Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet In Guwahati:স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী

publisher by publisher
August 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Aap Pressmeet In Guwahati:স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Aap Pressmeet In Guwahati:

স্বাধীনতা দিৱসৰ দিনাই নিষিদ্ধ ঘোষিত সংগঠন আলফা( স্বাধীন)এ ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫ টাকৈ স্থানত বোমা সংস্থাপনৰ বিষয়টোত চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা সন্দৰ্ভত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

ADVERTISEMENT

মহানগৰীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ডাঃ চৌধুৰীয়ে কয়, “আলফাৰ এই কূটাঘাতমূলক কাৰ্যই বৰ্তমান ৰাজ্যখনৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী তথা চোৰাংচোৱা বিভাগৰ লজ্জাজনক ব্যৰ্থতা উদঙাই দিছে। এনে এটা ঘটনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিৰ পাছতহে আৰক্ষী তথা চোৰাংচোৱাৰ দৃষ্টিগোচৰ হৈছে। যদি সচাঁকৈয়ে আলফাই দাবী কৰা অনুসৰি কোনো বিজুতি নোহোৱাকৈ বোমা বিস্ফোৰণ সংঘটিত হলহেঁতেন, তেতিয়া এক ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হ’লহেঁতেন।

আলফা (স্বাধীন)ৰ দ্বাৰায় সংস্থাপিত বোমাসমূহ এতিয়ালৈকে আৰক্ষীয়ে নিস্ক্ৰিয় কৰাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব পৰা নাই। এই সমগ্ৰ ঘটনাৱলীয়ে গৃহ বিভাগ, অসম আৰক্ষী তথা চোৰাংচোৱাৰ বিফলতা স্পষ্টৰূপে উদঙাই দিছে। সংবাদমেলত উপস্থিত থকা আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই গৃহ বিভাগ তথা অসম আৰক্ষীৰ ব্যৰ্থতাৰ বিষয়ে উল্লেখ কৰি কয় যে সমগ্ৰ ৰাজ্যখনতে আজি সাধাৰণ মানুহৰ এক ভয় – শংকাৰ পৰিবেশ বিৰাজ কৰিছে । আপৰ জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে কয়,” যি সময়ত মুখ্যমন্ত্ৰীয়ে অনাহকতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে ৰাজ্যখনত এক হিংসা- বিদ্বেষৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে, সেই সময়তে নিজৰ দপ্তৰ চম্ভালিব নোৱাৰি মুখ্যমন্ত্ৰী গৰাকীয়ে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে।

এনে অৱস্থাত আমি আম আদমী পাৰ্টিয়ে দাবী কৰিছো যে শীঘ্ৰেই গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। কিয়নো ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছে। তদুপৰি পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই দাবী কৰা অনুসৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে তেওঁৰ বাৰ্তালাপ হৈয়ে থাকে। এনে অৱস্থাত ৰাজ্যজুৰি বোমা সংস্থাপিত কৰাৰ ঘটনা ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে। আশ্চৰ্যকৰ ভাবে যোৱাকালি এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী গৰাকীৰ চকুৱে মুখে কোনো উদ্বিগ্নতাৰ ভাব পৰিলক্ষিত হোৱা নাই। এয়া ৰহস্যজনক। সংবাদমেলত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতা অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam President Bhaben ChoudhuryAap PressmeetGuwahati
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d