Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sarbananda Sonowal receives First Mother Ship at Vizhinjam – India’s first deep water Container Transshipment Port: ভাৰতৰ প্ৰথম গভীৰ পানীৰ কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ ভিজিঞ্জামত প্ৰথম মাডাৰশ্বিপৰ আদৰণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মেক ইন ইণ্ডিয়া'ৰ দৃষ্টিভংগী পূৰণেৰে ভিজিঞ্জাম বন্দৰে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লগতে সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ক গতিশীলতা দিছে: সৰ্বানন্দ সোণোৱাল

publisher by publisher
July 12, 2024
in Assam, India, News
Reading Time: 1 min read
0
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union Minister Sarbananda Sonowal receives First Mother Ship at Vizhinjam – India’s first deep water Container Transshipment Port:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতৰ প্ৰথম গভীৰ পানীৰ কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ ভিজিঞ্জামত অভিযান আৰম্ভ হোৱা প্ৰথম মাডাৰশ্বিপ ‘এমভি চান ফাৰ্নাণ্ডো’ক আদৰণি জনায়। ৯,০০০ টি.ই.ইউ. পৰ্যন্ত ক্ষমতা থকা জাহাজখনে ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় বন্দৰটোত ডকিং কৰে। উক্ত অনুষ্ঠানটোত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিজয়নও উপস্থিত আছিল।

ADVERTISEMENT

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ প্ৰথম গভীৰ পানীৰ আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল ভিজিঞ্জামত প্ৰথম মাডাৰশ্বিপৰ অভিযানে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰিছে। এয়া মোদী চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ এক অনন্য নিদৰ্শন। ভাৰত চৰকাৰ, কেৰালা চৰকাৰৰ লগতে আদানি পোৰ্ট ছেজৰ মাজত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ সহযোগিতাই ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বিকাশৰ বাবে এয়া এক নতুন দিগন্তৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বন্দৰসমূহক সুসজ্জিত আৰু বিশ্বমানৰ সক্ষম কৰি তুলিছে।

‘মেক ইন ইণ্ডিয়া’ৰ দৃষ্টিভংগী পূৰণেৰে ভিজিঞ্জাম বন্দৰে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লগতে সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ক গতিশীলতা দিছে। এই সাফল্যই দেশৰ বন্দৰ খণ্ডত এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছে। একেই উদ্দীপনাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নিৰ্দেশনাত আমাৰ মন্ত্ৰালয়ে মহাৰাষ্ট্ৰৰ ৱধাৱনত অত্যাধুনিক বন্দৰ আৰু গালাথিয়া উপসাগৰত আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল (আইচিটিটি)কে ধৰি বৃহৎ বন্দৰ প্ৰকল্পসমূহৰ কাম মিছন মোডত কৰি আছে।

আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ ওচৰত ভিজিঞ্জামৰ কৌশলগত অৱস্থানৰ ফলত জাহাজৰ বাবে পৰিবহণৰ সময় যথেষ্ট হ্ৰাস হয়, যাৰ ফলত ই সামুদ্ৰিক বাণিজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰৰ বিকাশে বহু নিযুক্তিৰ সৃষ্টি, বাণিজ্য বৃদ্ধি আৰু বিনিয়োগ আকৰ্ষিত কৰি কেৰালাৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিবলৈ সাজু হৈছে। ভিজিঞ্জাম আঞ্চলিক বাণিজ্যৰ বাবেও এক গুৰুত্বপূৰ্ণ মাধ্যম হ’বলৈ সাজু হৈছে, যিয়ে দক্ষিণ-পূব এছিয়া, মধ্য প্ৰাচ্য আৰু আফ্ৰিকাৰ মাজত বাণিজ্যৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব পাৰিব।

ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে দেশৰ বন্দৰ খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। আমি অনাগত বছৰবোৰত শীৰ্ষ সামুদ্ৰিক বিশ্ব শক্তি হোৱাৰ লক্ষ্য ৰাখিছোঁ। ভিজিঞ্জাম বন্দৰৰ কাৰ্যকৰীকৰণে কলম্বো আৰু ছিংগাপুৰ ট্ৰেন্সশ্বিপমেণ্ট হাবৰ সৈতে প্ৰতিযোগিতাৰ সূচনা কৰিব আৰু ভাৰতৰ গুৰুত্ব বিশ্ব প্ৰেক্ষাপটত বৃদ্ধি কৰিব।

ভাৰত চৰকাৰে দেশৰ সামুদ্ৰিক খণ্ডক সুসজ্জিত কৰিবলৈ সাগৰমালা প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণত যথেষ্ট গুৰুত্ব দিছে, ইয়াৰ অধীনত কেৰালাত ২৪,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ভিজিঞ্জাম বন্দৰটোৱে বিশ্বৰ যোগান শৃংখলাৰ ব্যাঘাত হ্ৰাস কৰাৰ বাবে এক কাৰ্যকৰী বিকল্প আৰু মুখ্য জাহাজ পৰিবহণ লাইনৰ বিকল্প প্ৰদান কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: First Mother Ship at VizhinjamIndia's first deep water Container Transshipment PortKerela Vizhinjam PortUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d