Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAp Assam Press Release:পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ

ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ অসম

publisher by publisher
May 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
AAp Assam Press Release:পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

AAp Assam Press Release:

ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাবে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ২৮ মে’ত পুনৰ ১০০০ কোটি টকাৰ ঋণ লৈছে ।

ADVERTISEMENT

ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 8 এপ্ৰিলত এহাজাৰ কোটি আৰু 30 এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লৈছিল। এতিয়া ২৮ মে’ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছে । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ১ লাখ ৫৩ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। চৰকাৰৰ এই পৰিকল্পনা বিহীন অৰ্থনৈতিক নীতিয়ে ৰাজ্যবাসীক সংকটৰ মুখলৈ ঠেলি দিছে । শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা নীতিৰ বিৰুদ্ধে এইদৰে মত ব্যক্ত কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

আপৰ ৰাজ্যিক সভাপতি গৰাকীৰ মতে, মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই। মাথোঁ হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি আহিছে । এইদৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আঁচনি ৰূপায়ন কৰাৰ নামত পুঁজিৰ ওপৰত লুণ্ঠন চলাইছে হাত দীঘল মহলে।” ডাঃ ভবেন চৌধুৰীৰ অভিযোগ, বৰ্তমান ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

২০০১ৰ পৰা ২০১৬ চনলৈকে শাসনত থকা প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আমোলত অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ 41,964 কোটি টকা । আনহাতে, 2016 চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি চৰকাৰে ঋণ লৈছিল ৬৬,০২০.৬৫ কোটি টকাৰ। সোণোৱাল চৰকাৰে বছৰি গড়ে ১৩,২০৪.১৩ কোটি টকাৰ ঋণ লৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

২০২১ চনৰ পৰা ২০২৩ চনলৈকে দুটা বিত্তীয় বৰ্ষতে ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণৰ পৰিমাণ হ’লগৈ ৪৩,০৫০.৫৭ কোটি টকা। বৰ্তমানৰ চৰকাৰে বছৰি গড়ে ২১,৫০২৫.২৮৫ কোটি টকাৰ ঋণ লৈ ঋণত পোত যোৱা পূৰ্বৰ চৰকাৰৰ ৰেকৰ্ড ভংগ কৰে।  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে অদূৰদৰ্শী নীতি সন্দৰ্ভত ডাঃ ভবেন চৌধুৰীৰ প্ৰশ্ন, মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱা চৰকাৰে ধাৰ পৰিশোধ কৰিব কেতিয়া? ঋণৰ ধন কোনো উৎপাদনমুখী আঁচনিত ব্যয় নকৰি মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলতে বৰ্তমানলৈকে চৰকাৰে ঋণ পৰিশোধ কৰিব পৰা নাই।

আনহাতে, নিজ ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিন ধৰি বহিঃৰাজ্যত দলীয় কামত ব্যস্ত হৈ পৰিছে। ৰাজ্যবাসীক অৰ্থনৈতিক দুৰ্দশাৰ মাজত সংকটত পেলাই থৈ উৰিষ্যা, তেলেংগানা, বিহাৰ, ঝাৰখণ্ড, দিল্লী, পঞ্জাবত গৈ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ফটা ঢোল কোবাইছে।

অসমত আন্তঃগাঁথনি নিৰ্মানৰ নামত বিজেপি চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে, কিন্তু তাৰ কিমান সদব্যৱহাৰ কৰিলে সেই তথ্য অৱগত কৰোৱা নাই । আনহাতে এই কথা মনত ৰখা উচিত যে মাথোঁ চহৰে – নগৰে উৰণীয়া সেতু নিৰ্মাণ কৰা মানেই ৰাজ্যৰ অৰ্থনৈতিক বিকাশ নহয়।  আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৃষ্টতা পৰিহাৰ কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উৎপাদনমুখী আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে যিদৰে সকলো নাগৰিকৰ বাবেই চৰকাৰী উন্নয়নমূলক আঁচনি উপলব্ধ কৰিছে, সকলো স্তৰৰ নাগৰিকেই চৰকাৰী আঁচনিৰ দ্বাৰা সমানে উপকৃত হৈছে তেনেদৰে অসমতো জনমুখী আঁচনি গ্ৰহণ কৰিবলৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam President Bhaben ChoudhuryAAp Assam Press ReleaseGuwahati
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d