Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tezpur:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচার্যসহ পাঁচজনৰ জুমুঠি দাহ

publisher by publisher
October 9, 2025
in Assam
Reading Time: 1 min read
0
Tezpur:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচার্যসহ পাঁচজনৰ জুমুঠি দাহ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Teacher Day Celebration in Tezpur University:আজি শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় অনুষ্ঠান

New Registrar joins Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত নতুন পঞ্জীয়কৰ যোগদান

Physically Disabled Bhavna Bora Of Rangapara:ৰঙাপৰাৰ শাৰীৰিক ভাবে সক্ষম ভাৱনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ সৰ্বোচ্চ নম্বৰৰে ডিগ্ৰী লাভ 

Tezpur:

তেজপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে জ্বলিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে তেওঁৰ ঘনিষ্ঠৰূপে চিহ্নিত চাৰি বিভাগীয় মুৰব্বীৰ জুমুঠি। এই নজিৰবিহীন ঘটনাৰ পৰাই স্পষ্ট হৈছে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত বিভিন্ন বিষয়ক লৈ চলি থকা ক্ষোভৰ কথা। যোৱা এপষেকৰ অধিক কাল উত্তপ্ত হৈ আছে অসম চুক্তিৰ আধাৰত স্থাপিত ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ চৌহদ। ইতিমধ্যে এই বিষয়বোৰে বিশ্ববিদ্যালয়ৰ চৌহদ অতিক্ৰম কৰি বাহিৰতো ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ তথা উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। কালি সন্ধিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ইয়াৰ কাৰণক লৈ তেজপুৰ নাগৰিক সমাজৰ এখন সভা অনুষ্ঠিত হৈ থকাৰ সময়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচাৰ্যসহ পাঁচগৰাকীৰ পুত্তলিকা দাহ কৰে।
তেজপুৰ বিশ্ববিদ্যালয়ত আজিও উপাচার্য শম্ভুনাথ সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজৰ লগতে শিক্ষক আৰু কৰ্মচাৰী সমাজে। যোৱা ২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত অনুপস্থিত হৈ থকা উপচার্য সিং আজি বিশ্ববিদ্যালয়খনলৈ উভতি আহিব বুলি চর্চিত হৈছিল। উল্লেখ্য যে ১৯ ছেপ্টেম্বৰৰ পৰা উপাচার্য সিঙৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কর্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ ক্ষোভৰ উদ্‌দ্গীৰণ ঘটে শিল্পী জুবিন গাৰ্গৰ প্ৰতি উপাচার্য আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কর্তৃপক্ষই কৰা অপমানৰ বাবে। ইয়াৰ পাছতে ২২ ছেপ্টেম্বৰৰ পৰা ছাত্ৰ সমাজৰ স’তে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সমাজেও এই প্রতিবাদৰে চামিল হৈ উপাচার্য আৰু তেওঁৰ অনিয়মৰ সহযোগীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
যোৱা তিনিটা সপ্তাহে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি থকা সিঙৰ পদত্যাগৰ দাবী বাৰম্বাৰ উত্থাপন হৈ অহাৰ পাছত আজি উপাচার্য সিঙৰ উপৰি বিশ্ববিদ্যালয়খনৰ বিত্ত বিষয়া ব্ৰজবন্ধু মিশ্র, আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সঞ্চালক দেৱেন চন্দ্ৰ বৰুৱা, অভিযান্ত্রিক বিভাগৰ ডীন শংকৰচন্দ্ৰ ডেকা আৰু কার্যবাহী অভিযন্তা যাদৱ চন্দ্ৰ নাথৰ প্ৰতিকৃতিলৈ সন্ধিয়া ৫-৩০ বজাত বিশ্ববিদ্যালয়ত এক প্রতিবাদী সমদল উলিওৱা হয়। উপাচাৰ্যৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আৰু তেওঁৰ পদত্যাগৰ দাবী তথা সংঘটিত দুর্নীতি-অনিয়মৰ বিৰুদ্ধে কৰা ছাত্র, শিক্ষক আৰু কৰ্মচাৰীয়ে পুত্তলিকাত জোতা, চেণ্ডেল ওলোমাই সমদল উলিওৱাৰ পাছত প্ৰতিকৃতি দাহ কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: against vcStudent ProtestsTezpur University
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d