেই চর্চালৈ আহে এই বিশেষ পৰিয়ালটো।

উল্লেখযোগ্য যে শোণিতপুৰৰ এই গাঁওখনৰ নাম হৈছে ফুলগুৰি নেপালী পাম। প্রণিধানযোগ্য যে এই বৃহৎ পৰিয়ালটোৰ মুৰব্বী ৰণ বাহাদুৰ থাপাই ইংৰাজৰ আমোলতে ফুলগুৰিত থাকিবলৈ লৈছিল। পৰৱৰ্তী সময়ত ফুলগুৰি নেপালী পাম হিচাপে পৰিচিত হৈ পৰা এই অঞ্চলৰ বাসিন্দাসকলৰ ৰণ বাহাদুৰ থাপাই বিয়া কৰাইছিল হৰি মায়া থাপা, পৰি মায়া থাপা, হর্খামায়া থাপা, কলি মায়া থাপা আৰু খজি মায়া থাপা নামৰ পাঁচ গৰাকীক।

পাছত তেওঁলোকৰ ১২ জন পুত্ৰ ক্রমে থমানে বাহাদুৰ থাপা, ৰাম প্রসাদ থাপা, পূর্ণ বাহাদুৰ থাপা, ধন বাহাদুৰ থাপা চাৰ্কি বাহাদুৰ থাপা, তিল বাহাদুৰ থাপা, জিত বাহাদুৰ থাপা, জুলফে বাহাদুৰ থাপা, জোতে বাহাদুৰ থাপা, মচীন বাহাদুৰ থাপা, লীলা বাহাদুৰ থাপা আৰু ধনলো বাহাদুৰ থাপা। তদুপৰি ৰণ বাহাদুৰৰ আছিল ১০ গৰাকী জীয়াৰীসহ মুঠ ২২ গৰাকী সন্তান।

এইসকলৰ উত্তৰসূৰী তথা ৰণ বাহাদুৰৰ ৬৫জন নাতি আৰু ৭০ গৰাকী নাতিনী। সম্প্রতি নেপালী পাম গাঁওখনত একেটা পৰিয়ালৰে সদস্যৰ সংখ্যা বৃদ্ধি পায় আঢ়ৈ হেজাৰলৈ। প্রণিধানযোগ্য যে আজিৰ পৰা প্ৰায় ২৭ বছৰ পূৰ্বে ১৯৯৭ ত বিয়োগ ঘটে ৰণ বাহাদুৰ থাপাৰ। কিন্তু এইজন ব্যক্তিৰ ৬৫ জন নাতি আৰু ৭০ গৰাকী নাতিনী বর্তমানেও আছে এইখন বিশেষ গাঁৱত।

যৌথ পৰিয়ালৰ নিদৰ্শন দাঙি ধৰি কিছু কাল আগলৈকে তেওঁলোকৰ একোটা পৰিয়ালত ৫০ জনলৈকে সদস্য-সদস্যাই একেলগে বাস কৰিছিল যদিও সময় আৰু পৰিস্থিতিৰ বাবেই সকলো পৃথক হৈ থাকিবলৈ লয়।

অৱশ্যে এতিয়াও তেওঁলোক আটায়ে একেখন গাঁৱতে বসবাস কৰি আছে আৰু এই বিশেষ পৰিয়ালটোৰ শিপা বিস্তাৰ হৈ মুঠ সদস্য সংখ্যা আঢ়ৈ হেজাৰ হয়গৈ। সম্প্রতি প্রয়াত ৰণ বাহাদুৰ থাপাৰ পুত্ৰ তথা গাঁওখনৰ মুখ্য ব্যক্তি তিল বাহাদুৰ থাপাই প্রকাশ কৰা অনুসৰি তেওঁলোকৰ মুঠ ১২ জন ককাই-ভাইৰ ভিতৰত ছয়জনে এই সংসাৰ ত্যাগ কৰিছে।

দুই এজনে চৰকাৰী চাকৰি কৰি আছে যদিও বাকী নতুন প্ৰজন্মৰ ল’ৰা বা নাতি-নাতিনীসকল বিভিন্ন কোম্পানীৰ অধীনত কৰ্মৰত হৈ ৰাজ্যৰ বাহিৰত আছে।বর্তমান এই বৃহৎ পৰিয়ালটোৰ এহেজাৰ দুশ গৰাকী সদস্য-সদস্যাই ভোটাধিকাৰ অৰ্জন কৰিছে। উল্লেখ্য যে খোৱাপানীকে ধৰি বিভিন্ন সমস্যা থকা এই গাঁওখনত এই বৃহৎ পৰিয়াল আৰু বৃহৎ সংখ্যক ভোটাৰ একেটা পৰিয়ালতে থকাৰ বাবেই সময়ে সময়ে আহে চর্চালৈ।

অৱশ্যে এটা পৰিয়ালতে ইমান সংখ্যক ভোটাৰ থাকিলেও তেওঁলোকে বিশেষ সুবিধা লাভ কৰা নাইবা তেওঁলোকৰ অঞ্চলটো সমস্যা মুক্ত হোৱা নাই বুলিও কয় এই সকল লোকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Loksabha Election 2024Ready In One FamilyTwelve Hundred Voters
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d